Class 12 Assamese

ছাত্ৰ ছাত্ৰীৰ বাবে Class 12 Assamese তথা অসমীয়া মাধ্যমৰ দ্বাদশ শ্ৰেণীৰ অসমীয়া আন এক গুৰুত্বপূৰ্ণ বিষয়। ইয়াত থকা গল্প সৰ্বমুঠ ৮ টা আৰু পদ্য ৮ টা উল্লেখ আছে। আমি Class 12 Assamese ৰ সম্পূৰ্ণ সমাধান ইয়াত আলোচনা কৰিবলৈ প্ৰয়াস কৰিছো। আপুনি যদি Class 12 Arts, Class 12 Science বা Class 12 Commerce ৰ এজন শিক্ষাৰ্থী তেন্তে Class 12 Assamese আপোনাৰ বাবে প্ৰয়োজনীয়। ইয়াত আমি Class 12 Assamese ৰ সম্পূৰ্ণ সমাধান কৰিবলৈ প্ৰয়াস কৰিছো, আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি তলৰ লিংকৰ পৰা Class 12 Assamese ৰ বিভিন্ন অধ্যায়সমূহ পঢ়িব পাৰে। ইয়াত আপুনি বিচাৰি Class 12 Assamese ৰ সমাধানসমূহ PDF Notes হিচাপে ডাউনলোড কৰিব পাৰে।

আমি আপোনালৈ Assamese Medium ত লিখা কোনো বিষয়ত কিবা অসুবিধা থাকিলে আপুনি অনুগ্ৰহ কৰি Assamese Medium Facebook PageFollow কৰি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে। আমি আপোনাৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিম।

Class 12 Assamese

Class 12 Assamese গোট-১ গদ্য

  • Class 12 Assamese Chapter 1 Question Answer: মোৰ মাতৃমুখ দৰ্শন
  • Class 12 Assamese Chapter 2 Question Answer: মগনিয়াৰযতীন্দ্ৰ নাথ দুৱৰা
  • Class 12 Assamese Chapter 3 Question Answer: আনন্দৰাম বৰুৱা – উপেন্দ্ৰ চন্দ্ৰ লেখাৰু
  • Class 12 Assamese Chapter 4 Question Answer:: হস্তিবিদ্যাৰ্ণৱ পুথি – ড° সূৰ্যকুমাৰ ভূঞা
  • Class 12 Assamese Chapter 5 Question Answer:: ভাৰতীয় আদৰ্ষত বৈৰাগ্য – তীৰ্থনাথ শৰ্মা
  • Class 12 Assamese Chapter 6 Question Answer:: চিঠি – শীলভদ্ৰ
  • Class 12 Assamese Chapter 7 Question Answer:: অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা – উপাল দত্ত
  • Class 12 Assamese Chapter 8 Question Answer:: বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো –

Class 12 Assamese গোট-২ পদ্য

  • Class 12 Assamese Chapter 9 Question Answer:: বৰগীত (উঠৰে উঠ বাপু) – মাধৱদেৱ
  • Class 12 Assamese Chapter 10 Question Answer:: বিশ্বখনিকৰ – মফিজুদ্দিন আহমেদ হাজৰিকা
  • Class 12 Assamese Chapter 11 Question Answer:: মিলন – নলিনীবালা দেৱী
  • Class 12 Assamese Chapter 12 Question Answer:: জনতাৰ আহ্বান – জ্যোতিপ্ৰসাদ আগৰৱালা
  • Class 12 Assamese Chapter 13 Question Answer:: কাঠমিস্ত্ৰীৰ ঘৰ – ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত
  • Class 12 Assamese Chapter 14 Question Answer:: আঘোণৰ কুঁৱলী – কেশৱ মহন্ত
  • Class 12 Assamese Chapter 15 Question Answer:: উভতি নহাৰ কবিতা – নৱকান্ত বৰুৱা
  • Class 12 Assamese Chapter 16 Question Answer:: কৰুণতম – ড° নিৰ্মলপ্ৰভা বৰদলৈ

অসমীয়া ভাষাৰ ব্যাকৰণ