Class 10 Assamese Rapid Reader Question Answer | বৈচিত্ৰময় অসম

আপুনি যদি আগন্তুক HSLC 2024 পৰীক্ষাত অসমীয়া বিষয়ত ১০০% নম্বৰ লাভ কৰিব খোজে তেন্তে Class 10 Assamese Question Answer সকলো পঢ়াৰ ওপৰিও Class 10 Assamese Rapid Reader (দশম মান শ্ৰেণীৰ দ্ৰুতপাঠ) ৰ প্ৰশ্ন উত্তৰও জনাৰ প্ৰয়োজন আছে।

আজি আমি আপোনালোকৰ বাবে Class 10 Assamese Rapid Reader Question Answer লৈ আহিছোঁ যিয়ে আপোনাক HSLC 2024 পৰীক্ষাত বহুত সহায় কৰিব।

Class 10 Assamese Rapid Reader Question Answer

Class 10 Assamese Rapid Reader Question Answer 2024

Class 10 Assamese Rapid Reader Question Answer বা দশম শ্ৰেণীৰ দ্ৰুতপাঠবৈচিত্ৰময় অসম” ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ আগতে আলোচনা কৰিব গৈ আছো যে এই কিতাপত HSLC 2024 পৰীক্ষাৰ বাবে কি কি পঢ়িব লাগিব।

  1. তিৱাসকল
  2. দেউৰীসকল
  3. নেপালী ভাষী গোৰ্ষা সকল
  4. বড়োসকল
  5. মটকসকল
  6. মৰাণসকল
  7. মিচিংসকল
  8. মণিপুৰীসকল
  9. ৰাভাসকল
  10. সোণোৱাল কছাৰীসকল
  11. হাজংসকল

ওপৰত উল্লেখ কৰা প্ৰতিটো অধ্যায়ৰ পথ্যভিত্তিক প্ৰশ্ন উত্তৰ তলত দিয়া PDF Notes ত যোগান ধৰাৰ প্ৰয়াস কৰা হৈছে। আপুনি বিচাৰিলে তলত দিয়া লিংকত ক্লিক কৰি পঢ়িব পাৰে।

Download PDF Note

Class 10 Assamese Rapid Reader Question Answer PDF Note

Watch Video Class

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment