Class 10 Maths Exercise 4.4 PDF in Assamese

আপুনি বাৰু Class 10 Maths Exercise 4.4 PDF in Assamese বিচাৰি ইয়ালৈ আহিছে নেকি বা আপুনি এইবাৰ HSLC Final Exam দিব নেকি তেন্তে এই লিখনিয়ে আপোনাক বিভিন্ন প্ৰকাৰৰ সহায় কৰিব বুলি আমি আশাবাদী।

আজিৰ আলোচনাত আমি Class 10 Maths Exercise 4.4 PDF in Assamese দিবলৈ প্ৰয়াস কৰিছো যত Assamese Medium Class 10 Maths Exercise 4.4 ৰ প্ৰতিটো প্ৰশ্নৰ সমাধান পাব।

Class 10 Maths Exercise 4.4 PDF in Assamese ত কি কি প্ৰশ্ন আছে ?

আমি যদি ভালদৰে লক্ষ্য কৰোঁ তেন্তে পাম যে Class 10 Maths Exercise 4.4 ত মুঠ 5 টা প্ৰশ্ন আছে । ইয়াত আমি পোনে পোনে প্ৰশ্ন কেইটা তলত উল্লেখ কৰিছো আৰু তাৰ সমাধান হিচাপে আমি Class 10 Maths Exercise 4.4 PDF in Assamese তলৰ লিংকত যোগান ধৰিব প্ৰয়াস কৰিছো।

Class 10 Maths Exercise 4.4 in Assamese

1. তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা। যদি বাস্তৱ মূল থাকে তেন্তে সেইবোৰ উলিওৱা।
(i) 2×2 – 3x + 5 = 0
(ii) 3×2 – 4√3x + 4 = 0
(iii) 2×2 – 6x + 3 = 0
(iv) 9×2 – 6x + 1 = 0
(v) 3×2 – 5x + 12 = 0
(vi) x2 + x + 1 = 0
(vii) x2 – 2√3x – 9 = 0

2. তলৰ দ্বিঘাত সমীকৰণবোৰৰ প্ৰতিটোৰে ক্ষেত্ৰত k ৰ মান উলিওৱা, যাতে সিহঁতৰ দুটাকৈ বাস্তৱ মূল থাকে।
(i) 2×2 + kx + 3 = 0
(ii) kx(x – 2) + 6 = 0
(iii) x2 – (k + 4)x + 2k + 5 = 0
(iv) 2×2 + 8x – k3 = 0
(v) (k – 3)x2 + 2(k – 1)x + 2 = 0
(vi) (k – 12)x2 + 2(k – 12)x + 2 = 0

3. প্ৰস্থতকৈ দীঘ দুগুণ হোৱাকৈ এখন আয়তাকাৰ আমৰ বাগিছাৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ’বনে যাতে ইয়াৰ কালি 800 বৰ্গমিটাৰ হয়? যদি সম্ভৱ, ইয়াৰ দীঘ আৰু প্ৰস্থ উলিওৱা।

4. তলৰ পৰিস্থিতিটো সম্ভৱ হয়নে? যদি হয়, তেওঁলোকৰ বৰ্তমান বয়স নিৰ্ণয় কৰা।
দুজন বন্ধুৰ বয়সৰ সমষ্টি 20 বছৰ। চাৰি বছৰ আগতে তেওলোকৰ বয়সৰ পূৰণফল আছিল 48।

5. পৰিসীমা 80 মিটাৰ আৰু কালি 400 বৰ্গমিটাৰ হোৱাকৈ এখন আয়তাকাৰ উদ্যানৰ চানেকি কৰাটো সম্ভৱনে? যদি হয়, ইয়াৰ দীঘ আৰু প্ৰস্থ উলিওৱা।

Class 10 Maths Exercise 4.4 PDF in Assamese

আপুনি যদি Class 10 Maths Exercise 4.4 PDF Assamese Medium ৰ পৰা পঢ়িব বিচাৰে তেন্তে তলত দিয়া লিংকত ক্লিক কৰক।

Class 10 Maths Exercise 4.4 PDF in Assamese

প্ৰত্যুত্তৰ দিয়ক