Class 10 Assamese Chapter 13 Question Answer PDF

আপুনি বাৰু অসমীয়া মাধ্যমৰ শিক্ষাৰ্থী নেকি? আপুনি Class 10 Assamese Chapter 13 Question Answer PDF বিচাৰি ইয়ালৈ আহিছে নেকি তেন্তে চিন্তাৰ কোনো কাৰণ নাই।

Assamese Medium – একমাত্ৰ ডিজিটেল মাধ্যম যত আপুনি Class 10 Assamese ৰ প্ৰতিটো অধায়ৰ PDF Notes বিনামূল্যত পাব।

আজি আমি আপোনাৰ বাবে Class 10 Assamese Chapter 13 Question Answer PDF লৈ আহিছোঁ। আপুনি তলত দিয়া লিংকৰ পৰা এই Class 10 Assamese Chapter 13 Question Answer PDF পঢ়িব পাৰিব।

আপুনি যদি এই PDF পঢ়ে তেন্তে নিশ্চয় আগন্তুক HSLC Final Exam ত “কানাইৰ চতুৰী” অধ্যায়ৰ পৰা সম্পূৰ্ণ প্ৰশ্ন উত্তৰ কৰিব পাৰিব।

অতি চমু প্ৰশ্ন কানাইৰ চতুৰী : Class 10 Assamese Chapter 13 Question

ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল ?
খ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল ?
গ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল ?
ঘ) কপিল মুনিৰ মাতৃ কোন আছিল ?
ঙ) কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল ?

বহল প্ৰশ্ন কানাইৰ চতুৰী: Class 10 Assamese Chapter 13 Question

২) তথাপি তোহাক দেখন্তে ডৰত
উৰি যায় মোৰ জীউ।
– এইষাৰ কাৰ উক্তি? কাক দেখি তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা।
৩) মোহিনী স্বৰূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম।
– কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল ? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কার্য সাধন কৰিছিল, খৰচি মাৰি লিখা।
৪) মাকৰ কি গুণৰ কথা কবলৈ কৃষ্ণৰ লাজ লাগে বুলি কৈছিল, কথাখিনি তােমাৰ নিজৰ কথাৰে বহলাই লিখা।
৫) চমু টোকা লিখাঃ ক) বামন খ) দেৱহুতি গ) কপিল ঘ) শ্ৰীধৰ কন্দলি ঙ) দৈৱকী
৭) কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কার্য সাধন কৰিছিল পাঠৰ আলমত বর্ণনা কৰা।
৮) কবিতাটোত কাঠ–বাঁজী’ বুলি কাক কৈছে? ইয়াৰ অর্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে ?
৯) তাৎপর্য ব্যাখ্যা
ক) কাঠ–বাঁজি বুলি জগতে হাসয়
দেখিলে সুমৰে হৰি।
মই আহি তোৰ ঘৰে পুত্ৰ ভৈলো
সিটো দুখ দূৰ কৰি।।
খ) মোহিনী স্বৰূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম।
তোমাৰ ঘৰে আসি বৰ যশ পাইলো
লৈলো দধিচোৰ নাম।৷
গ) মই নাৰায়ণ জগত কাৰণ
তুমি গোৱালৰ জীউ।
তথাপি তোহাক দেখন্তে ডৰত
উৰিয়ায় মোৰ জীউ।।
১0) শব্দবােৰৰ আধুনিক ৰূপ লিখা: আসি , খেড়ি , পুহাইল , নুজুৰাই , হন্তে , বিশুটিয়া
১2) শব্দকেইটাৰ লিংগ পৰিৱৰ্তন কৰা: সুন্দৰী , মাতৃ , মামা

কি কি আছে Class 10 Assamese Chapter 13 Question Answer PDF ত?

লিংকত দিয়া Class 10 Assamese Chapter 13 Question Answer PDF Note ত আমি কানাইৰ চতুৰী সাৰাংশ বা মূলভাৱ, পাঠ্যপুথিৰ অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, ব্যাখ্যা কৰা আদি আলোচনা কৰা হৈছে।

ইয়াৰ ওপৰিও Class 10 Assamese Chapter 13 Question Answer PDF ত আমি আপোনাৰ সুবিধাৰ বাবে অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিছো লগতে কানাইৰ চতুৰী নামৰ অধ্যায়ৰ ভাষা বিষয়ক প্ৰশ্ন উত্তৰ ইয়াত সন্নিবিষ্ট কৰাৰ প্ৰয়াস কৰিছো। আশা কৰোঁ আপোনালোকে পঢ়িলে নিশ্চয় উপকৃত হব।

Class 10 Assamese Chapter 13 Question Answer PDF

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment