Class 10 Assamese Chapter 14 Question Answer PDF

আপুনি বাৰু অসমীয়া মাধ্যমৰ শিক্ষাৰ্থী নেকি? আপুনি Class 10 Assamese Chapter 14 Question Answer PDF বিচাৰি ইয়ালৈ আহিছে নেকি তেন্তে চিন্তাৰ কোনো কাৰণ নাই।

Assamese Medium – একমাত্ৰ ডিজিটেল মাধ্যম যত আপুনি Class 10 Assamese ৰ প্ৰতিটো অধায়ৰ PDF Notes বিনামূল্যত পাব।

আজি আমি আপোনাৰ বাবে Class 10 Assamese Chapter 14 Question Answer PDF লৈ আহিছোঁ। আপুনি তলত দিয়া লিংকৰ পৰা এই Class 10 Assamese Chapter 14 Question Answer PDF পঢ়িব পাৰিব।

আপুনি যদি এই PDF পঢ়ে তেন্তে নিশ্চয় আগন্তুক HSLC Final Exam ত “ধৰ ঝাৰু ধৰ ভাই” অধ্যায়ৰ পৰা সম্পূৰ্ণ প্ৰশ্ন উত্তৰ কৰিব পাৰিব।

Class 10 Assamese Chapter 14 Question Answer

অতি চমু প্ৰশ্ন

১) (ক) অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হয় ?
(খ) সাতামপুৰুষীয় ‘ সোণৰ চোতাল-ঘৰ ‘ কিহৰে পোত খাই আছে বুলি কবিয়ে কৈছে ?
(গ) জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে ?
(ঘ) কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কিহৰে ভৰি পৰিল বুলিছে ?

2) ‘হ’ল এৱে তোৰ সময় হ’বৰ
জাতিৰ ঝাড়ুদাৰ যে ভাই ৷ ‘
-ইয়াত কবিয়ে কি কাৰণে ‘ জাতিৰ ঝাড়ুদাৰ ‘ হোৱাৰ সময় হ’লহি বুলি সকীয়াই দিছে ?

৩) ‘নহ’লে যে বিশ্ব সভাত
নহ’ব তোৰ বহাৰ ঠাই ৷ ‘
— বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে ?

৪) ‘ধৰ ঝাডু ধৰ ভাই ‘ — কবিতাটিৰ মূলভাৱ লিখা ৷

ব্যাখ্যা কৰা –

৫) ক) হিংসা -দ্বেষৰ , ভেদাভেদৰ ,
ঘৃণা – ঘৃণি স্বাৰ্থ ভেমৰ
কত যে কি মলি-মামৰ
ভৰি জাতিৰ জীৱন যায় ৷
খ) ধৰ ঝাডু ধৰ ভাই ৷
আৰু চাবৰ সময় নাই —
চাই থাকোঁতে মুখত কেৱল
ভৰিল কাজল -ছাই ৷

৬) ‘ধৰ ঝাডু ধৰ ভাই’ —কবিতাটিৰ মাজেৰে কবি ৰায়চৌধুৰীৰ স্বদেশপ্ৰেমৰ ভাব কিদৰে প্ৰকাশ পাইছে লিখা ৷

ভাষা বিষয়ক প্ৰশ্নৰ উত্তৰ

১) বাক্য ৰচনা কৰা: হীনে –ঘিণে, ধাৰে – ঋণে, ঘৃণা-ঘৃণি, জাহি –জাবৰ, সাৰি –পুছি, মলি -মামৰ
২) শব্দবোৰৰ মূৰ্ধন্য ‘ ণ ‘ হোৱাৰ কাৰণ দৰ্শোৱা: ঘৃণা, ঋণ
৩) বিপৰীত শব্দ লিখা: ঘৃণা, স্ৱাৰ্থ, জীৱন, বীৰ

কি কি আছে Class 10 Assamese Chapter 14 Question Answer PDF ত?

লিংকত দিয়া Class 10 Assamese Chapter 14 Question Answer PDF Note ত আমি ধৰ ঝাৰু ধৰ ভাই সাৰাংশ বা মূলভাৱ, পাঠ্যপুথিৰ অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, ব্যাখ্যা কৰা আদি আলোচনা কৰা হৈছে।

ইয়াৰ ওপৰিও Class 10 Assamese Chapter 14 Question Answer PDF ত আমি আপোনাৰ সুবিধাৰ বাবে অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিছো লগতে ধৰ ঝাৰু ধৰ ভাই নামৰ অধ্যায়ৰ ভাষা বিষয়ক প্ৰশ্ন উত্তৰ ইয়াত সন্নিবিষ্ট কৰাৰ প্ৰয়াস কৰিছো। আশা কৰোঁ আপোনালোকে পঢ়িলে নিশ্চয় উপকৃত হব।

Class 10 Assamese Chapter 14 Question Answer PDF

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment