Class 10 Maths Exercise 11.2 in Assamese

আপুনি দশম শ্ৰেণীৰ শিক্ষাৰ্থী নেকি? আপুনি আগন্তুক HSLC Final Exam 2023 দিব নেকি আৰু তাৰ বাবেই হয় তো আজি আপুনি Assamese Medium ৱেবচাইটৰ এই লিখনি পঢ়ি আছে।

আজি আমি আপোনালোকৰ বাবে দশম মান শ্ৰেণীৰ গণিত বিষয়ৰ “বৃত্ত” ৰ সকলো অনুশীলনী অৰ্থাৎ Class 10 Maths Exercise 11.2 আলোচনা কৰিছো।

হয়, আপুনি যদি Class 10 Maths Exercise 11.2 in Assamese PDF বিচাৰি ইয়ালৈ আহিছে তেন্তে আপুনি এইবাৰ HSLC Final Exam দিব আৰু আমি বিশ্বাসী যে এই লিখনিয়ে আপোনাক বিভিন্ন প্ৰকাৰৰ সহায় কৰিব বুলি আমি আশাবাদী।

আজিৰ আলোচনাত আমি Class 10 Maths Exercise 11.2 in Assamese PDF দিবলৈ প্ৰয়াস কৰিছো যত Assamese Medium Class 10 Maths Exercise 11.2 ৰ প্ৰতিটো প্ৰশ্নৰ সমাধান পাব।

Class 10 Maths Exercise 11.2 in Assamese ত কি কি প্ৰশ্ন আছে ?

আমি যদি ভালদৰে লক্ষ্য কৰোঁ তেন্তে পাম যে Class 10 Maths Exercise 11.2 ত মুঠ 7 টা প্ৰশ্ন আছে । ইয়াত আমি পোনে পোনে প্ৰশ্ন কেইটা তলত উল্লেখ কৰিছো আৰু তাৰ সমাধান হিচাপে আমি Class 10 Maths Exercise 11.2 in Assamese PDF তলৰ লিংকত যোগান ধৰিব প্ৰয়াস কৰিছো।

Class 10 Maths Exercise 11.2 Solution in Assamese

1) 6 চে.মি. ব্যাসাৰ্দ্ধৰ এটা বৃত্ত আঁকা। ইয়াৰ কেন্দ্ৰৰপৰা 10 চে.মি. আঁতৰৰ এটা বিন্দুৰপৰা বৃত্তটোৰ স্পৰ্শক এযোৰা আঁকা আৰু সিহঁতৰ দৈৰ্ঘ্য জোখা।
2) 6 চে.মি. ব্যাসাৰ্দ্ধৰ ঐককেন্দ্ৰিক বৃত্তটোৰ এটা বিন্দুৰপৰা 4 চে.মি. ব্যাসাৰ্দ্ধৰ বৃত্তলৈ এডাল স্পর্শক আঁকা। প্রকৃত গণনাৰদ্বাৰা জোখ পৰীক্ষা কৰা।
3) 3 চে.মি. ব্যাসাৰ্দ্ধৰ এটা বৃত্ত আঁকা। ইয়াৰ কেন্দ্ৰৰপৰা 7 চে.মি. দূৰত্বত বৰ্দ্ধিত এডাল ব্যাসত P আৰু Q দুটা বিন্দু লোৱা। এই P আৰু Q বিন্দু দুটাৰপৰা বৃত্তৰ স্পৰ্শৰ্কবোৰ আঁকা।
4) 5 চে.মি. ব্যাসাৰ্দ্ধৰ বৃত্তৰ এযোৰ স্পর্শক আঁকা যিবোৰ পৰস্পৰ 60° কোণ এটাত হালি থাকে।
5) 8 চে.মি. দৈৰ্ঘ্যৰ AB এডাল ৰেখাখণ্ড আঁকা। Aক কেন্দ্ৰ হিচাবে লৈ, 4 চে.মি. ব্যাসাৰ্দ্ধৰ এটা বৃত্ত আঁকা আৰু B ক কেন্দ্ৰ হিচাবে হৈ, 3 চে.মি. ব্যাসাৰ্দ্ধৰ আন এটা বৃত্ত আঁকা। প্ৰতিটোবৃত্তলৈ আনটো বৃত্তৰ কেন্দ্ৰৰপৰা স্পৰ্শৰ্কবোৰ আঁকা।
6) ধৰা ABC এটা সমকোণী ত্রিভুজ য’ত AB = 6 চে.মি., BC = 8 চে.মি. আৰু <B = 90°.B পৰা AC ৰ ওপৰত BD লম্ব। B, C, D ৰ মাজেৰে যোৱা বৃত্তটো আঁকা। A ৰ পৰা এই বৃত্তলৈ স্পর্শকবোৰ আঁকা।
7) খাৰু এপাতৰ সহায়ত এটা বৃত্ত আঁকা। বৃত্তটোৰ বাহিৰত এটা বিন্দু লোৱা। এই বিন্দুটোৰ পৰা বৃত্তৰ এযোৰ স্পর্শক আঁকা।

Download Class 10 Maths Exercise 11.2 PDF in Assamese

আপুনি যদি Class 10 Maths Exercise 11.2 in Assamese PDF ৰ পৰা পঢ়িব বিচাৰে তেন্তে তলত দিয়া লিংকত ক্লিক কৰক।

Class 10 Maths Exercise 11.2 in Assamese PDF

প্ৰত্যুত্তৰ দিয়ক