Class 10 Assamese Chapter 15 Question Answer PDF

আপুনি বাৰু অসমীয়া মাধ্যমৰ শিক্ষাৰ্থী নেকি? আপুনি Class 10 Assamese Chapter 15 Question Answer PDF বিচাৰি ইয়ালৈ আহিছে নেকি তেন্তে চিন্তাৰ কোনো কাৰণ নাই।

Assamese Medium – একমাত্ৰ ডিজিটেল মাধ্যম যত আপুনি Class 10 Assamese ৰ প্ৰতিটো অধায়ৰ PDF Notes বিনামূল্যত পাব।

আজি আমি আপোনাৰ বাবে Class 10 Assamese Chapter 15 Question Answer PDF লৈ আহিছোঁ। আপুনি তলত দিয়া লিংকৰ পৰা এই Class 10 Assamese Chapter 15 Question Answer PDF পঢ়িব পাৰিব।

আপুনি যদি এই PDF পঢ়ে তেন্তে নিশ্চয় আগন্তুক HSLC Final Exam ত “বিষাদ যোগ” অধ্যায়ৰ পৰা সম্পূৰ্ণ প্ৰশ্ন উত্তৰ কৰিব পাৰিব।

Class 10 Assamese Chapter 15 Question Answer

চমু প্ৰশ্ন উত্তৰ

ক) মহাৰথী কাক বোলে?
খ) কৌৰৱৰ বিশিষ্ট সেনাপতি সকলৰ নাম লিখা?
গ) সেনাপতি ভীস্মৰ যুদ্ধোৎসব দেখি কি কি ৰণবদ্যৰ মহাশব্দ হৈছিল?
ঘ) আততায়ী কাক বোলে?
(ঙ) কুলক্ষয় দোষ কি?

২) তোমাৰ পাঠটোত উল্লেখ কৰা অনুসৰি পাণ্ডবসকলৰ যুদ্ধোৎসবৰ বিষয়ে লিখা?
৩) অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল?
৪) অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পাই শ্ৰীকৃষ্ণক কি কলে তোমাৰ নিজৰ কথাৰে লিখা।
৫। কুলক্ষয় পেষক কিয় মহাপাপ বোলা হৈছে? আলোচনা কৰা।
৬) “জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য বুলি ধনুষৰ এৰি কম্পিত হৈলো ……. “এইদৰে কোনে কাক কৈছে? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা।
৭) ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্য সমূহ উল্লেখ কৰা।

ভাষা বিষয়ক প্ৰশ্ন উত্তৰ

১) শব্দ বোৰ একোটাকৈ সমাৰ্থক শব্দ লিখা: নিপুণ, সমীপ, বিস্তৰ, সহশ্ৰ, সদৃশ, বাদ্য, কৰ-চৰম, শ্ৰুতি, চৰ্ম, বিমঙ্গল, বান্ধব
2) তলত দিয়া শব্দ কেইটাৰ আধুনিক ৰূপ লিখা : হয়া, কহা, চক্ষু, কৰিলো, চঞো, মঞি, বুলিনা, খাস, ফুঞ্চিলা , বাইলা, ৰহিবে, ৰহো।

অতিৰিক্ত প্ৰশ্ন

১) ভট্টদেৱৰ সম্পূৰ্ণ নাম কি?
২) ভট্টদেৱৰ পিতৃ মাতৃ ৰ নাম কি?
৩) ভট্টদেৱে কাৰ্ ওচৰত শৰণ লৈছিল?
৪) ভট্টদেৱে আগতে কোন খন ভগৱত ভাঙনি কৰিছিল?
৫) ভট্টদেৱৰ ৰছিত দুখন গ্ৰন্থৰ নাম লিখা?
৬) ভট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে কি কি উপাধি পাইছিল?
৭) ধৃষ্টদুন্ন কাৰ পুত্ৰ আাছিল?
৮) সুভদ্ৰাৰ পুত্ৰৰ নাম কি আছিল?
৯) পাণ্ডৱসকলৰ পিতৃৰ নাম্ কি আাছিল?
১০) ‘ বিষাদ যোগ’ পাঠটোৰ কৰ পৰা লোৱা হৈছে?
১১) কৃষ্ণৰ্জ্জু্নে কিহত উঠি সংঙ্খ বজাইছিল?
১২) কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত কৃষ্ণই বজোৱা সংঙ্খ টোৰ নাম কি আছিল?
১৩) পাণ্ডু পুত্ৰ পঞ্চ পাণ্ডৱৰ নাম কি?

কি কি আছে Class 10 Assamese Chapter 15 Question Answer PDF ত?

লিংকত দিয়া Class 10 Assamese Chapter 15 Question Answer PDF Note ত আমি বিষাদ যোগ সাৰাংশ বা মূলভাৱ, পাঠ্যপুথিৰ অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, ব্যাখ্যা কৰা আদি আলোচনা কৰা হৈছে।

ইয়াৰ ওপৰিও Class 10 Assamese Chapter 15 Question Answer PDF ত আমি আপোনাৰ সুবিধাৰ বাবে অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিছো লগতে বিষাদ যোগ নামৰ অধ্যায়ৰ ভাষা বিষয়ক প্ৰশ্ন উত্তৰ ইয়াত সন্নিবিষ্ট কৰাৰ প্ৰয়াস কৰিছো। আশা কৰোঁ আপোনালোকে পঢ়িলে নিশ্চয় উপকৃত হব।

Class 10 Assamese Chapter 15 Question Answer PDF

Leave a Comment