[HSLC 2024] Class 10 Social Chapter 2 PSc MCQ

আপুনি বাৰু Class 10 Social Chapter 2 PSc MCQ (দ্বিতীয় অধ্যায় : আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য MCQ) বিচাৰি আছে নেকি? আপুনি বাৰু আগন্তুক HSLC 2024 Final Exam ত Class 10 Social Chapter 2 PSc MCQ যিয়ে আপোনাক বহুতো সহায় কৰিব বুলি আমি আশাবাদী। তেন্তে আহক, আজি আমি Class 10 Social Chapter 2 PSc MCQ আলোচনা কৰোঁ।

ইয়াৰ আগতে আমি Class 10 English MCQ & Class 10 Science MCQ আলোচনা কৰিছো । যদি আপুনি পঢ়িব বিচাৰে তেন্তে লিংকত ক্লিক কৰক। আপুনি বিচাৰিলে আমাৰ Nitid Academy YouTube Channel ত এই বিষয়সমুহৰ Free Video Class চাব পাৰিব।

Class 10 Social Chapter 2 PSc MCQ

Class 10 Social Chapter 2 PSc MCQ | আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য MCQ

1) ‘ৰাষ্ট্ৰসংঘৰ দিৱস’ৰ তাৰিখটো উল্লেখ কৰা –
(a) ২০ অক্টোবৰ
(b) 22 অক্টোবৰ
(c) ২৩ অক্টোবৰ
(d) ২৪ অক্টোবৰ
উত্তৰ: (d) ২৪ অক্টোবৰ

2) বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য সংখ্যা কিমান ?
(a) ১৯০ খন
(b) ১৯১ খন
(c) ১৯৩ খন
(d) ১৯৪ খন
উত্তৰ: (c) ১৯৩ খন

3) ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্য্যালয় ক’ত?
(a) আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়র্ক চহৰত )
(b) চীনত
(c) ভাৰতবৰ্ষৰ নতুন দিল্লীত
(d) ৰাছিয়াত
উত্তৰ : (a) আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়র্ক চহৰত

4) ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা ?
(a) ৫ টা
(b) ৬ টা
(c) ৭ টা
(d) ১০ টা
উত্তৰ : (b) ৬ টা

5) ৰাষ্ট্ৰসংঘৰ সচিব প্রধানক কোনে নিয়োগ কৰে ?
(a) নিৰাপত্তা পৰিষদ সহযোগত সাধাৰণ সভাই নিয়োগ কৰে
(b) নিৰাপত্তা পৰিষদে নিয়োগ কৰে
(c) সাধাৰণ সভাই নিয়োগ কৰে
(d) ওপৰৰ ওটাও নহয়
উত্তৰ : (a) নিৰাপত্তা পৰিষদ সহযোগত সাধাৰণ সভাই নিয়োগ কৰে

6) ‘ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিবজনৰ নাম কি?
(a) ট্রাইভহাল্ডান
(b) হাল্ডান লী
(c) ট্রাইভহান
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (b) হাল্ডান লী

7) ‘ৰাষ্ট্ৰসংঘৰ’বৰ্তমান সচিব প্ৰধানগৰাকী কোন ?
(a) এনট্‌নিও
(b)এনটনিও ওৱেটেছে
(c) ওৱেটেৰেছ এন্টনিও
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (b) এনটনিও ওৱেটেছে

8) ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিব প্রধানগৰাকী কোন দেশৰ ?
(a) নৰৱেৰ
(b) পৰ্টুগালৰ
(c) আমেৰিকা
(d) আমেৰিকাৰ জাপানৰ
উত্তৰ : (b) পৰ্টুগালৰ

9) ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কাৰ্যকাল কিমান ?
(a) তিনি বছৰ
(b) চাৰি বছৰ
(c) পাঁচ বছৰ
(d) ছয় বছৰ
উত্তৰ: (c) পাঁচ বছৰ

10) ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ কি ?
(a) নিৰাপত্তা পৰিষদ
(b) সাধাৰণ সভা
(c) ন্যায়ৰক্ষী পৰিষদ
(d) আন্তর্জাতিক ন্যায়ালয়
উত্তৰ: (b) সাধাৰণ সভা

11)আন্তর্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ মুঠ সংখ্যা হ’ল—(HSLC-2017)
(b) ১৫ জন
(a) ১১ জন
(c) ৯ জন
(d) ৫ জন
উত্তৰ: (b) ১৫ জন

12) কোনটো দিন বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয় ? (HSLC-2017)
(a) ২৪ অক্টোবৰ
(b) ২৭ ছেপ্টেম্বৰ
(c) ৫ জুন
(d) ১০ ডিচেম্বৰ
উত্তৰ : (d) ১০ ডিচেম্বৰ

13) প্রথম বিশ্বযুদ্ধ কেতিয়া হয় ?
(a) ১৯১১
(b) ১৯১২
(c) ১৯১৩
(d) ১৯১৪
উত্তৰ: (d) ১৯১৪ চনত

14) ‘জাতি সংঘ’ কেতিয়া গঠন কৰা হয় ?
(a) ১৯১০ চনৰ ২০ জানুৱাৰীত
(b) ১৯২০ চনৰ ২০ জানুৱাৰীত
(c) ১৯১৫ চনৰ ১৫ জানুৱাৰীত
(d) ১৯২০ চনৰ ১৫ জানুৱাৰীত
উত্তৰঃ (b) ১৯২০ চনৰ ২০ জানুৱাৰীত

15) ‘ৰাষ্ট্ৰ সংঘ’ কেতিয়া গঠন কৰা হয় ?
(a) ১৯৪৫ চনৰ ২৪ অক্টোবৰত
(b) ১৯৪৬ চনৰ ২৫ অক্টোবৰত
(c) ১৯৫৫ চনৰ ২৫ অক্টোবৰত
(d) ১৯৫৫ চনৰ ২৪ অক্টোবৰত
উত্তৰ: (a) ১৯৪৫ চনৰ ২৪ অক্টোবৰত

16) ৰাষ্ট্ৰসংঘৰ চনদত কিমানকেইখন দেশে স্বাক্ষৰ প্ৰদান কৰে ?
(a) ২০ খন ৰাষ্ট্ৰই
(b) ৫১ খন ৰাষ্ট্ৰই
(c) ৫২ খন ৰাষ্ট্ৰ
(d) ৫৩ খন ৰাষ্ট্ৰই
উত্তৰ : (b) ৫১ খন ৰাষ্ট্ৰহ

17) ৰাষ্ট্ৰসংঘৰ চনদত কিমানটা অনুচ্ছেদ আছে?
(a) ১০৯ টা
(b) ১১০ টা
(c) ১১১ টা
(d) ১১২ টা
উত্তৰঃ (c) ১১১ টা

18) ‘আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি’ কেতিয়া কৰা হয় ?
(a) ১৯৬০ চনত
(b) ১৯৬১ চনত
(c) ১৯৬২ চনত
(d) ১৯৬৩ চনত
উত্তৰ: (d) ১৯৬৩ চনত

19) ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন হয় ?
(a) ১৯৪৫ চনত ১৬ ফেব্ৰুৱাৰীত
(b) ১৯৬৪ চনত ১৬ ফেব্ৰুৱাৰীত
(c) ১৯৪৬ চনত ১৬ ফেব্ৰুৱাৰীত
(d) ১৯৬৫ চনত ১৬ ফেব্ৰুৱাৰীত
উত্তৰঃ (c) ১৯৪৬ চনত ১৬ ফেব্ৰুৱাৰীত

20) বছৰৰ কোনটো দিন ‘মানৱ অধিকাৰ দিৱস’ স্বৰূপে পালন কৰা হয় ?
(a) ১০ জানুৱাৰী তাৰিখে
(b) ১০ ফেব্ৰুৱাৰী তাৰিখে
(c) ১০ ডিচেম্বৰ তাৰিখে
(d) ১০ অক্টোবৰ তাৰিখে
উত্তৰ: (c) ১০ ডিচেম্বৰ তাৰিখে

21) বিশ্ব শান্তি স্থাপনৰ বাবে গঠন হোৱা প্রথম সংস্থাটো কি?
(a) ৰাষ্ট্ৰসংঘ
(b) জাতি সংঘ
(c) আন্তঃৰাষ্ট্ৰীয় সংঘ
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (b) জাতি সংঘ

22) বিশ্বৰ অৰ্থনৈতিক মঞ্চৰ মুখ্য কাৰ্য্যাল ক’ত ?
(a) জুৰিকত
(b) কাঠমাণ্ডু
(c) জেনেভাত
(d) ডুবাইত
উত্তৰঃ (c) জেনেভাত

23) “আন্তৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজা ৰখাই ৰাষ্ট্ৰসংঘৰ এটা উদ্দেশ্য।
(a) সঁচা
(b) মিছা
(c) উদ্দেশ্যৰ ভিতৰত নপৰে
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (a) সঁচা

24) জাতিসমূহৰ সংঘৰ মুখ্য কাৰ্য্যালয় ক অৱস্থিত ?
(a) ব্ৰুচেলছত
(b) ছিংগাপুৰত
(c) কাঠমাণ্ডু
(d) লণ্ডনত
উত্তৰ: (d) লণ্ডনত

25 ৰাষ্ট্ৰসংঘ গঠনৰ সময়ত অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য আছিল –
(a) ১৫ জন
(b) ১৮ জন
(c) ১৯ জন
(d) ২০ জন
উত্তৰ: (b) ১৮ জন

26) ILO বা আন্তর্জাতিক বনুৱা সংস্থাৰ ১৯৭০ চনৰ সভাত যোগদান কৰা ভাৰতীয় ৰাষ্ট্ৰপতি গৰাকী কোন আছিল ?
(a) ফকৰুদ্দিন আলি আহমেদ
(b) ড° ভি.ভি.গিৰি
(c) ৰাধাকৃষ্ণন
(d) এ পি জে আব্দুল কালাম
উত্তৰ : (b) ড° ভি.ভি.গিৰি

27) ৰাষ্ট্ৰসংঘৰ লগত জড়িত নথকা এজেন্সিটো হ’ল
(a) জাতি সংঘ
(b) বিশ্ব অর্থনৈতিক মঞ্চ
(c) বিশ্ব স্বাস্থ্য সংস্থা
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (a) জাতি সংঘ

Leave a Comment