Class 10 Assamese তথা অসমীয়া মাধ্যমৰ দশম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে সম্পূৰ্ণ PDF Notes ৰ যোগান ধৰাৰ উপৰিও ইয়াত Assamese Medium ৰ আন আন বিষয় সমূহৰ সম্পূৰ্ণ সমাধান পোৱা যায়।
অসমীয়া মাধ্যমৰ MIL (Modern Indian Language) ৰ পদ্য, গদ্য আৰু ব্যাকৰণৰ সকলো বিষয় যি Board of Secondary Education অৰ্থাৎ SEBA ৰ পৰীক্ষাৰ বাবে প্ৰয়োজন আছে সকলো ইয়াত আপুনি বিনামূলীয়া বাবে পাব।
Class 10 Assamese ত বৰ্তমান বাধ্যতামূলক হিচাপে ৫ টা পদ্য আৰু ৭ টা গদ্য দিয়াৰ ওপৰিও বৈকল্পিক হিচাপে Class 10 Assamese ত ২ টা পদ্যাংশ আৰু ২ টা গদ্যাংশ দিয়া আছে।
আমি ওপৰত উল্লেখ কৰা পদ্যাংশ আৰু গদ্যাংশ মুঠ ১৬ অধ্যায়ৰ সম্পূৰ্ণ PDF Notes আমি তলৰ লিংকত দি দিছোঁ। আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি তাত ক্লিক কৰি কোনো অসুবিধা নহুৱাকৈ ডাউনলোড কৰিব পাৰিব।
ইয়াৰ উপৰিও যদি আপোনাৰ বুজিব লগা কিবা আছে তেন্তে আমাৰ Assamese Medium Facebook Page ক Follow কৰি তাত আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমি অতি সোনকালেই আপোনাৰ প্ৰতিটো সমস্যাৰ সমাধান দিবলৈ যত্ন কৰিম।

Class 10 Assamese (MIL) ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত আমি সমাধান কৰি আছো, আশা কৰো অতি সোনকালেই আপোনালোকে পাব। তাৰ উপৰিও আমি প্ৰয়াস কৰি আছো Class 10 Assamese ৰ বাবে আগন্তুক HSLC 2023 ৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে যোগান ধৰিব। ইয়াৰ বাবে আমাৰ শিক্ষক সকলৰ বহুত কষ্ট কৰি আছে। আপোনালোকে যদি কিছু প্ৰশ্ন উত্তৰ যোগান ধৰিব পাৰে তেন্তে আমাৰ কাৰণে আৰু অলপ সুবিধা হব।
Class 10 Assamese Question Answer [Full Course]
Chapter 1 | বৰগীত প্ৰশ্ন উত্তৰ | |
Chapter 2 | জিকিৰ প্ৰশ্ন উত্তৰ | |
Chapter 3 | প্ৰশস্তি প্ৰশ্ন উত্তৰ | |
Chapter 4 | মই অসমীয়া প্ৰশ্ন উত্তৰ | |
Chapter 5 | দৃশ্যান্তৰ প্ৰশ্ন উত্তৰ | |
Chapter 6 | ছাত্ৰ জীৱন আৰু সমাজ সেৱা প্ৰশ্ন উত্তৰ | |
Chapter 7 | ভাৰতীয় সংস্কৃতি প্ৰশ্ন উত্তৰ | |
Chapter 8 | অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি প্ৰশ্ন উত্তৰ | |
Chapter 9 | ইণ্টাৰনেটৰ তিতা মিঠা প্ৰশ্ন উত্তৰ | |
Chapter 10 | অৰুণিমা সিনহা প্ৰশ্ন উত্তৰ | |
Chapter 11 | অৰণ্যযাত্ৰা প্ৰশ্ন উত্তৰ | |
Chapter 12 | পাৰস্যত এভুমিকি প্ৰশ্ন উত্তৰ | |
Chapter 13 | কানাইৰ চতুৰী প্ৰশ্ন উত্তৰ | |
Chapter 14 | ধৰ ঝাৰু ধৰ ভাই প্ৰশ্ন উত্তৰ | |
Chapter 15 | বিষাদ যোগ প্ৰশ্ন উত্তৰ | |
Chapter 16 | প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰশ্ন উত্তৰ |
ওপৰত উল্লেখ কৰা প্ৰতিটো অধ্যায়ৰ সম্পূৰ্ণ সাৰাংশ, শব্দ-অৰ্থ, পাঠ্য পুথিৰ প্ৰশ্ন উত্তৰ আৰু অতিৰিক্ত প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিছোঁ। আপোনাৰ প্ৰয়োজন অনুসৰি পঢ়িব পাৰে।
Class 10 English Question Answer
A Letter To God Question Answer | |
Nelson Mandela Question Answer | |
Two Stories about Flying His First Flight Question Answer | |
Two Stories about Flying Black Aeroplane Question Answer | |
From The Diary Of Anne Frank Question Answer | |
The Hundred Dresses-I Question Answer | |
The Hundred Dresses-II Question Answer | |
A Baker From Goa Question Answer | |
Coorg Question Answer | |
Tea From Assam Question Answer | |
Mijbil The Otter Question Answer | |
Madam Rides The Bus Question Answer | |
The Sermon At Benaras Question Answer | |
The Proposal Question Answer |
Class 10 Maths Assamese Medium
- বাস্তৱ সংখ্যা – Full Chapter Solution
- বহুপদ – Full Chapter Solution
- দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ – Full Chapter Solution
- দ্বিঘাত সমীকৰণ – Full Chapter Solution
- সমান্তৰ প্ৰগতি – Full Chapter Solution
- ত্ৰিভুজ – Full Chapter Solution
- স্থানাংক জ্যামিতি – Full Chapter Solution
- ত্ৰিকোণমিতিৰ পৰিচয় – Full Chapter Solution
- ত্ৰিকোণমিতিৰ কিছু প্ৰয়োগ – Full Chapter Solution
- বৃত্ত – Full Chapter Solution
- অংকন – Full Chapter Solution
- বৃত্ত সমন্ধীয় কালি – Full Chapter Solution
- পৃষ্টকালি আৰু আয়তন – Full Chapter Solution
- পৰিসংখ্যা – Full Chapter Solution
- সম্বাৱিতা – Full Chapter Solution
Class 10 Science Assamese Medium
ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ – প্ৰশ্ন উত্তৰ | |
এচিড ক্ষাৰ আৰু লৱণ – প্ৰশ্ন উত্তৰ | |
ধাতু আৰু অধাতু – প্ৰশ্ন উত্তৰ | |
কাৰ্বন আৰু তাৰ যৌগ – প্ৰশ্ন উত্তৰ | |
মৌলৰ পৰ্যাবৃত্ত তালিকা – প্ৰশ্ন উত্তৰ | |
জীৱন প্ৰক্ৰিয়া – প্ৰশ্ন উত্তৰ | |
নিয়ন্ত্ৰণ আৰু সমন্বয় – প্ৰশ্ন উত্তৰ | |
জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে? – প্ৰশ্ন উত্তৰ | |
বংশগতি আৰু ক্ৰমবিকাশ – প্ৰশ্ন উত্তৰ | |
পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ – প্ৰশ্ন উত্তৰ | |
মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী – প্ৰশ্ন উত্তৰ | |
বিদ্যুৎ – প্ৰশ্ন উত্তৰ | |
বিদ্যুৎ – প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া – প্ৰশ্ন উত্তৰ | |
শক্তিৰ উৎসসমূহ – প্ৰশ্ন উত্তৰ | |
আমাৰ পৰিৱেশ – প্ৰশ্ন উত্তৰ | |
প্ৰাকৃতিক পৰিৱেশৰ ব্যৱস্থাপনা – প্ৰশ্ন উত্তৰ |
Class 10 Social Science Assamese Medium
Class 10 Political Science (ৰাজনীতি বিজ্ঞান)
Class 10 Geography (ভূগোল )
Class 10 Economics (অৰ্থনীতি বিজ্ঞান)
Class 10 History (ইতিহাস বা বুৰঞ্জী)
- বংগ বিভাজন আৰু স্বদেশী আন্দোলন
- মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম
- অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ
- ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
- ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য