Class 10 Social Chapter 4 History MCQ

আপুনি বাৰু Class 10 Social Chapter 4 History MCQ (স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় MCQ) বিচাৰি আছে নেকি? আপুনি বাৰু আগন্তুক HSLC 2024 Final Exam ত Class 10 Social Chapter 4 History MCQ যিয়ে আপোনাক বহুতো সহায় কৰিব বুলি আমি আশাবাদী। তেন্তে আহক, আজি আমি Assamese Medium ত Class 10 Social Chapter 4 History MCQ আলোচনা কৰোঁ।

ইয়াৰ আগতে আমি Class 10 English MCQ & Class 10 Science MCQ আলোচনা কৰিছো যদি আপুনি পঢ়িব বিচাৰে তেন্তে লিংকত ক্লিক কৰক। আপুনি বিচাৰিলে আমাৰ Nitid Academy YouTube ত এই বিষয়সমুহৰ Free Video Class চাব পাৰিব।

Class 10 Social Chapter 4 History

Class 10 Social Chapter 4 History MCQ | অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

1) যোৰাহাট সার্বজনিক সভা কাৰ নেতৃত্বত গঠন হৈছিল ?
(a) ৰজানৰ নাৰায়ণ সিংহ
(b) জগন্নাথ বৰুৱা
(c) মাণিক চন্দ্ৰ বৰুৱা
(b) লক্ষ্মীনাথ বেজবৰুৱা
উত্তৰ : (b) জগন্নাথ বৰুৱা

2) আছাম এছ’চিয়েছনৰ প্ৰথমখন অধিৱেশন ১৯০৫ চনত ক’ত অনুষ্ঠিত হৈছিল ?(2018)
(a) শিৱসাগৰত
(b) যোৰহাটত
(c) ডিব্ৰুগড়ত
(d) গোলাঘাটত
উত্তৰ: (c) ডিব্ৰুগড়ত

3) ১৯০৩ চনত কোনে ‘আছাম এছ’চিয়েচন গঠন কৰিছিল ?
(a) পদ্মনাথ গোহাঁই বৰুৱা
(b) হেমচন্দ্ৰ গোস্বামী
(c) নবীনচন্দ্ৰ বৰদলৈ
(d) মাণিকচন্দ্ৰ বৰুৱা
উত্তৰ: (d) মাণিকচন্দ্ৰ বৰুৱা

4) অসম প্রদেশ কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ?
(a) কুলধৰ চলিহা
(b) ছবিলাল উপাধ্যায
(c) কৃষ্ণকান্ত ভট্টাচাৰ্য্য
(d) নবীনচন্দ্ৰ বৰদলৈ
উত্তৰ : (a) কুলধৰ চলিহা

5)আছাম এছ’চিয়েছনৰ প্ৰথমখন অধিবেশন ১৯০৫ চনত ক’ত অনুষ্ঠিত হৈছিল? (HSLC-2018)
(a) শিৱসাগৰত
(b) যোৰহাটত
(c) ডিব্ৰুগড়ত
(d) গোলাঘাটত
উত্তৰ: (c) ডিব্ৰুগড়ত

6) তলৰ কোনজন ‘জোনাকী’ৰ প্ৰথম সম্পাদক আছিল? (HSLC-2019)
(i) হেমচন্দ্ৰ বৰুৱা
(ii) হেমচন্দ্ৰ গোস্বামী
(iii) লক্ষ্মীনাথ বেজবৰুৱা
(iv) চন্দ্ৰ কুমাৰ আগৰৱালা
Ans : (iv) চন্দ্ৰ কুমাৰ আগৰৱালা

7) ১৯০৩ চনত কোনে আছাম এছ’চিয়েছন
গঠন কৰিছিল ? (HSLC-2020)
(i) পদ্মনাথ গোহাঁই বৰুৱা
(ii) হেমচন্দ্ৰ গোস্বামী
(iii) নবীনচন্দ্ৰ বৰদলৈ
(iv) মাণিক চন্দ্ৰ বৰুৱা
Ans : (iv) মাণিক চন্দ্ৰ বৰুৱা ।

8) ১৯২১ চনৰ জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল (HSLC-2022)
(i) কুলধৰ চলিহা
(ii) গোপীনাথ বৰদলৈ
(iii) নৱীন চন্দ্ৰ বৰদলৈ
(iv) বিষ্ণুৰাম মেধি
Ans: (i) কুলধৰ চলিহা

9) ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল ?
(a) ১৮২৫ চনত
(b) ১৮২৬ চনত
(c) ১৮২৭ চনত
(d) ১৮২৬ চনত
উত্তৰ: (b) ১৮২৬ চনত

10) অসমত কেতিয়া ঔপনিৱেশিক শাসন-শোষণৰ বিৰুদ্ধে প্রতিবাদ আৰম্ভ কৰিছিল ?
(a) নৈশ শতিকাক প্ৰাৰম্ভতে
(b) উনৈশ শতিকাৰ মধ্যভাগতে
(c) উনৈশ শতিকাৰ শেষাদ্ধত
উত্তৰ: (c) উনৈশ শতিকাৰ শেষার্দ্ধত

11) ‘জ্ঞান প্রদায়িনী সভা’ কেতিয়া প্ৰতিষ্ঠা হৈছিল ?
(a) ১৮৫৬ চনত
(b) ১৮৫৭ চনত
(c) ১৭৫৬ চনত
(d) ১৭৫৭ চনত
উত্তৰ: (b) ১৮৫৭ চনত

12) অসমত বাংলা ভাষা কেতিয়াৰ পৰাচলন হৈছিল ?
(a) ১৮৩৫ চনৰ পৰা
(b) ১৮৩৬ চনৰ পৰা
(c) ১৮৭২ চনৰ পৰা
(d) ১৮৭৩ চনৰ পৰা
উত্তৰ: (b) ১৮৩৬ চনৰ পৰা

13) বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুণৰ প্ৰচলন কেতিয়া হৈছিল ?
(a) ১৮৭২ চনত
(b) ১৮৭৩ চনত
(c) ১৮৭৪ চনত
(d) ১৮৬৩ চনত
উত্তৰ: (b) ১৮৭৩ চনত

14) ১৮৭২ চনত সাহিত্যচৰ্চাৰ উদ্দেশ্যে গঠন কৰা সংগঠনটোৰ নাম কি আছিল ?
(a) জ্ঞান প্রদায়িনী সভা
(b) অসমীয়া লিটাৰেৰী ছ’চাইটী
(c) অসমীয়া ভাষা উন্নতি সাধিনী সভা
উত্তৰ: (b) অসমীয়া লিটাৰেৰী ছ’চাইটী

15) অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন হৈছিল ?
(a) ১৮৮৫ চনত
(b) ১৮৮৬ চনত
(d) ১৮৮৮ চনত
(c) ১৮৮৭ চনত
উত্তৰ: (d) ১৮৮৮ চনত

16) জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল ?
(a) হেমচন্দ্ৰ গোস্বামী
(b) লক্ষ্মীনাথ বেজবৰুৱা
(c) আনন্দচন্দ্ৰ আগৰৱালা
(d) চন্দ্ৰকুমাৰ আগৰৱালা
উত্তৰ: (d) চন্দ্ৰকুমাৰ আগৰৱালা

17) অসম ছাত্র সন্মিলন কেতিয়া গঠন হৈছিল ?
(a) ১৯১৫ চনত
(b) ১৯১৬ চনত
(c) ১৮১৬ চনত
(d) ১৮১৫ চনত
উত্তৰ: (b) ১৯১৬ চনত

18) সদৌ অসম ৰায়ত সভা’ কোন চনতগঠন কৰা হৈছিল ?
(a) ১৯৩০ চনত
(b) ১৯৩২ চনত
(c) ১৯৩৩ চনত
(d) ১৯৩৪ চনত
উত্তৰ: (c) ১৯৩৩ চনত

19) কোনখন সভা সংগঠিত হোৱাৰ পৰা ৪০ বছৰ ধৰি পদ্মনাথ গোঁহাইবৰুৱাই সম্পাদক হৈ আছিল ?
(a) সদৌ অসম ৰায়ত সভা
(b) অসম ছাত্ৰ সন্মিলন
(c) অসমীয়া ভাষা উন্নতি সাধিনী সভা
(d) আহোম সভা
উত্তৰ: (d) আহোম সভা

20) অসম ছাত্ৰ সন্মিলনৰ মুখ্যপত্ৰখন কি আছিল?
(a) মিলন
(b) চেতনা
(c) মোৰ দেশ
(d) জোনাকী
উত্তৰ : (a) মিলন

21) অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথম সম্পাদক কোন আছিল ?
(a) ছবিলাল উপাধ্যায়
(b) কৃষ্ণকান্ত ভট্টাচার্য
(c) নবীনচন্দ্ৰ বৰদলৈ
(d) বিষ্ণুৰাম মেধি
উত্তৰ: (c) নবীনচন্দ্ৰ বৰদলৈ

22) কিমান চনত মহাত্মাগান্ধী অসহযোগ আন্দোলন প্ৰচাৰ কৰিবলৈ আহে ?
(a) ১৯২০ চনত
(b) ১৯২১ চনত
(c) ১৯২২ চনত
(d) ১৯২৩ চনত
উত্তৰ: (b) ১৯২১ চনত

23) অসমৰ প্ৰথম প্ৰধানমন্ত্ৰীৰূপে কাক নিৰ্বাচন কৰা হৈছিল ?
(a) বিষ্ণুৰাম মেধি
(b) গোপীনাথ বৰদলৈ
(c) নবীন চন্দ্ৰ বৰদলৈ
(d) বসন্তকুমাৰ দাস
উত্তৰ : (b) গোপীনাথ বৰদলৈ

24) অসমত স্থাপিত হোৱা প্ৰথমখন জাতীয় অনুষ্ঠান কি ?
(a) তিলক সোঁৱৰণী স্কুল
(b) জাতীয় বিদ্যালয
(d) ওপৰৰ এটাও নহয
(c) কটন কলেজ
উত্তৰ: (a) তিলক সোঁৱৰণী স্কুল

25) ভাৰতত্যাগ আন্দোলনৰ সময়ত অসমৰ গহপুৰত মৃত্যুবৰণ কৰা গাভৰু গৰাকী কোন আছিল?
(a) ভোগেশ্বৰী
(c) থগোবালা
(b) কনকলতা বৰুৱা
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (b) কনকলতা বৰুৱা

26) অসমত কৃষি বিশ্ববিদ্যালয় কেতিয়া প্রতিষ্ঠা কৰা হয় ?
(a) ১৯৪৫ চনত
(b) ১৯৪৬ চনত
(c) ১৯৪৭ চনত
(d) ১৯৪৮ চনত
উত্তৰ: (d) ১৯৪৮ চনত

27) ১৯৪৮ চনত অসম পশু মহাবিদ্যালয় ক’ত প্ৰতিষ্ঠা কৰা হৈছিল?
(a) যোৰহাটত
(c) নগাঁৱত
(b) গুৱাহাটীত
(d) বিশ্বনাথ চাৰিআলিত
উত্তৰঃ(c) নগাঁৱত

28) গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল –
(a) ১৯৪৫ চনত
(b) ১৯৪৮ চনত
(c) ১৯৪৭ চনত
(d) ১৯৪৬ চনত
উত্তৰ: (b) ১৯৪৮ চনত

29) অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয় ?
(a) ১৯৪৭ চনৰ ২ নৱেম্বৰত
(b) ১৯৪৭ চনৰ ৩ নৱেম্বৰত
(c) ১৯৪৮ চনৰ ৩ নৱেম্বৰত
(d) ১৯৪৮ চনৰ ২ নৱেম্বৰত
উত্তৰ: (b) ১৯৪৭ চনৰ ৩ নৱেম্বৰত

30) গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া আৰম্ভ কৰা হৈছিল
(a) ১৯৫৯ চনৰ ২০ চেপ্তেম্বৰত
(b) ১৯৬০ চনৰ ২০ নৱেম্বৰত
(c) ১৯৬১ চনৰ ২০ নৱেম্বৰত
(d) ১৯৬২ চনৰ ১৫ নৱেম্বৰত
উত্তৰ: (b) ১৯৬০ চনৰ ২০ নৱেম্বৰত

31) ‘হেমকোষ’ৰ ৰচক কোন ?
(a) হেমচন্দ্ৰ গোস্বামী
(c) চন্দ্ৰকুমাৰ আগৰৱালা
(b) হেমচন্দ্ৰ বৰুৱা
(d) বেজবৰুৱা
উত্তৰ: (b) হেমচন্দ্ৰ বৰুৱা

32) ভাৰতত্যাগ আন্দোলনত গান্ধীজীৰ শ্লোগানটো কি আছিল ?
(a) কৰিম কিম্বা মৰিম
(b) জয় হিন্দ
(c) বন্দেমাতম
(d) ভাৰত মাতা কি জয়
উত্তৰ : (a) কৰিম কিম্বা মৰিম

33) খামতি জনগোষ্ঠীৰ কোনটো ধর্মালম্বী আছিল।?
(a) হিন্দু
(b) বৌদ্ধ
(c) শিখ
(d) মুছলিম
উত্তৰ : (b) বৌদ্ধ


ওপৰত উল্লেখ কৰা Class 10 Social Multiple Choice Question Answer for HSLC 2024 Final Exam য়ে আপোনাক বহুত সহায় কৰিব পাৰে। আপুনি তলৰ লিংকত ক্লিক কৰি Class 10 Social Chapter 1 Geography MCQ পঢ়িব পাৰে।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

1 thought on “Class 10 Social Chapter 4 History MCQ”

Leave a Comment