Class 10 Social Chapter 1 Geography MCQ

  • Post category:MCQ
  • Post last modified:21/02/2023

আপুনি বাৰু Class 10 Social Chapter 1 Geography MCQ (অর্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ MCQ) বিচাৰি আছে নেকি? আপুনি বাৰু আগন্তুক HSLC 2023 Final Exam ত Class 10 Social Chapter 1 Geography MCQ যিয়ে আপোনাক বহুতো সহায় কৰিব বুলি আমি আশাবাদী। তেন্তে আহক, আজি Assamese Medium ত আমি Class 10 Social Chapter 1 Geography MCQ আলোচনা কৰোঁ।

ইয়াৰ আগতে আমি Class 10 English MCQ & Class 10 Science MCQ আলোচনা কৰিছো । যদি আপুনি পঢ়িব বিচাৰে তেন্তে লিংকত ক্লিক কৰক। আপুনি বিচাৰিলে আমাৰ Assamese Medium YouTube ত এই বিষয়সমুহৰ Free Video Class চাব পাৰিব।

Watch FREE Video Classes


Class 10 Social Chapter 1 Geography MCQ | অর্থনৈতিক ভূগোল MCQ

1) তলৰ কোনটো অজীৱীয় সম্পদ ?
(a) গছ-গছনি
(b) জীৱ-জন্তু
(c) ভেঁকুৰ
(d) বায়ু
উত্তৰঃ (d) বায়ু

2) তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ
(a) বায়ু
(c) শস্য
(b) পানী
(d) কয়লা
উত্তৰ: (d) কয়লা

3) তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী?
(a) এশিঙিয়া গড়
(b) নলগাহৰি
(c) জিৰাফ
(d) মিথুন
উত্তৰ: (b) নলগাহৰি

4) সম্পদ কেই প্ৰকাৰৰ বিভক্ত ?
(a) দুই প্ৰকাৰৰ
(c) চাৰি প্ৰকাৰৰ
(b) তিনি প্ৰকাৰৰ
(d) পাঁচ প্ৰকাৰৰ
উত্তৰঃ (b) তিনি প্ৰকাৰৰ

5) তলৰ কোনটো অ-নবীকৰণযোগ্য সম্পদ?(HSLC-2017)
(a) পানী
(b) সূৰ্যৰ ৰশ্মি
(c) গছ-গছনি
(d) প্রাকৃতিক গেছ
উত্তৰ: (d) প্রাকৃতিক গেছ

6) তলৰ সম্পদসমূহৰ কোনবিধ সম্পদ অজীৱীয় ? (HSLC-2017)
(a) বায়ু
(b) উদ্ভিদ
(c) জন্তু বোৰ
(d) শস্য
উত্তৰ: (a) বায়ু

7) তলৰ কোনটো মানৱসৃষ্ট সম্পদ (HSLC-2018)
(a) অৰণ্য
(b) জলসিঞ্চন
(c) নদ-নদী
) (d) খনিজ তেল
উত্তৰ : (b) জলসিঞ্চন।

8) তলত দিয়াবোৰৰ কোনটো মানৱসৃষ্ট সম্পদ ?(HSLC-2020)
(i) নদী
(ii) খনিজ তেল
(iii) জলসিঞ্চন নলা
(iv) অৰণ্য
Ans: (iii) জলসিঞ্চন নলা

9) তলৰ কোনটো এটা অজীৱীয় সম্পদ?(HSLC-2022)
(i) বায়ু
(iii) ভেঁকুৰ
(ii) বেক্টেৰিয়া
(iv) শস্য 900
Ans : (i) বায়ু

10) ভূগোল বিষয়টো প্ৰধানকৈ কেইটা ভাগত বিভক্ত ।
(a) পাঁচটা
(b) চাৰিটা
(c) দুটা
(d) তিনিটা।
উত্তৰঃ (c) দুটা

11) মানুহৰ কোন প্ৰকাৰৰ কাৰ্যকলাপৰ বিষয়ে অর্থনৈতিক ভূগোল অধ্যয়ন কৰা হয়?
(a) ৰাজনৈতিক কার্যকলাপ
(b) অর্থনৈতিক কার্যকলাপ
(c) প্রাকৃতিক কার্যকলাপ
(d) ব্যক্তিগত কার্যকলাপ ।
উত্তৰঃ (b) অর্থনৈতিক কার্যকলাপ

12) আধুনিক অর্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপে কোনজন ব্যক্তিক আখ্যা দিয়া হৈছে?
(a) জন্স
(b) ডাকেনৱাল্ড
(c) কার্জন
(d) জর্জ ছিজহ’ম।
উত্তৰ: (d) জৰ্জ ছিজহ’ম৷

13) ভাৰতীয় বন গৱেষণা আৰ.শিক্ষা সংস্থা
কেতিয়া স্থাপন কৰা হয় ?
(a) ১৮৮৬
(b) ১৯৮৬
(c) ১৭৮৬
(d) ১৯৮৮
উত্তৰ: (b) ১৯৮৬

14) তলৰ কোনটো মানৱ সৃষ্ট সম্পদ?
(a) নদ-নদী
(c) অৰণ্য
(b) খনিজ তেল
(d) জলসিঞ্চন নলা
উত্তৰ: (d) জলসিঞ্চন নলা

15) মানুহ সম্পদৰ লগত কেইটা ধৰণে জড়িত
(a) দুই ধৰণে
(b) তিনি ধৰণে
(c) পাঁচ ধৰণে
(d) সাত ধৰণে
উত্তৰ: (a) দুই ধৰণে

16) তলৰ কোনটো প্ৰাকৃতিক সম্পদ নহয় ।
(a) নদ-নদী
(b) অৰণ্য
(c) বায়ু
(d) ঘৰ-দুৱাৰ
উত্তৰ: (d) ঘৰ-দুৱাৰ

17) বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয় ?
(a) দুই জুনত
(b) চাৰি জুনত
(c) পাঁচ জুনত
(d) সাত জুনত
উত্তৰ : (c) পাঁচ জুনত

18) IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাত অন্তর্গত ?
(a) UNDP
(c) WWF
(b) UNESCO
(d) UNEP
উত্তৰ : (b) UNESCO

19) IUCN কোন চনত প্ৰতিষ্ঠা হৈছিল?
(a) ১৭৪৮
(b) ১৮৪৮
(c) ১৯৪৮
(d) ১৯৪৭
উত্তৰঃ (b) ১৮৪৮

20) পুনৰাৱৰ্তনৰ উদাহৰণ-
(a) কল-কাৰখানা
(c) পুতলা
(b) লোহাৰ সামগ্ৰী
(d) ঘৰ
উত্তৰঃ (b) লোহাৰ সামগ্ৰী

21) তলৰ কোনটো জাতীয় সম্পদ ?
(a) নর্দমা
(b) খাল
(c) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
(d) জান-জুৰি
উত্তৰ: (c) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

22) তলৰ কোনটো বিশ্ব সম্পদ?
(a) মন্দিৰ
(c) দলং
(b) নদ-নদী
(d) সাগৰ-মহাসাগৰ
উত্তৰ: (d) সাগৰ-মহাসাগৰ

23) তলত উল্লেখিত কোনটো ব্যক্তিগত সম্পদ ?
(a) ৰাস্তা-ঘাট
(b) গছ-গছনি
(c) কর্মদক্ষতা . . …
(d) শিক্ষানুষ্ঠান
উত্তৰ : (c) কর্মদক্ষতা

24) তলৰ কোনবিধ অনৱীকৰণযোগ্য সম্পদ (HSLC-2019)
(i) পানী
(ii) উদ্ভিদ (4)
(iii) প্রাকৃতিক গেছ
(iv) সূৰ্যৰ ৰশ্মি
Ans : (iii) প্রাকৃতিক গেছ


ওপৰত উল্লেখ কৰা Class 10 Social Multiple Choice Question Answer for HSLC 2023 Final Exam য়ে আপোনাক বহুত সহায় কৰিব পাৰে। আপুনি তলৰ লিংকত ক্লিক কৰি Class 10 Social Chapter 2 Geography MCQ পঢ়িব পাৰে।

This Post Has 2 Comments

প্ৰত্যুত্তৰ দিয়ক