Class 10 Social Chapter 3 History MCQ | HSLC 2024

আপুনি বাৰু Class 10 Social Chapter 3 History MCQ (অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ MCQ) বিচাৰি আছে নেকি? আপুনি বাৰু আগন্তুক HSLC 2024 Final Exam ত Class 10 Social Chapter 3 History MCQ যিয়ে আপোনাক বহুতো সহায় কৰিব বুলি আমি আশাবাদী। তেন্তে আহক, Assamese Medium ত আজি আমি Class 10 Social Chapter 3 History MCQ আলোচনা কৰোঁ।

ইয়াৰ আগতে আমি Class 10 English MCQ & Class 10 Science MCQ আলোচনা কৰিছো যদি আপুনি পঢ়িব বিচাৰে তেন্তে লিংকত ক্লিক কৰক। আপুনি বিচাৰিলে আমাৰ Assamese Medium YouTube ত এই বিষয়সমুহৰ Free Video Class চাব পাৰিব।

Class 10 Social Chapter 3 History MCQ | অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

1) অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?
(a) পিয়লি ফুকণে
(b) মণিৰাম দেৱানে
(c) বাহাদুৰ গাঁও বুঢ়াই
(d) ফর্মুদ আলীয়ে
উত্তৰ : (b) মণিৰাম দেৱানে

2) ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্রোহীসকলে কোন আহোম ৰাজকোৱৰক পুনৰাই আহোম সিংহাখনত বহুৱাব খুজিছিল ?
(a)গোমধৰ কোঁৱৰ
(b) কন্দপেশ্বৰ সিংহ
(c) পুৰন্দৰ সিংহ
(d) ওপৰৰ এটাও নহয
উত্তৰ: (b) কন্দপেশ্বৰ সিংহ

3) মণিৰাম দেৱানৰ সৈতে ফাঁচীকাঠত ওলমিব লগা হোৱা ব্যক্তিজন কোন আছিল ?
(a) পিয়লি বৰুৱা
(b) কমলা বৰুৱা
(c) দুতিৰাম বৰুৱা
(d) মায়াৰাম নাজিৰ
উত্তৰ: (a) পিয়লি বৰুৱা

4) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ বাবে ১৮৫৮ চনত কোন দুজন বিদ্ৰোহীক ইংৰাজ চৰকাৰে আন্দামানলৈ প্ৰেৰণ কৰিছিল ।
(a) মধুমল্লিক আৰু কমলা বৰুৱাক
(b) দুতিৰাম বৰুৱা আৰু মায়াৰাম নাজিৰক
(c) বাহাদুৰ গাঁওবুঢ়া আৰু শ্বেখ ফৰ্মুদ আলীক
উত্তৰ : (c) বাহাদুৰ গাঁওবুঢ়া আৰু শ্বেখ ফৰ্মুদ অনীক

5) কোনজন বিষয়াই মণিৰাম দেৱাণৰ বিচাৰ কৰিছিল ?
(a) কমিছনাৰ জেনকিনচে
(b) লর্ড ওৱেলেলি
(c) লর্ড কাজন
(d) কেপ্তেইন হলৰইডে
উত্তৰ: (d) কেপ্তেইন হল ইডে

6) কোন চনত টিকত কৰ প্ৰৱৰ্তন কৰা হয় ?
(a) ১৮৫৭ চনত
(b) ১৮৫৮ চনত
(c) ১৮৫৯ চনত
(d) ১৮৬০ চনত
উত্তৰ: (b) ১৮৫৮ চনত

7) মণিৰাম দেৱানৰ লগত আৰু কাকফাঁচিকাঠত ওলমোৱা হৈছিল ? (HSLC-2018)
(a) জিউৰাম দুলীয়া বৰুৱাক
(b) পিয়লি বৰুৱাক
(c) গোমধৰ কোঁৱৰক
(d) দুতিৰাম বৰুৱাক
উত্তৰ : (b) পিয়লি বৰুৱাক ৷

8) তলৰ কোনটো চনত বৃটিছসকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল? (HSLC-2019 )
(i) ১৮৪৩ চনত
(ii) ১৮৫৭ চনত
(iii) ১৮৬০ চনত
(iv) ১৮৬৩ চনত
Ans: (i) ১৮৪৩ চনত

9) মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী দিয়া হৈছিল ? (HSLC-2020)
(i) মায়াৰাম নাজিৰ
(ii) শ্বেখ ফর্মুদ আলী
(iii) পিয়লি বৰুৱা
(iv) দুটিৰাম বৰুৱা
Ans: (iii) পিয়লি বৰুৱা

10) অসমীয়া কৃষকৰ পৰা ভূমি-খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফট মিলছক আর্জি লিখিছিল ?(HSLC-2022)
(i) মণিৰাম
(ii) পিয়লি বৰুৱা
(iii) মহাত্মা গান্ধী
(iv) আনন্দৰাম ঢেকিয়াল ফুকন
Ans: (iv) আনন্দৰাম ঢেকিয়াল ফুকন

11) ১৮৫৩ চনত মটক মিলছ চাহাবক কোনে আৰ্জি দিছিল ?
(a) আনন্দৰাম বৰুৱাই
(b) আনন্দৰাম ঢেকীয়াল ফুকনে
(c) মণিৰাম দেৱানে
(d) পিয়লি ফুকনে
উত্তৰ: (b) আনন্দৰাম ঢেকীয়াল ফুকনে

12) কিমান চনত অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটে?
(a) ১৮৪২ চনত
(b) ১৮৪৩ চনত
(c) ১৮৪৪ চনত
(d) ১৮৪৫ চনত
উত্তৰ: (b) ১৮৪৩ চনত

13) কেঞা সকল কোন আছিল ?
(a) কেঞাসকল মাৰোৱাৰী সম্প্ৰদায়ৰ সুদখোৰ মহাজন
(b) বংগদেশৰ শ্রী হট্ট
(c) পশ্চিম ভাৰতৰ বঙালী লোক
উত্তৰ : (a) কেঞাসকল মাৰোৱাৰী সম্প্ৰদায়ৰ সুদখোৰ মহাজন

14) মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল ?
(a) ১৮৫৮ ক্রি ২৬ ফেব্ৰুৱাৰীত
(b) ১৮৫৭ ক্রি ২৫ ফেব্ৰুৱাৰীত
(c) ১৮৫৬ ক্রি ২৬ ফেব্ৰুৱাৰীত
(d) ১৮৫৯ ক্রি ২৫ ফেব্ৰুৱাৰীত
উত্তৰ : (a) ১৮৫৮ ক্ৰি ২৬ ফেব্ৰুৱাৰীত

16) মফট্ মিলছ কোন ?
(a) এগৰাকী বৃটিছ বিষয়া
(b) এগৰাকী প্ৰশাসনিক
(c) কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
(d) কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
উত্তৰ : (c) কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

16) মণিৰাম দেৱানক ইংৰাজ শাসন কালত বৃটিছে কি পদত নিযুক্তি দিছিল ।
(a) দেৱানী পদত
(b) টি কোম্পানীৰ বিষয়া
(c) চিৰস্তাদাৰ
(d) এগৰাকী প্ৰশাসনিক
উত্তৰঃ (c) চিৰস্তাদাৰ

17) কোন চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল ?
(a) ১৮৫৭ চনত
(c) ১৮৫৯ চনত
(b) ১৮৫৮ চনত
(d) ১৮৬০ চনত
উত্তৰ: (d) ১৮৬০ চনত

18) ফুলগুৰিৰ ধাৰা কেতিয়া সংঘটিতহৈছিল ?
(a) ১৮৬০ চনৰ ১৮ অক্টোবৰত
(b) ১৮৬১ চনৰ ১৮ অক্টোবৰত
(c) ১৮৬২ চনৰ ১৮ অক্টোবৰত
(d) ১৮৬৩ চনৰ ১৮ অক্টোবৰত
উত্তৰ: (b) ১৮৬১ চনৰ ১৮ অক্টোবৰত

19) পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল ?
(a) ১৮৯৪ চনত
(b) ১৮৯৫ চনত
(d) ১৮৯৭ চনত
(c) ১৮৯৬ চনত
উত্তৰ : (a) ১৮৯৪ চনত

20) ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল ?
(a) ১৮৯০ চনৰ ২৪ ডিচেম্বৰত
(b) ১৮৯২ চনৰ ২৪ ডিচেম্বৰত
(c) ১৮৯৩ চনৰ ২৪ ডিচেম্বৰত
(d) ১৮৯৪ চনৰ ২৪ ডিচেম্বৰত ধ
উত্তৰঃ (c) ১৮৯৩ চনৰ ২৪ ডিচেম্বৰত

21) ১৮৯৪ চনৰ কৃষক বিদ্ৰোহত কোনজন মণ্ডলক মাৰ পিট কৰা হৈছিল ?
(a) পুষ্পৰাম কলিতাক
(b) জয়ন্তী বেজ
(c) নাউচাকু কলিতা
(d) হলিৰাম মিশ্র মণ্ডলক
উত্তৰ: (d) হলিৰাম মিশ্র মণ্ডলক

22) পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ফলত বেচৰকাৰী হিচাপে কিমানজন কৃষকৰ মৃত্যু হৈছিল ?
(a) ১৩৫ জনৰ
(b) ১৪০ জনৰ
(c) ১৪৫ জনৰ
(d) ১৫০ জনৰ
উত্তৰ: (b) ১৪০ জনৰ

23) ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?
(a) শম্ভুধন কাংলোছাৰ
(b) জাফলং
(c) উকিয়াং নবাৰ
(d) ওপৰৰ এটাও নহয
উত্তৰঃ (c) উকিয়াং নবাৰ

24) শম্ভু ধন ফাংলোছৰ নেতৃত্বত উত্তৰ কাছাৰত কিমান চনত বিদ্রোহ সংঘটিত হৈছিল।
(a) ১৮৮০ ৰ পৰা ১৮৮১ লৈ
(b) ১৮৮১ ৰ পৰা ১৮৮২ লৈ
(c) ১৮৮২ ৰ পৰা ১৮৮৩ লৈ
(d) ১৮৭২ ৰ পৰা ১৮৮৩ লৈ
উত্তৰ : (b) ১৮৮১ ৰ পৰা ১৮৮২ লৈ

25) ব্ৰিটিছ বিষয়া ডামান্টক কোন বিদ্ৰোহীয়ে হত্যা কৰিছিল ?
(a) জয়ন্তীয়া বিদ্ৰোহীয়ে
(b) নগা বিদ্ৰোহীয়ে
(c) মণিপুৰৰ বিদ্ৰোহীয়ে
(d) উত্তৰ কাছাৰৰ বিদ্ৰোহীয়ে
উত্তৰ : (b) নগা বিদ্ৰোহীযে

26) মণিপুৰৰ বিদ্ৰোহী নেতা টিকেন্দ্ৰজিতক কোণে ফাঁচী দিছিল ?
(a) মণিপুৰৰ শাসকে
(b) কুলচন্দ্ৰই
(c) ব্ৰিটিছে
(d)মণিপুৰৰ বিদ্ৰোহী
উত্তৰ: (c) ব্ৰিটিছে

27) জে.ডব্লিউ কুইন্টনক কোন চনত হত্যা কৰিছিল
(a) ১৮৯০ চনত
(b) ১৮৯১ চনত
(c) ১৮৯২ চনত
(d) ১৭৯০ চনত
উত্তৰ: (a) ১৮৯০ চনত

28) জে.ডব্লিউ কুইন্টনক কোন বিদ্রোহীরে হত্যা কৰিছিল ?
(a) নগা বিদ্ৰোহীয়ে
(c) জয়ন্তীয়া বিদ্ৰোহীয়ে
(d)জনজাতীয় বিদ্রোহীয়ে
(b) মনিপুৰৰ বিদ্ৰোহীযে
উত্তৰ: (b) মনিপুৰৰ বিদ্ৰোহীয়ে

29) জে, ডব্লিউ কুইন্টন কোন আছিল?
(a) ব্ৰিটিছ ৰাজপত্ৰিত বিষয়া
(b) প্রশাসনিক বিষয়া
(c) অসমৰ চীফ কমিছনাৰ
(d) অসমৰ ডেপুটী কমিছনাৰ
উত্তৰ: (c) অসমৰ চীফ কমিছনাৰ

ওপৰত উল্লেখ কৰা Class 10 Social Multiple Choice Question Answer for HSLC 2024 Final Exam য়ে আপোনাক বহুত সহায় কৰিব পাৰে। আপুনি তলৰ লিংকত ক্লিক কৰি Class 10 Social Chapter 4 History MCQ পঢ়িব পাৰে।

1 thought on “Class 10 Social Chapter 3 History MCQ | HSLC 2024”

Leave a Comment