Class 10 Maths Exercise 3.2 PDF in Assamese

আপুনি বাৰু Class 10 Maths Exercise 3.2 PDF in Assamese বিচাৰি ইয়ালৈ আহিছে নেকি বা আপুনি এইবাৰ HSLC Final Exam 2023 দিব নেকি তেন্তে এই লিখনিয়ে আপোনাক বিভিন্ন প্ৰকাৰৰ সহায় কৰিব বুলি আমি আশাবাদী।

Watch FREE Video Classes

আজিৰ আলোচনাত আমি Class 10 Maths Exercise 3.2 PDF in Assamese দিবলৈ প্ৰয়াস কৰিছো যত Assamese Medium Class 10 Maths Exercise 3.2 ৰ প্ৰতিটো প্ৰশ্নৰ সমাধান পাব।

Class 10 Maths Exercise 3.2 PDF in Assamese

Class 10 Maths Exercise 3.2 PDF in Assamese 2024

আমি যদি ভালদৰে লক্ষ্য কৰোঁ তেন্তে পাম যে Class 10 Maths Exercise 3.1 ত মুঠ 7 টা প্ৰশ্ন আছে । ইয়াত আমি পোনে পোনে প্ৰশ্ন কেইটা তলত উল্লেখ কৰিছো আৰু তাৰ সমাধান হিচাপে আমি Class 10 Maths Exercise 3.2 PDF in Assamese তলৰ লিংকত যোগান ধৰিব প্ৰয়াস কৰিছো।

Class 10 Maths Exercise 3.2 in Assamese

1. তলৰ সময়্যাবোৰত ৰৈখিক সমীকৰণ যেৰ গঠন কৰা আৰু লৈখিকভাৱে সেইবোৰৰ সমাধান উলিওৱা।
(i) এটা গণিত কুইজত দশম শ্ৰেণীৰ 10 জন ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিছিল। যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা উলিওৱা।
(ii) 5 ডাল পেঞ্চিল আৰু 7 টা পেনৰ দাম একেলগে 46 টকা। এডাল পেঞ্চিল আৰু এটা পেনৰ দাম উলিওৱা।

2. a1/a2, b1/b2 and c1/c2 – সমীকৰণৰ যোৰকেইটা বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিব, নে সমান্তাৰাল হ’ব নে লগ লগা, তাক নিৰ্ণয় কৰা।
(i) 5x – 4y + 8 = 0
7x + 6y – 9 = 0

(ii) 9x + 3y + 12 = 0
18x + 6y + 24 = 0

(iii) 6x – 3y +10 = 0
2x – y + 9 = 0

3. 6x – 3y +10 = 0আৰু 2x – y + 9 = 0 ৰৈখিক সমকীৰণৰ যোৰকেইটাই বুজৱা ৰেখা দুটাই সমান্তৰাল হ’ব ।
4. তলৰ কোনবোৰ ৰৈখিক সমীকৰণৰ যোৰ সংগত/অসংগত? যদি সংগত, লেখৰ সহায়ত সমাধান উলিওৱা।
(i) x + y = 5
2x + 2y = 10

(ii) x – y = 8
3x – 3y = 16

(iii) 2x + y – 6 = 0
4x – 2y – 4 = 0

(iv) 2x – 2y – 2 = 0
4x – 4y – 5 = 0

5. এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দীঘ 4 মিটাৰ বেছি। ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ। বাগিচাখনৰ দীঘ, প্ৰস্থ নিৰ্ণয় কৰা।
6. 2x + 3y – 8 = 0 ৰৈখিক সমীকৰণটো দিয়া আছে। দুটা চলকত অইন এটা ৰৈখিক সমীকৰণ নিৰ্ণয় কৰা যাতে এইদৰে গঠন হোৱা ৰৈখিক সমীকৰণৰ যোৰটোৰ জ্যামিতিক প্ৰদৰ্শনটো হ’ব 一
(i) কটাকটি ৰেখা
(ii) সমান্তৰাল ৰেখা
(ii) সমান্তৰাল ৰেখা

7. x – y + 1 = 0 আৰু 3x + 2y – 12 = 0 সমীকৰণ দুটাৰ লেখ অংকন কৰা। এই ৰেখা দুটাই x অক্ষৰ লগত কৰা ত্ৰিভূজটোৰ শীৰ্ষবিন্দুকেইটাৰ স্থানাংক উলিওৱা। ত্ৰিভূজীয় ক্ষেত্ৰটো প্ৰচ্ছাদিত কৰা।

Download PDF Solution

আপুনি যদি Class 10 Maths Exercise 3.2 PDF Assamese Medium ৰ পৰা পঢ়িব বিচাৰে তেন্তে তলত দিয়া লিংকত ক্লিক কৰক।

Class 10 Maths Exercise 3.2 PDF in Assamese

Leave a Comment