Class 10 Social Chapter 1 History MCQ | HSLC 2024

আপুনি বাৰু Class 10 Social Chapter 1 History MCQ (বংগ বিভাজন আৰু স্বদেশী আন্দোলন MCQ) বিচাৰি আছে নেকি? আপুনি বাৰু আগন্তুক HSLC 2024 Final Exam ত Class 10 Social Chapter 1 History MCQ যিয়ে আপোনাক বহুতো সহায় কৰিব বুলি আমি আশাবাদী। তেন্তে আহক, আজি আমি Class 10 Social Chapter 1 History MCQ আলোচনা কৰোঁ।

ইয়াৰ আগতে আমি Class 10 English MCQ আলোচনা কৰিছো যদি আপুনি পঢ়িব বিচাৰে তেন্তে লিংকত ক্লিক কৰক। আপুনি বিচাৰিলে আমাৰ Assamese Medium YouTube ত এই বিষয়সমুহৰ Free Video Classes চাব পাৰিব।

Class 10 Social Chapter 1 History MCQ । বংগ বিভাজন আৰু স্বদেশী আন্দোলন

1) ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন আছিল ?
(a) নবাব ছলিমউল্লা
(b) নীলতন চৰকাৰ
(c) অম্বিকাগিৰি ৰায়চৌধুৰী
(d) আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়
উত্তৰ: (d) আচার্য প্রফুল্ল চন্দ্ৰ ৰায়

2) বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল ?
(a) ১৯১০ চনৰ ১১ ডিচেম্বৰত
(b) ১৯১২ চনৰ ১২ ডিচেম্বৰত
(c) ১৯১১ চনৰ ১১ ডিচেম্বৰত
(d) ১৯১১ চনৰ ১০ ডিচেম্বৰত
উত্তৰ: (c) ১৯১১ চনৰ ১১ ডিচেম্বৰত

3) “ডি ডন” পত্ৰিকাৰ সম্পাদক কোন আছিল ?
(a) চাৰু দাস বন্দোপাধ্যায়
(b) সতীশচন্দ্র মুখোপাধ্যায়
(c) ৰবীন্দ্ৰনাথ ঠাকুৰ
(d) আব্দুল ৰছুল
উত্তৰ : (b) সতীশচন্দ্ৰ মুখোপাধ্যায়

4) ১৯০৬ চনত মুচলিম লীগ গঠনত সহায় কৰা ব্রিটিশ প্রশাসকজন কোন আছিল ? (HSLC-2017)
(a) লর্ড মিন্টো
(b) লর্ড কার্জন
(c) লর্ড কর্ণৱালিছ
(d) লর্ড ৰিপন
উত্তৰ: (a) লর্ড মিন্টো

5) কাৰ কাৰ্যকালত ‘বংগ বিভাজন আঁচনিখন’ কাৰ্যকৰী হৈছিল ? (HSLC-2017)
(a) লর্ড মাউন্টবেটেন
(b) লর্ড উইলিয়াম বেন্টিংক
(c) লর্ড ডেলহাউচী
(d) লর্ড কার্জন
উত্তৰ : (d) লর্ড কার্জন

6) স্বদেশী আন্দোলনৰ সময়ত কোনখন কাকত প্ৰকাশ হৈ আছিল ?
(a) অৰুণোদয়
(b) যুগান্তৰ
(c) বন্দিনী ভাৰত
(d) ওপৰৰ এটাও নহয
উত্তৰ : (b) যুগান্তৰ

7) যুগান্তৰ’পত্রিকাখনৰ সম্পাদক কোন আছিল ?
(a) অম্বিকাগিৰি ৰায়চৌধুৰী
(b) আচাৰ্য্য প্রফুল্ল চন্দ্ৰ ৰায়
(c) লক্ষ্মীনাথ বেজবৰুৱা
(d) ভূপেন্দ্রনাথ দত্ত
উত্তৰ: (d) ভূপেন্দ্ৰনাথ দত্ত

8) বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল ?
(a) লর্ড কার্জন
(b) লর্ড নেথানিয়েল কার্জন
(c) এন্ড্রুফেজাৰ
(d) লর্ড মিন্টো
উত্তৰ: (b) লর্ড নেথানিয়েল কার্জন

9) কোন চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল ?
(a) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰত
(b) ১৯০৫ খ্ৰীষ্টাব্দৰ ১০ অক্টোবৰত
(c) ১৯০০ খ্ৰীষ্টাব্দৰ ১১ অক্টোবৰত
(d) ১৯০৪ চনত ১৫ অক্টোবৰত
উত্তৰ : (a) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰত

10) ‘বন্দিনী ভাৰত’ নামৰ নাটকখনৰ ৰচক কোন ?
(a) আচাৰ্য্য প্রফুল্ল চন্দ্ৰ ৰায়
(b) ভূপেন্দ্রনাথ দত্ত
(c) অম্বিকাগিৰি ৰায় চৌধুৰী
(d) লক্ষ্মীনাথ বেজবৰুৱা
উত্তৰঃ (c) অম্বিকাগিৰি ৰায় চৌধুৰী

11) বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল ?
(a) ১৯০৬ চনৰ ১০ মাৰ্চত
(b) ১৯০৬ চনৰ ১১ মাৰ্চত
(c) ১৯০৫ চনৰ ১০ মাৰ্চত
(d) ১৯০৬ চনৰ ১০ মাৰ্চত
উত্তৰ : (a) ১৯০৬ চনৰ ১০ মাৰ্চত

12) মুছলিম লীগৰ কাৰ্যালয় লক্ষ্ণৌলৈ স্থানান্তৰিত কেতিয়া কৰা হৈছিল ?
(a) ১৯০৫ খ্ৰীষ্টাব্দতৰ মাৰ্চ মাহত
(b) ১৯১৫ খ্ৰীষ্টাব্দত মাৰ্চ মাহত
(c) ১৯১০ খ্রীষ্টাব্দত মাৰ্চ মাহত
(d) ১৯১১ খ্রীষ্টাব্দত মাৰ্চ মাহত
উত্তৰঃ (c) ১৯১০ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত

13) “ইউনাইটেড বেংগল ষ্টোৰছ কেতিয়া প্রতিষ্ঠা কৰা হৈছিল ?
(a) ১৯০৫ চনত
(b) ১৯০৬ চনত
(c) ১৯০৭ চনত
(d) ১৯০৯ চনত
উত্তৰ : (a) ১৯০৫ চনত

14) ১৯৩২ চনত সাম্প্ৰদায়িক বটোৱাৰা ঘোষণা কৰা বৃটিছ প্ৰধান মন্ত্ৰীজন আছিল – (2019)
(a) ক্লিমেন্ট এটলি
(b) উইনষ্টন চার্চিল
(c) ৰামছে মেকডোনল্ড
(d) থেৰেছা মেই
উত্তৰঃ (c) ৰামছে মেকডোনল্ড

15) বিদেশী পণ্য বৰ্জৰ্ণৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল ?
(a) জাতীয় কংগ্ৰেছৰ দ্বাবিংশতিতম অধিৱেশনত
(b) জাতীয় কংগ্ৰেছৰ দ্বাবিংশ অধিৱেশনত
(c) জাতীয় কংগ্ৰেছৰ ত্ৰয়োবিংশতিতম অধিৱেশনত
(d) জাতীয় কংগ্ৰেছৰ ত্ৰয়োবিংশতি অধিৱেশনত
উত্তৰ : (a) জাতীয় কংগ্ৰেছৰ দ্বাবিংশতিতম অধিৱেশনত

16) অবিভক্ত বংগ দেশৰ মুঠ জনসংখ্যা কিমান আছিল ?
(a) ৫৫ নিযুত
(b) ৫৪ নিযুত
(c) ৫৩ নিযুত
(d) ৫২ নিযুত
উত্তৰ ঃ (b) ৫৪ নিযুত

17) প্রশ্নঃ ‘বন্দে মাতৰম’ গীতটোৰ ৰচক কোন আছিল ?
(a) প্রফুল্ল চন্দ্ৰ ৰায়
(b) ৰবীন্দ্ৰনাথ ঠাকুৰ
(c) বঙ্কিমচন্দ্ৰ চেটার্জী
(d) বিঙ্কিমচন্দ্ৰ চেটার্জী
উত্তৰ: (c) বঙ্কিমচন্দ্ৰ চেটার্জী

18) প্রশ্ন : কোন চনত মুছলিম লীগৰ সংগঠন গঢ়ি উঠিছিল ?
(a) ১৯০৫ চনত
(b) ১৯০৬ চনত
(c) ১৯০৭ চনত
(d) ৫২ নিযুত
উত্তৰ : (b) ১৯০৬ চনত

19) ভাইচৰয় লর্ড মিন্টোৰ ব্যক্তিগত সচিবজনৰ নাম কি আছিল ?
(a) কর্ণেল ডানলপ স্মিথ
(b) লাল-বাল-পাল
(c) ছাৰ এ. ঠি অৰণ ডেলৰ
(d) এলিজাবেথ নবোল
উত্তৰ : (a) কর্ণেল ডানলপ স্মিথ

20) ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুযায়ী কাছাৰ ইংৰাজৰ অধীনলৈ যায় কোন খ্ৰীষ্টাব্দত ?
(a) ১৮৩০ খ্রীষ্টাব্দত
(b) ১৮৩১ খ্ৰীষ্টাব্দত
(c) ১৮৩২ খ্ৰীষ্টাব্দত
(d) ১৮৩৩ খ্রীষ্টাব্দত
উত্তৰ: (c) ১৮৩২ খ্ৰীষ্টাব্দত

21) মটক আৰু শদিয়া ৰাজ্য কেতিয়া ইংৰাজৰ অধীনস্থ হয় ?
(a) ১৮৩৮ খ্রীষ্টাব্দত
(b) ১৮৩৯ খ্ৰীষ্টাব্দত
(c) ১৮৪০ খ্রীষ্টাব্দত
(d) ১৮৪১ খ্রীষ্টাব্দত
উত্তৰ : (b) ১৮৩৯ খ্ৰীষ্টাব্দত

22) পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি আছিল ?
(a) কলকতা
(b) পূর্ব বংগ
(c) ঢাকা
(d) কাছাৰ
উত্তৰঃ (c) ঢাকা

23) কোনজন ব্যক্তিয়ে বৃটিছ চৰকাৰক ‘নাইটহুড’ উপাধি দিছিল।
(a) বাল গংগাধৰ তিলকে
(b) প্রফুল্ল চন্দ্ৰ ৰাযে
(c) ৰবীন্দ্ৰনাথ ঠাকুৰে
(d) লাল-বাল-পালে
উত্তৰঃ (c) ৰবীন্দ্ৰনাথ ঠাকুৰে

24) ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো বস্ত্ৰ প্রতিষ্ঠান গঢ়ি তুলিছিল ?
(a) বেংগল টেক্‌নিকেল প্রতিষ্ঠান
(b) স্বদেশী বস্ত্র প্রতিষ্ঠান
(c) স্বদেশী ভাণ্ডাৰ
(d) বঙ্গ বস্ত্ৰ উদ্যোগ
উত্তৰঃ (c) স্বদেশী ভাণ্ডাৰ

25) স্বৰাজ আমাৰ জন্মগত স্বত্ব আৰু ই আমাৰ কাম্য।”— উত্ত উক্তিটো কাৰ ? 17
(a) অম্বিকাগিৰি ৰায়চৌধুৰীৰ
(b) বালগংগাধৰ তিলকৰ
(c) মহাত্মা গান্ধীৰ
(d) প্রফুল্ল চন্দ্ৰ ৰায়ৰ
উত্তৰ: (b) বাল গংগাধৰ তিলকৰ

26) স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানটা গীত ৰচিছিল ?
(a) ২০ টা
(b) ২২ টা
(c) ২৩ টা
(d) ২৪ টা
উত্তৰঃ (c) ২৩ টা

27) সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্ব গড়ি উঠা সংগঠনটো কি আছিল ?
(a) যুৱ সংসদ
(c) বেংগল সংসদ
(b) ছাত্র সংসদ
(d) স্বদেশী সংসদ
উত্তৰ : (b) ছাত্র সংসদ

ওপৰত উল্লেখ কৰা Class 10 Social Multiple Choice Question Answer for HSLC 2024 Final Exam য়ে আপোনাক বহুত সহায় কৰিব পাৰে। আপুনি তলৰ লিংকত ক্লিক কৰি Class 10 Social Chapter 2 History MCQ পঢ়িব পাৰে।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

1 thought on “Class 10 Social Chapter 1 History MCQ | HSLC 2024”

Leave a Comment