Class 10 Assamese Chapter 12 Question Answer PDF

আপুনি বাৰু অসমীয়া মাধ্যমৰ শিক্ষাৰ্থী নেকি? আপুনি Class 10 Assamese Chapter 12 Question Answer PDF বিচাৰি ইয়ালৈ আহিছে নেকি তেন্তে চিন্তাৰ কোনো কাৰণ নাই।

আজি আমি আপোনাৰ বাবে Class 10 Assamese Chapter 12 Question Answer PDF লৈ আহিছোঁ। আপুনি তলত দিয়া লিংকৰ পৰা এই Class 10 Assamese Chapter 11 Question Answer PDF পঢ়িব পাৰিব।

Assamese Medium – একমাত্ৰ ডিজিটেল মাধ্যম যত আপুনি Class 10 Assamese ৰ প্ৰতিটো অধায়ৰ PDF Notes বিনামূল্যত পাব। আপুনি যদি এই PDF পঢ়ে তেন্তে নিশ্চয় আগন্তুক HSLC 2023 Final Exam ত “পাৰস্যত এভুমিকি” অধ্যায়ৰ পৰা সম্পূৰ্ণ প্ৰশ্ন উত্তৰ কৰিব পাৰিব।

অতি চমু প্ৰশ্ন পাৰস্যত এভুমিকি : Class 10 Assamese Chapter 12 Question

ক) লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটে কত অৱস্থিত?
খ) বুশ্বেৰ কি?
গ) বুশ্বেৰত হেলিকপ্টাৰৰ পৰানমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল ?
ঘ) বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰত্বপূর্ণ বুলিছে?
ঙ) লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে?
চ) মেহদি আৰু ঘাছেম কোন?
ছ) মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি?
জ) ভেংকি ক’ত থাকে?
ঝ) ভেংকিয়ে কি কৰে?
ঞ) আবুজাৰ কোন?
ট) ‘আগা’ শব্দৰ অর্থ কি?
ঠ) পোনতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পষ্ঠপোষক কোন আছিল?
ড) ইৰাণে কেতিয়া ইছলামিক গণতন্ত্র হিচাপেস্বীকৃতি লাভ কৰে?
ঢ) ইৰাণৰ ইছলামিক গণতন্ত্র প্রতিষ্ঠাতা কোন?
ণ) ইৰাণৰ কোনটো বিষয়ে লিখকৰ কৌতুহল বৃদ্ধি কৰিছিল?
ত) ইৰাণৰ ৰাজধানীৰ নাম কি? [H.S.L.C. 2016]
থ) টেহৰাণত বিমান বন্দৰ কেইটা?
দ) লেখক থকা টেহৰাণৰ হোটেলখনৰ নাম কি?
ধ) ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্র কেনেকুৱা শিলাস্তৰত অৱস্থিত?
ন) স্লামবাজাৰ কি?
প) ইৰাণীসকলে নৱবৰ্ষক কি বোলে?
ফ) বেহেস্ট-ইজাহৰা কি?
ভ) শ্বিৰীন ইবাডি কোন?
ব) চেনী কোনে আৱিস্কাৰ কৰিছিল?
ম) লেখক ইনলৈ কি দায়িত্ব লৈ গৈছিল?
য)ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰনাম কি?
ৰ) ‘কে’ ৰ অর্থ কি?

বহল প্ৰশ্ন পাৰস্যত এভুমিকি: Class 10 Assamese Chapter 12 Question

২। জাগ্ৰছ পর্বতমালাৰ বিষয়ে তেমাৰ পাঠ্যপুথিৰ সহায়ত লিখা বা ইৰাণৰ ভূতত্বৰ বিষয়ে লিখা।
৩। ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা।
৪। ইৰাণৰ বিমান বন্দৰ কেইটা কি কি আৰু কোন কোন স্থানত?
৫। টেহৰাণৰ প্রাকৃতিক অৱস্থা কেনেকুৱা লিখা।
৬। স্লামবার্জাৰ কোম্পানীৰ কার্যালয় ক’ত ক’ত আছে?
৭। তেলৰ বাবে চলোৱা খনন কার্যত মাডলিং আহিলাসমূহৰ ভূমিকা কি?
৮। বুশ্বেৰ চহৰৰ এটি বিৱৰণ দিয়া।
৯। ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা।
১০। ইৰাণীসকলৰ নৱবর্ষ উৎসৱৰ বিৱৰণ দিয়া।[H.S.L.C.2016]
১১। বেহেষ্ট-ই- জাহাৰাৰ লগত টেহৰাণবাসীৰ সম্পর্ক বিষয়ে লিখা। [H.S.L.C.2018]
১২। শ্বিৰীণইবাড়ি কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা।

ভাষা -বিষয়ক প্ৰশ্ন: পাৰস্যত এভুমিকি Class 10 Assamese Chapter 12 Question

১৪। তলত দিয়া শব্দ কেইটাৰ প্ৰতীকি অর্থ কি? – ছবজে, ছামানু, ছিব, জেনেজেভ, ছিৰ, চমাক, ছেৰকেই।

কি কি আছে Class 10 Assamese Chapter 12 Question Answer PDF ত?

ওপৰৰ লিংকত দিয়া Class 10 Assamese Chapter 12 Question Answer PDF Note ত আমি পাৰস্যত এভুমিকি সাৰাংশ বা মূলভাৱ, পাঠ্যপুথিৰ অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, ব্যাখ্যা কৰা আদি আলোচনা কৰা হৈছে।

ইয়াৰ ওপৰিও Class 10 Assamese Chapter 12 Question Answer PDF ত আমি আপোনাৰ সুবিধাৰ বাবে অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিছো লগতে অৰুণিমা সিনহা নামৰ অধ্যায়ৰ ভাষা বিষয়ক প্ৰশ্ন উত্তৰ ইয়াত সন্নিবিষ্ট কৰাৰ প্ৰয়াস কৰিছো। আশা কৰোঁ আপোনালোকে পঢ়িলে নিশ্চয় উপকৃত হব।

Class 10 Assamese Chapter 12 Question Answer PDF

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment