আমি প্ৰয়াস কৰি আছো Class 10 Mathematics ৰ সহজ সৰল সমাধান আগবঢ়োৱা। ইয়াৰ বাবেই আমি Assamese Medium ৰ পৰা Class 10 Maths ৰ বহু কেইটা অধ্যায় আমি আলোচনা কৰিছোঁ। যদি আপুনি Assamese Medium Class 10 ত অধ্যায়ন কৰি আছে তেন্তে ই আপোনাক বহুত সহায় কৰিব। আপুনি পঢ়িব বিচাৰিলে তলত লিংকত ক্লিক কৰক।
- Class 10 Maths Chapter 1 Assamese Medium
- Class 10 Maths Chapter 2 Assamese Medium
- Class 10 Maths Chapter 3 Assamese Medium
- Class 10 Maths Chapter 4 Assamese Medium
- Class 10 Maths Chapter 5 Assamese Medium
- Class 10 Maths Chapter 6 Assamese Medium
- Class 10 Maths Chapter 7 Assamese Medium
- Class 10 Maths Chapter 8 Assamese Medium
- Class 10 Maths Chapter 9 Assamese Medium
ওপৰত দিয়া লিংকৰ উপৰিও আজি আমি আলোচনা কৰিব গৈ আছো Class 10 Mathematics Chapter 10 Assamese Medium অৰ্থাৎ বৃত্ত নামৰ অধ্যায়। ইয়াত আমি বৃত্তৰ বিষয়ে কিছু কথা আলোচনা কৰাৰ ওপৰিও Class 10 Maths Exercise 10.1 আৰু Exercise 10.2 ৰ সম্পূৰ্ণ সমাধান আলোচনা কৰিম।
Table of Contents
Class 10 Mathematics Chapter 10 Assamese Medium
অসমীয়া মাধ্যমৰ দশম মান শ্ৰেণীৰ দশম অধ্যায় বৃত্ত অৰ্থাৎ Class 10 Mathematics Chapter 10 Assamese Medium ত বৃত্ত সম্পৰ্কে কিছু কথা আলোচনা কৰা হৈছে।
অতি সহজভাৱে কলে বৃত্ত আন একো নহয়, ই এক নিদ্দিষ্ট বিন্দুক কেন্দ্ৰ কৰি তাৰ চাৰিওফালে যি এক আগুৰা ক্ষেত্ৰ দখল কৰি থাকে । বৃত্ত এটাৰ কিছু প্ৰয়োজনীয় অংশ থাকে যেনে – ব্যাস, ব্যাসাৰ্দ্ধ, পৰিধি, জ্যা ইত্যাদি।
বৃত্ত সম্পৰ্কীয় এই সৰু সুৰা কথাবোৰ Class 9 বা Class 8 ত শিকি অহা বস্তু, কিন্তু ইয়াৰ ওপৰিও Class 10 Mathematics Chapter 10 Assamese Medium ত বহু উপপাদ্য আছে।
উপপাদ্য 1: এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্দ্ধৰ লম্ব।
উপপাদ্য 2: এটা বহি: বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক বোৰৰ দৈৰ্ঘ্য সমান।
Class 10 Maths Exercise 10.1 Assamese Medium
Class 10 Mathematics Chapter 10 Assamese Medium ৰ Exercise 10.1 ত সিমান সমস্যা নাই। ইয়াৰ প্ৰাৰম্ভিক ধাৰণাৰ ওপৰত কিছু প্ৰশ্ন দিয়া আছে। ইয়াৰ Exercise 10.1 ৰ সমাধান আমি আলোচনা কৰিছোঁ আৰু তাৰ বাবে আমি তলৰ লিংকত Exercise 10.1 Solution PDF ৰ যোগান ধৰা হৈছে, আপুনি বিচাৰিলে তাৰ পৰা অতি সহজেই ডাউনলোড কৰি লব।
Download Class 10 Maths Exercise 10.1 PDF
Class 10 Maths Exercise 10.2 Assamese Medium
দশম মান শ্ৰেণীৰ গণিতৰ দশম অধ্যায়ৰ অনুশীলনী ১০.২ ৰ সমাধান ইয়াত আমি আলোচনা কৰিম। ইয়াত আমি Class 10 Maths Exercise 10.2 Assamese Medium PDF দিছোঁ, আপুনি ডাউনলোড কৰি লব পাৰে।
Download Class 10 Maths Exercise 10.2 PDF
শেষ বাক্য
আমি ইয়াত Class 10 Mathematics Chapter 10 Assamese Medium ৰ Exercise 10.1 আৰু Exercise 10.2 ৰ সমাধান আলোচনা কৰিলোঁ। ইয়াত যদিও সম্পূৰ্ণ আপুনি বিচাৰি পোৱা নাই, আপুনি Class 10 Mathematics Exercise 10.1 আৰু Exercise 10.2 ৰ PDF Solution ডাউনলোড কৰিলে সম্পূৰ্ণ সমাধান পাব।
আশা কৰো, আপোনালোকৰ বাবে কৰা সামান্য কষ্টক সহাৰি জনাই এই লিখনি আনৰ লগত Share কৰিব। যদি আপোনাৰ কিবা অসুবিধা ধৰা পৰিছে, তেন্তে Comment কৰি জনাব পাৰে। ইয়াৰ ওপৰিও আপুনি Assamese Medium Facebook Page ক Follow কৰি আমাৰ সৈতে পোনপটীয়াভাৱে কথা পাতিব পাৰে। আমি আপোনাৰ যিকোনো ধৰণৰ অসুবিধাসমূহ সমাধান কৰিবলৈ প্ৰস্তুত।