Class 10 Assamese | অসমীয়া দশম মান

Class 10 Assamese তথা অসমীয়া মাধ্যমৰ দশম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে সম্পূৰ্ণ PDF Notes ৰ যোগান ধৰাৰ উপৰিও ইয়াত Assamese Medium ৰ আন আন বিষয় সমূহৰ সম্পূৰ্ণ সমাধান পোৱা যায়।

অসমীয়া মাধ্যমৰ MIL (Modern Indian Language) ৰ পদ্য, গদ্য আৰু ব্যাকৰণৰ সকলো বিষয় যি Board of Secondary Education অৰ্থাৎ SEBA ৰ পৰীক্ষাৰ বাবে প্ৰয়োজন আছে সকলো ইয়াত আপুনি বিনামূলীয়া বাবে পাব।

Class 10 Assamese ত বৰ্তমান বাধ্যতামূলক হিচাপে ৫ টা পদ্য আৰু ৭ টা গদ্য দিয়াৰ ওপৰিও বৈকল্পিক হিচাপে Class 10 Assamese ২ টা পদ্যাংশ আৰু ২ টা গদ্যাংশ দিয়া আছে।

আমি ওপৰত উল্লেখ কৰা পদ্যাংশ আৰু গদ্যাংশ মুঠ ১৬ অধ্যায়ৰ সম্পূৰ্ণ PDF Notes আমি তলৰ লিংকত দি দিছোঁ। আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি তাত ক্লিক কৰি কোনো অসুবিধা নহুৱাকৈ ডাউনলোড কৰিব পাৰিব।

ইয়াৰ উপৰিও যদি আপোনাৰ বুজিব লগা কিবা আছে তেন্তে আমাৰ Assamese Medium Facebook PageFollow কৰি তাত আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমি অতি সোনকালেই আপোনাৰ প্ৰতিটো সমস্যাৰ সমাধান দিবলৈ যত্ন কৰিম।

Class 10 Assamese (MIL) ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত আমি সমাধান কৰি আছো, আশা কৰো অতি সোনকালেই আপোনালোকে পাব। তাৰ উপৰিও আমি প্ৰয়াস কৰি আছো Class 10 Assamese ৰ বাবে আগন্তুক HSLC 2023 ৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে যোগান ধৰিব। ইয়াৰ বাবে আমাৰ শিক্ষক সকলৰ বহুত কষ্ট কৰি আছে। আপোনালোকে যদি কিছু প্ৰশ্ন উত্তৰ যোগান ধৰিব পাৰে তেন্তে আমাৰ কাৰণে আৰু অলপ সুবিধা হব।

Class 10 Assamese All Chapters [ Question Answers]