আপুনি দশম শ্ৰেণীৰ শিক্ষাৰ্থী নেকি? আপুনি আগন্তুক HSLC Final Exam 2023 দিব নেকি আৰু তাৰ বাবেই হয়তো আজি আপুনি Assamese Medium ৱেবচাইটৰ এই লিখনি পঢ়ি আছে।
আজি আমি আপোনালোকৰ বাবে দশম মান শ্ৰেণীৰ গণিত বিষয়ৰ ত্ৰিয়দশ অধ্যায় (Class 10 Maths Chapter 13) অৰ্থাৎ “পৃষ্ট কালি আৰু আয়তন” ৰ সকলো অনুশীলনী অৰ্থাৎ Class 10 Maths Exercise 13.1, Class 10 Maths Exercise 13.2, Class 10 Maths Exercise 13.3, Class 10 Maths Exercise 13.4 আলোচনা কৰিছো।
- Also Read:
- Class 10 Maths Chapter 11 Solution in Assamese
- Class 10 Maths Chapter 12 Solution in Assamese
হয়, আপুনি যদি Class 10 Maths Exercise 13.1 in Assamese PDF বিচাৰি ইয়ালৈ আহিছে তেন্তে আপুনি এইবাৰ HSLC Final Exam দিব আৰু আমি বিশ্বাসী যে এই লিখনিয়ে আপোনাক বিভিন্ন প্ৰকাৰৰ সহায় কৰিব বুলি আমি আশাবাদী।
আজিৰ আলোচনাত আমি Class 10 Maths Exercise 13.1 in Assamese PDF দিবলৈ প্ৰয়াস কৰিছো যত Assamese Medium Class 10 Maths Exercise 13.1 ৰ প্ৰতিটো প্ৰশ্নৰ সমাধান পাব।
Class 10 Maths Exercise 13.1 in Assamese ত কি কি প্ৰশ্ন আছে ?
আমি যদি ভালদৰে লক্ষ্য কৰোঁ তেন্তে পাম যে Class 10 Maths Exercise 13.1 ত মুঠ 20 টা প্ৰশ্ন আছে । ইয়াত আমি পোনে পোনে প্ৰশ্ন কেইটা তলত উল্লেখ কৰিছো আৰু তাৰ সমাধান হিচাপে আমি Class 10 Maths Exercise 6.5 in Assamese PDF তলৰ লিংকত যোগান ধৰিব প্ৰয়াস কৰিছো।
Class 10 Maths Exercise 13.1 in Assamese Medium
Class 10 Maths Exercise 13.1 in Assamese ত মুঠ 9 টা প্ৰশ্ন আছে যিকেইটা আমি তলত উল্লেখ কৰিছো লগতে Class 10 Maths Exercise 13.1 in Assamese PDF Solution তলত আপলোড কৰিছো। আপুনি বিচাৰিলে তলৰ পৰা ডাউনলোড কৰিব পাৰিব।
অন্য ধৰণে দিয়া নাথাকিলে π = 22/7লোৱা।
- প্ৰত্যেকৰে আয়তন 64 ঘনমিঃ বিশিষ্ট দুটা ঘনক (cube) মূৰে মূৰে সংযোগ কৰা হ’ল। চৌপল বা আয়তীয় ঘনকটোৰ (Cuboid) পৃষ্ঠকালি নিৰ্ণয় কৰা।
- এটা পাত্ৰ এটা খোলা অৰ্দ্ধগোলক আৰু তাৰ ওপৰত এটা খোলা বেলনৰে গঠিত। অৰ্দ্ধগোলকটোৰ ব্যাস 14 চে.মি. আৰু পাত্ৰটোৰ মুঠ উচ্চতা হ’ল 13 চে.মি.। পাত্ৰটোৰ ভিতৰ পৃষ্ঠৰ কালি নিৰ্ণয় কৰা।
- এটা পুতলা একে ব্যাসাৰ্দ্ধযুক্ত এটা অৰ্দ্ধগোলকৰ ওপৰত 3.5 চে.মি. ব্যাসাৰ্দ্ধযুক্ত এটা শংকুৰে গঠিত। পুতলাটোৰ মুঠ উচ্চতা হ’ল 15.5 চে.মি.। পুতলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা।
- 7 চে.মি. কাষযুক্ত এটা ঘনকীয় টুকুৰাৰ ওপৰভাগ এটা অৰ্ধগোলকে আগুৰি আছে ৷ অৰ্ধগোলকটোৰ সর্ব্বোচ্চ ব্যাস কিমান হ’ব পাৰে? গোটা বস্তুটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা।
- এটা ঘনকীয় কাঠৰ টুকুৰাৰ এটা পৃষ্ঠৰপৰা এটা অৰ্দ্ধগোলক আকৃতিৰ গভীৰতা কাটি লোৱা হৈছে যাতে অৰ্দ্ধগোলকৰ ব্যাস ‘7’ ঘনকৰ কাষৰ সৈতে একে হয়। অৱশিষ্ট অংশৰ পৃষ্ঠকালি নিৰ্ণয় কৰা ৷
- এটা ঔষধৰ কেপচুলৰ আকৃতি এটা বেলনৰ দুয়োটা মূৰত দুটা অৰ্দ্ধগোলক লগাই থোৱা সদৃশ (চিত্র 13.10)। সম্পূর্ণ কেপচুলটোৰ দৈৰ্ঘ্য 14 মি.মি. আৰু ব্যাস হ’ল 5 মি.মি.। পৃষ্ঠকালি নিৰ্ণয় কৰা।
- এটা তম্বুৰ আকৃতি এটা বেলনৰ ওপৰত এটা শংকুৰ মূধচেৰে আবৃত। যদি বেলন অংশৰ উচ্চতা আৰু ব্যাস ক্ৰমে 2.1 মি. আৰু 4 মি. আৰু ওপৰ অংশৰ হেলনীয়া উচ্চতা 2.8 মি., তেন্তে তম্বুটো সজাওঁতে ব্যৱহাৰ হোৱা ডাঠ কাপোৰৰ কালি উলিওৱা। প্রতি বর্গমিটাৰ ডাঠ কাপোৰৰ মূল্য 500 টকা হ’লে তম্বুটোৰ কাপোৰৰ খৰচ নির্ণয় কৰা। (মন কৰিবা যে, তম্বুৰ ভূমি ডাঠ কাপোৰেৰে আবৃত নহয়)
- 2.4 চে.মি. উচ্চতা আৰু 1.4 চে.মি. ব্যাসবিশিষ্ট এটা গোটা বেলনৰ পৰা এটা একে উচ্চতাৰ আৰু ব্যাসৰ শংকু আকৃতিৰ খোল খুলি উলিওৱা হ’ল। অৱশিষ্ট গোটাবস্তুটোৰ পৃষ্ঠকালি বৰ্গ চে.মি.ৰ শুদ্ধমানত নিৰ্ণয় কৰা।
- চিত্র 13.11 ত দেখুওৱাৰ দৰে এটা গোটা বেলনৰপৰা দুয়োটা মূৰৰপৰা অৰ্দ্ধগোলক আকৃতিত কাটি এটা কাঠৰ বস্তু বনোৱা হ’ল। যদি বেলনৰ উচ্চতা 10 চে.মি. আৰু ইয়াৰ ভূমিৰ ব্যাসাৰ্দ্ধ 3.5চে.মি., তেন্তে বস্তুটোৰ মুঠ পৃষ্ঠ কালি নিৰ্ণয় কৰা।
Class 10 Maths Exercise 13.1 in Assamese
আপুনি যদি Class 10 Maths Exercise 13.1 in Assamese ৰ পৰা পঢ়িব বিচাৰে তেন্তে তলত দিয়া লিংকত ক্লিক কৰক।
3 thoughts on “Class 10 Maths Exercise 13.1 in Assamese”