আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ Assamese Medium ৱেবছাইটত। আজি আমি এই লিখনিৰ যোগেদি Class 10 Maths Chapter 11 Assamese Medium তথা “অংকন” নামৰ অধ্যায়ৰ সম্পূৰ্ণ সমাধান দিবলৈ প্ৰয়াস কৰিছো।

Class 10 Maths Chapter 11 Assamese Medium তথা অসমীয়া মাধ্যমৰ দশম মান শ্ৰেণীৰ গণিত বিষয়ৰ একাদশ অধ্যায় অংকনত মুঠ দুটা অনুশীলনী (Exercise 11.1 আৰু Exercise 11.2) আছে।
Class 10 Maths Ex 11.1 ত মুঠ 7 টা প্ৰশ্ন আছে যিকেইটা আমি তলত উল্লেখ কৰিছো লগতে Class 10 Maths Chapter 11 Ex 11.1 Assamese Medium PDF Solution তলত আপলোড কৰিছো। আপুনি বিচাৰিলে তলৰ পৰা ডাউনলোড কৰিব পাৰিব।
ইয়াত আজি আমি আলোচনা কৰি আছোঁ Class 10 Maths Chapter 11 ৰ Exercise 11.1 Q1 – Q7 Solution PDF Notes ৰ বিষয়ে। তলত আমি Exercise 11.1 Q1 – Q7 উল্লেখ কৰিছো আৰু তাৰ তলতে PDF Solution ৰ ডাউনলোড লিংক দিয়া আছে।
আপুনি যদি Class 10 Maths Chapter 11 Assamese Medium PDF Solution ডাউনলোড কৰিছে কিন্তু বুজি পোৱাত অসুবিধা হৈছে তেন্তে আপুনি Assamese Medium YouTube Channel ত গৈ এই প্ৰশ্ন সমুহৰ সমাধানৰ Video Class চাব পাৰে। ই আপোনাক বহুত সহায় কৰিব।
Class 10 Maths Exercise 11.1 in Assamese । অংকনৰ প্ৰশ্ন সমূহ
Contents
নিম্নোক্ত প্রতিটোত, অংকনৰ উপযুক্ত কাৰণো দৰ্শোৱা:
1. 7.6 চে.মি. দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকা আৰু ইয়াক 5:8 অনুপাতত ভাগ কৰা। ভাগ দুটা জোখা।
2. 4 চে.মি., 5 চে.মি. আৰু 6 চে.মি. বাহুৰ এটা ত্ৰিভুজ আঁকা আৰু তাৰ পিছত ইয়াৰ সদৃশ হোৱাকৈ এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ ⅔ গুণ হয়।
3. 5 চে.মি., 6 চে.মি. আৰু 7 চে.মি. বাহুযুক্ত এটা ত্ৰিভুজ আঁকা আৰু তাৰ পিছত আন এটা ত্রিভুজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ গুণ হয়।
4. ভূমি ৪ চে.মি. আৰু উন্নতি 4 চে.মি. যুক্ত এটা সমদ্বিবাহু ত্রিভুজ আঁকা আৰু তাৰ পিছত আন এটা ত্রিভুজ আঁকা যাৰ বাহুবোৰ সমদ্বিবাহু ত্রিভুজটোৰ অনুৰূপ বাহুবোৰৰ 1½গুণ।
5. BC = 6 চে.মি., AB = 5 চে.মি. আৰু <ABC = 60° যুক্ত ABC এটা ত্রিভুজ আঁকা।তাৰ পিছত এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ ABC ত্রিভুজটোৰ অনুৰূপ বাহুবোৰৰ 3/4 গুণ হয়।
6. BC = 7 চে.মি., <B = 45°, <A = 105° যুক্ত ABC এটা ত্ৰিভুজ আঁকা। তাৰ পিছত, এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ ∆ABC ৰ অনুৰূপ বাহুবোৰৰ 3/4
7. এটা সমকোণী ত্রিভুজ আঁকা য’ত বাহুবোৰৰ (অতিভূজক বাদ দি) দৈৰ্ঘ্য 4 চে.মি. আৰু 3 চে.মি.। তাৰ পিছত আন এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ প্ৰদত্ত ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 5/3 গুণ।
Class 10 Maths Exercise 11.1 in Assamese PDF
ওপৰৰ লিংকৰ পৰা যদি আপুনি Class 10 Maths Exercise 11.1 Assamese Medium PDF Notes ডাউনলোড কৰিছে তেন্তে আপোনাৰ বাবে এতিয়া আন এটি অনুশীলনী ( Class 10 Maths Exercise 11.2 in Assamese) লৈ আহিছোঁ।
তলত আমি Class 10 Maths Ex 11.2 Question Answer আলোচনা কৰিছো। আগৰ দৰেই আমি প্ৰথমতে
Class 10 Maths Chapter 11 Assamese Medium Exercise 11.2 ৰ প্ৰশ্ন সমূহ উল্লেখ কৰি তাৰ পিছত আমি নিজ হাতে লিখা PDF Notes ডাউনলোড লিংক আপোনালোকৰ বাবে তলত যোগান ধৰিছো।
Class 10 Maths Exercise 11.2 Q1-Q7 | অনুশীলনী 11.2
নিম্নোক্ত প্রতিটোত, অংকনৰ উপযুক্ত কাৰণ দিয়া:
Q.No 1. 6 চে.মি. ব্যাসাৰ্দ্ধৰ এটা বৃত্ত আঁকা। ইয়াৰ কেন্দ্ৰৰপৰা 10 চে.মি. আঁতৰৰ এটা বিন্দুৰপৰা বৃত্তটোৰ স্পৰ্শক এযোৰা আঁকা আৰু সিহঁতৰ দৈৰ্ঘ্য জোখা।
Q.No 2. 6 চে.মি. ব্যাসাৰ্দ্ধৰ ঐককেন্দ্ৰিক বৃত্তটোৰ এটা বিন্দুৰপৰা 4 চে.মি. ব্যাসাৰ্দ্ধৰ বৃত্তলৈ এডাল স্পর্শক আঁকা। প্রকৃত গণনাৰদ্বাৰা জোখ পৰীক্ষা কৰা।
Q.No 3. 3 চে.মি. ব্যাসাৰ্দ্ধৰ এটা বৃত্ত আঁকা। ইয়াৰ কেন্দ্ৰৰপৰা 7 চে.মি. দূৰত্বত বৰ্দ্ধিত এডাল ব্যাসত P আৰু Q দুটা বিন্দু লোৱা। এই P আৰু Q বিন্দু দুটাৰপৰা বৃত্তৰ স্পৰ্শৰ্কবোৰ আঁকা।
Q.No 4. 5 চে.মি. ব্যাসাৰ্দ্ধৰ বৃত্তৰ এযোৰ স্পর্শক আঁকা যিবোৰ পৰস্পৰ 60° কোণ এটাত হালি থাকে।
Q.No 5. 8 চে.মি. দৈৰ্ঘ্যৰ AB এডাল ৰেখাখণ্ড আঁকা। Aক কেন্দ্ৰ হিচাবে লৈ, 4 চে.মি. ব্যাসাৰ্দ্ধৰ এটা বৃত্ত আঁকা আৰু B ক কেন্দ্ৰ হিচাবে হৈ, 3 চে.মি. ব্যাসাৰ্দ্ধৰ আন এটা বৃত্ত আঁকা। প্ৰতিটোবৃত্তলৈ আনটো বৃত্তৰ কেন্দ্ৰৰপৰা স্পৰ্শৰ্কবোৰ আঁকা।
Q.No 6. ধৰা ABC এটা সমকোণী ত্রিভুজ য’ত AB = 6 চে.মি., BC = 8 চে.মি. আৰু <B = 90°.B পৰা AC ৰ ওপৰত BD লম্ব। B, C, D ৰ মাজেৰে যোৱা বৃত্তটো আঁকা। A ৰ পৰা এই বৃত্তলৈ স্পর্শকবোৰ আঁকা।
Q.No 7. খাৰু এপাতৰ সহায়ত এটা বৃত্ত আঁকা। বৃত্তটোৰ বাহিৰত এটা বিন্দু লোৱা। এই বিন্দুটোৰ পৰা বৃত্তৰ এযোৰ স্পর্শক আঁকা।
Class 10 Maths Exercise 11.2 in Assamese PDF
আপুনি যদি প্ৰথম বাৰৰ বাবে Assamese Medium ৱেবচাইটত আহিছে তেন্তে আপোনাৰ বাবে জনাব বিছাৰিছো যে, আমি ইয়াত Class 6 – Class 12 Assamese Medium ৰ সকলো বিষয়ৰ সমস্যাৰ সমাধান প্ৰস্তুত কৰি আছোঁ।
ইয়াৰ ওপৰিও আপোনাৰ যিকোনো সমস্যাৰ সমাধান যথা সময়ত দিবলৈ আমি Assamese Medium Facebook Page আৰম্ভ কৰিছো, আপুনি বিচাৰিলে Follow কৰিব পাৰে।