ADVERTISEMENT

Class 10 Assamese Chapter 16 Question Answer PDF

আপুনি বাৰু অসমীয়া মাধ্যমৰ শিক্ষাৰ্থী নেকি? আপুনি Class 10 Assamese Chapter 16 Question Answer PDF বিচাৰি ইয়ালৈ আহিছে নেকি তেন্তে চিন্তাৰ কোনো কাৰণ নাই।

Assamese Medium – একমাত্ৰ ডিজিটেল মাধ্যম যত আপুনি Class 10 Assamese ৰ প্ৰতিটো অধায়ৰ PDF Notes বিনামূল্যত পাব।

আজি আমি আপোনাৰ বাবে Class 10 Assamese Chapter 16 Question Answer PDF লৈ আহিছোঁ। আপুনি তলত দিয়া লিংকৰ পৰা এই Class 10 Assamese Chapter 16 Question Answer PDF পঢ়িব পাৰিব।

আপুনি যদি এই PDF পঢ়ে তেন্তে নিশ্চয় আগন্তুক HSLC Final Exam ত “প্রাচীন ভাৰতীয় শিক্ষা” অধ্যায়ৰ পৰা সম্পূৰ্ণ প্ৰশ্ন উত্তৰ কৰিব পাৰিব।

Class 10 Assamese Chapter 16 Question Answer

চমু প্ৰশ্ন উত্তৰ

ক) তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা ।
খ) তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্র আহিছিল ?
গ) নাগার্জুন কোন ? ক‘ত আছিল আৰু কি কৰিছিল ?
ঘ) উদান্তপুৰী বিশ্ববিদ্যালয়ত কি সম্পদ কোনে , কেতিয়া ধ্বংস কৰিলে ?
ঙ) নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্রক কামৰূপ ৰাজ্যলৈ নিমন্ত্রণ কৰা হৈছিল ? নিমন্ত্রণ কৰা ৰজাজন কোন ?
চ) কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলনক্ষেত্র আছিল ?

ADVERTISEMENT
ADVERTISEMENT

বহল প্ৰশ্ন উত্তৰ

২। ‘প্রাচীন ভাৰতীয় শিক্ষা’ পাঠটিৰ কথাখিনি চমুকৈ লিখা ।
৩। প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয় বিলাকৰ চমু পৰিচয় দিয়া ।
৪। আর্য শিক্ষাৰ কলাবিদ্যা কিমানটা ? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয় সমূহত আর্যশিক্ষাৰ কলা বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল ?
৫। আজিকালিৰ শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পার্থক্য কথা বহলাই আলােচনা কৰা।
৬) `প্ৰাচীন ভাৰতীয় শিক্ষা’ প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা।

চমু টোকা: ক ) তক্ষশীলা বিশ্ববিদ্যালয় , খ) বিক্রমশীলা বিশ্ববিদ্যালয় , গ) নালন্দা বিশ্ববিদ্যালয়

ভাব- বিষয়ক প্ৰশ্ন উত্তৰ

১) বাক্য ৰচনা কৰা:- স্বাধীন চিন্তা, জ্যোতিষশাস্ত্ৰ, পোৰা মাটি, বাহিৰে- ভিতৰে
২) তলৰ শব্দকেইটাৰ সন্ধি ভাঙা :- শিক্ষাগাৰ, বিদ্যালয়, পুৰুষাৰ্থ।

অতিৰিক্ত প্ৰশ্ন উত্তৰ

১) হেমচন্দ্ৰ গোস্বামী দেৱে কিমান চনত আৰু কত জন্মগ্ৰহণ কৰিছিল?
২) হেমচন্দ্ৰ গোস্বামীদেৱৰ পিতৃৰ নাম কি আছিল?
৩) হেমচন্দ্ৰ গোস্বামীদেৱে কোনখন সভাৰ সভাপতি হৈছিল আৰু কিমান চনত হৈছিল?
৪) হেমচন্দ্ৰ গোস্বামীদেৱৰ কিমান চনত মৃত্যু হয়?
৫) আৰ্য শিক্ষাৰ মূলমন্ত্ৰ কি?
৬) প্ৰত্যেক মানুহৰ কেইবিধ পুৰুষাৰ্থ থাকে আৰু কি কি?
৭) বুদ্ধদেৱৰ চিকিৎসক কোন আছিল?
৮) শীলভদ্ৰ কোন আছিল?
৯) প্ৰথম অসমীয়া ছনেট কোনটো?
১০) `ৰত্নোদধি‘ নামৰ পুথিভঁৰালটো কেই তলীয়া আছিল?
১১) নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম কি আছিল?
১২) নালন্দা বিশ্ববিদ্যালয়ৰ মুঠ জনসংখ্যা কিমান আছিল?

কি কি আছে Class 10 Assamese Chapter 16 Question Answer PDF ত?

লিংকত দিয়া Class 10 Assamese Chapter 16 Question Answer PDF Note ত আমি প্রাচীন ভাৰতীয় শিক্ষা সাৰাংশ বা মূলভাৱ, পাঠ্যপুথিৰ অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, ব্যাখ্যা কৰা আদি আলোচনা কৰা হৈছে।

ইয়াৰ ওপৰিও Class 10 Assamese Chapter 15 Question Answer PDF ত আমি আপোনাৰ সুবিধাৰ বাবে অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিছো লগতে প্রাচীন ভাৰতীয় শিক্ষা নামৰ অধ্যায়ৰ ভাষা বিষয়ক প্ৰশ্ন উত্তৰ ইয়াত সন্নিবিষ্ট কৰাৰ প্ৰয়াস কৰিছো। আশা কৰোঁ আপোনালোকে পঢ়িলে নিশ্চয় উপকৃত হব।

Class 10 Assamese Chapter 15 Question Answer PDF

ADVERTISEMENT
ADVERTISEMENT
ADVERTISEMENT
ADVERTISEMENT

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment

ADVERTISEMENT