Class 10 Social Chapter 2 History MCQ | HSLC 2024

আপুনি বাৰু Class 10 Social Chapter 2 History MCQ (মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম MCQ) বিচাৰি আছে নেকি? আপুনি বাৰু আগন্তুক HSLC 2024 Final Exam ত Class 10 Social Chapter 2 History MCQ যিয়ে আপোনাক বহুতো সহায় কৰিব বুলি আমি আশাবাদী। তেন্তে আহক, আজি আমি Assamese Medium ত Class 10 Social Chapter 2 History MCQ আলোচনা কৰোঁ।

ইয়াৰ আগতে আমি Class 10 English MCQ আলোচনা কৰিছো যদি আপুনি পঢ়িব বিচাৰে তেন্তে লিংকত ক্লিক কৰক। আপুনি বিচাৰিলে আমাৰ Assamese Medium YouTube ত এই বিষয়সমুহৰ Free Video Class চাব পাৰিব।

Class 10 Social Chapter 2 History MCQ | মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম

1) কোন চনৰ কোন তাৰিখে ভাৰত স্বাধীন হৈছিল ?
(a) ১৯৪৭ চনৰ ১৪ আগষ্টত
(b) ১৯৪৭ চনৰ ১৫ আগষ্টত
(c) ১৯৪৭ চনৰ ২৬ আগষ্টত
(d) ১৯৪৭ চনৰ ১৬ আগষ্টত
উত্তৰ: (b) ১৯৪৭ চনৰ ১৫ আগষ্টত

2) মহাত্মা গান্ধীৰ মৃত্যু কেতিয়া হয় ?
(a) ১৯৪৮ চনৰ ৩০ জানুৱাৰীত
(b) ১৯৪৮ চনৰ ৩০ আগষ্টত
(c) ১৯৪৮ চনৰ ২৫ আগষ্টত
(d) ১৯৪৮ চনৰ ৩১ আগষ্টত
উত্তৰ : (a) ১৯৪৮ চনৰ ৩০ জানুৱাৰীত

3) ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ ‘কেবিনেট মিছন’পঠিয়াইছিল ? (HSLC-2022)
(i) ১৯৩৫ আগষ্ট মাহত
(ii) ১৯৪৫ জুলাই মাহত
(iii) ১৯৪৬ মাৰ্চ মাহত
(iv) ১৯৪৭ আগষ্ট মাহত
Ans : (iii) ১৯৪৬ চনৰ মাৰ্চ মাহত

4) মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল ?
(a) ১৮৬০ চনৰ ২ অক্টোবৰত
(b) ১৮৬৯ চনৰ ২ অক্টোবৰত
(c) ১৮৭০ চনৰ ২ অক্টোবৰত
(d) ১৮৭১ চনৰ ২ অক্টোবৰত
উত্তৰ: (b) ১৮৬৯ চনৰ ২ অক্টোবৰত

5) মহাত্মা গান্ধীৰ জন্মস্থান
(a) লাহোৰত
(b) গোজৰাটৰ পোৰবন্দৰ
(c) বিহাৰত
(c) কলিকতাত ।
উত্তৰ : (b) গোজৰাটৰ পোৰবন্দৰ

6) সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোণ প্রথমতে প্রয়োগ কৰিছিল ?
(a) দক্ষিণ আফ্ৰিকাত
(b) ইংলেণ্ডত
(c) আফ্ৰিকাত
(d) লণ্ডত
উত্তৰ : (a) দক্ষিণ আফ্ৰিকাত

7) ব্ৰিটিছ চৰকাৰে নাইট হুড উপাধি কাক প্ৰদান কৰিছিল ?
(a) গোপালকৃষ্ণ গোখলে
(b) বিপিনচন্দ্ৰ পাল
(c) সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়
(d) ৰবীন্দ্ৰনাথ ঠাকুৰ
উত্তৰ: (d) ৰবীন্দ্ৰনাথ ঠাকুৰ

8) কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল ?
(a) মৌলানা চৌকত আলি আৰু মহম্মদ আলি নেতৃত্বত
(b) বিপিন চন্দ্র পাল আৰু লাল-বাল-পালৰ নেতৃত্বত
(c) লালা লাজপত ৰায় আৰু গোপাল কৃষ্ণ গোখলেৰ নেতৃত্বত
উত্তৰ : (a) মৌলানা চৌকত আলি আৰু মহম্মদ আলি নেতৃত্বত

9) চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল ?
(a) ১৯২০ চনৰ ৫ ফেব্ৰুৱাৰীত
(b) ১৯২১ চনৰ ৫ ফেব্ৰুৱাৰীত
(c) ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত
(d) ১৯২৩ চনৰ ৫ ফেব্ৰুৱাৰীত
উত্তৰঃ (c) ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত

10) সত্যাগ্রহ বা অহিংসাৰ আন্দোলন কেতিয়া আৰম্ভ হৈছিল ?
(a) ১৯১৫ চনত
(b) ১৯১৭ চনত
(c) ১৯১৮ চনত
(d) ১৯১৯ চনত
উত্তৰ: (d) ১৯১৯ চনত

11) জালিৱানৱালাবাগৰ হত্যাকাণ্ড, কেতিয়া সংঘটিত হৈছিল ?
(a) ১৯১৯ চনৰ ১৩ এপ্রিলত
(b) ১৯১৯ চনৰ ১০ এপ্ৰিলত
(c) ১৯১৯ চনৰ ১৫ এপ্ৰিলত
(d) ১৯১৯ চনৰ ১৬ এপ্ৰিলত
উত্তৰ: (a) ১৯১৯ চনৰ ১৩ এপ্ৰিলত

12) সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান ?
(a) ৩৮০ কিঃমিঃ
(b) ৩৮২ কিঃমিঃ
(c) ৩৮৫ কিঃমিঃ
(d) ৩৮৬ কিঃমিঃ
উত্তৰ: (c) ৩৮৫ কিঃমিঃ

13) কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগান দিছিল ?
(a) অসহযোগ আন্দোলনৰ সময়ত
(b) ভাৰত ত্যাগ আন্দোলনৰ সময়ত
(c) সত্যাগ্রহ আন্দোলনৰ সময়ত
(d) খিলাফৎ আন্দোলনৰ সময়ত
উত্তৰ : (b) ভাৰত ত্যাগ আন্দোলনৰ সময়ত

14) সীমান্ত গান্ধী নামে কাক জনা যায় ৷
(a) চৌকত আলি
(b) মহম্মদ আলি
(c) খান আব্দুল গফুৰ খান
(d) আলি খান
উত্তৰ: (c) খান আব্দুল গফুৰ খান

15) কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে
‘কৰিম কিম্বা মৰিম’ শ্লোগানটো দিছিল? (HSLC-2018)
(a) আইন অমান্য আন্দোলাত
(b) অসহযোগ আন্দোলনত
(c) ভাৰত ত্যাগ আন্দোনত
(d) খিলাফৎ আন্দোলনত
উত্তৰ: (c) ভাৰত ত্যাগ আন্দোনত৷

16) ১৯৩২ চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা বৃটিছ প্ৰধানমন্ত্ৰীজন আছিল— (HSLC-2019)
(i) ক্লিমেন্ট এট্‌লি
(ii) উইনষ্টন চার্চিল
(iii) ৰামছে মেকডোনাল্ড
(iv) থেৰেচা মে’ই
Ans: (iii) ৰামছে মেকডোনাল্ড

17) চৌৰীচৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল ? (HSLC-2020)
(i) ৫ ফেব্ৰুৱাৰী, ১৯২২
(ii) ৩১ জানুৱাৰী, ১৯২২
(iii) ৮ আগষ্ট, ১৯৪২
(iv) ৬ এপ্রিল, ১৯১৯
Ans: (i) ৫ ফেব্ৰুৱাৰী, ১৯২২

18) ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল ? (HSLC-2022)
(i) ফেব্ৰুৱাৰী, ১৯৪৭
(ii) জুন, ১৯৪৭
(iii) জুলাই, ১৯৪৭
(iv) মার্চ, ১৯৪৭
Ans : (iii) জুলাই, ১৯৪৭

19) লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল ?
(a) জৱাহৰলাল নেহেৰুৱে
(b) মহাত্মা গান্ধীয়ে
(c) গোপাল কৃষ্ণ গোখলে
(d) সীমান্ত গান্ধীয়ে
উত্তৰ : (b) মহাত্মাগান্ধীয়ে

20) ১৯৩২ চনত সাম্প্ৰদায়িক বাঁটোৱাৰ ঘোষণা কৰা ব্ৰিটিছ প্ৰধান মন্ত্ৰীজনৰ নাম কি আছিল ?
(a) ৰামজে মেক্‌ ডোনাল্ড
(b) মেকডোনাল্ড
(c) উইনষ্টন চার্চিল
(d) ওপৰৰ এটাও নহয
উত্তৰ : (a) ৰামজে মেক্‌ ডোনাল্ড

21) ‘ভাৰত ত্যাগ’ আন্দোলন কেতিয়া হৈছিল ?
(a) ১৯৪০ চনত
(c) ১৯৪২ চনত
(b) ১৯৪১ চনত
(d) ১৯৪৩ চনত
উত্তৰ: (c) ১৯৪২ চনত

22) আজাদ ফৌজৰ প্ৰতিষ্ঠাতা কোন?
(a) কেপ্তেইন মোহন সিঙ
(b) নেতাজী সুভাষ চন্দ্র বসু
(c) ৰাম বিহাৰী বসু
(d) মহাত্মাগান্ধী
উত্তৰ : (b) নেতাজী সুভাষ চন্দ্র বসু

23) “মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম’ – এই বাণীটো কোন ভাৰতীয় নেতাৰ আছিল ?
(a) ৰাম বিহাৰী বসুৰ
(b) কেপ্তেইন মোহন সিঙৰ
(c) সুভাষ চন্দ্ৰ বসুৰ
(d) বাল গংগাধৰ তিলক।
উত্তৰ: (c) সুভাষ চন্দ্ৰ বসুৰ

24) জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কাৰ নিৰ্দেশত হৈছিল ?
(a) মিঃক্লিমেন্টৰ নিৰ্দেশত
(b) লর্ড পেথিক লন্সে
(c) এ.ভি আলেকজেণ্ডাৰ
(d) জেনেৰেল ডায়াৰৰ
উত্তৰ: (d) জেনেৰেল ডায়াৰৰ নিৰ্দেশত

25) ৰবীন্দ্ৰনাথ ঠাকুৰে কেতিয়া বৃটিছ চৰকাৰে দিয়া নাইট উপাধি পৰিত্যাগ কৰিছিল ?
(a) সত্যাগ্রহ আন্দোলনৰ সময়ত
(b) ভাৰত ত্যাগ আন্দোলনৰ
(c) অসহযোগ আন্দোলনৰ সময়ত
(d) জালিৱানৱালাবাগৰ হত্যা কাণ্ডৰ প্ৰতিবাদত
উত্তৰ : (d) জালিৱানৱালাবাগৰ হত্যা কাণ্ডৰ প্ৰতিবাদত

26) বাংলাদেশে কেতিয়া স্বাধীনতা লাভ কৰে ?
(a) ১৯৭০ চনৰ মাৰ্চ মাহত
(b) ১৯৭১ চনৰ মাৰ্চ মাহত
(c) ১৯৭২ চনৰ মাৰ্চ মাহত
(d) ১৯৭৩ চনৰ মাৰ্চ মাহত
উত্তৰ ঃ (b) ১৯৭১ চনৰ মাৰ্চ মাহত

27) ভাৰত আৰু পাকিস্থানৰ সীমাৰেখাক কি নামেৰে জনা যায় ?
(a) ৰেডক্ৰছ
(b) ৰেডক্লিক
(c) ৰেডক্লিফ
(d) ৰেডফ্লিক
উত্তৰ: (c) ৰেডক্লিফ

28) স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্রী কোন হয় ?
(a) জৱহৰলাল নেহৰু
(b) ৰাজা ৰামমোহন ৰায়
(c) মহাত্মা গান্ধী
উত্তৰ : (a) জৱহৰলাল নেহৰু

ওপৰত উল্লেখ কৰা Class 10 Social Multiple Choice Question Answer for HSLC 2024 Final Exam য়ে আপোনাক বহুত সহায় কৰিব পাৰে। আপুনি তলৰ লিংকত ক্লিক কৰি Class 10 Social Chapter 3 History MCQ পঢ়িব পাৰে।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

1 thought on “Class 10 Social Chapter 2 History MCQ | HSLC 2024”

Leave a Comment