[HSLC 2024] Class 10 Social Chapter 1 PSc MCQ

আপুনি বাৰু Class 10 Social Chapter 1 PSc MCQ (ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় :: ভাৰতীয় গণতন্ত্র MCQ) বিচাৰি আছে নেকি? আপুনি বাৰু আগন্তুক HSLC 2024 Final Exam ত Class 10 Social Chapter 1 PSc MCQ যিয়ে আপোনাক বহুতো সহায় কৰিব বুলি আমি আশাবাদী। তেন্তে আহক, আজি আমি Class 10 Social Chapter 1 PSc MCQ আলোচনা কৰোঁ।

ইয়াৰ আগতে আমি Class 10 English MCQ & Class 10 Science MCQ আলোচনা কৰিছো । যদি আপুনি পঢ়িব বিচাৰে তেন্তে লিংকত ক্লিক কৰক। আপুনি বিচাৰিলে আমাৰ Nitid Academy YouTube Channel ত এই বিষয়সমুহৰ Free Video Class চাব পাৰিব।

Class 10 Social Chapter 1 PSc MCQ | ভাৰতীয় গণতন্ত্র MCQ

1) ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তুত কৰাৰ বাবে কিমানখন বৈঠক বহিছিল ?
(a) ৯ খন
(c) ১১ খন
(b) ১০ খন
(d) ১২ খন
উত্তৰঃ (c) ১১ খন

2) সংবিধান প্রস্তুত কৰোতে খচৰা সমিটিক কিমান বছৰ লাগিছিল ?
(a) ২ বছৰ
(b) ৩ বছৰ
(c) ৪ বছৰ
(d) ৫ বছৰ
উত্তৰ: (b) ৩ বছৰ

3) ভাৰতৰ সংবিধানখন কোন চনৰ কোন তাৰিখে বলবৎ কৰা হৈছিল ?
(a) ১৯৪৭ চনৰ ২৬ জানুৱাৰীত
(b) ১৯৫০ চনৰ ২৬ জানুৱাৰীত
(c) ১৯৫১ চনৰ ২৬ জানুৱাৰীত
(d) ১৯৫২ চনৰ ২৬ জানুৱাৰীত
উত্তৰ : (b) ১৯৫০ চনৰ ২৬ জানুৱাৰীত

4) ভাৰত ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা কাৰ হাতত অৰ্পন কৰা হৈছিল ?
(a) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ হাতত
(b) ভাৰতবৰ্ষৰ জনসাধাৰণৰ হাতত
(c) ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰীৰ হাতত
(d) ভাৰতবৰ্ষৰ লোকসভাৰ হাতত
উত্তৰ : (b) ভাৰতবৰ্ষৰ জনসাধাৰণৰ হাতত

5) ভাৰতবৰ্ষৰ সংসদ কেইখন ?
(a) ১ খন
(b) ২ খন
(c) ৩ খন
(d) ৪ খন
উত্তৰ : (b) ২ খন

6) ইংৰাজী ‘Federation’ শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে ?
(a) Foedus’ ৰ পৰা
(b) Fedr’ ৰ পৰা
(c) Federal’ ৰ পৰা
(d) Federat’ ৰ পৰা
উত্তৰ : (a) Foedus’ ৰ পৰা

7) সার্বভৌম মানে কি?
(a) শক্তিৰ দ্বাৰা পৰিচালিত
(b) গণতন্ত্ৰৰ ক্ষমতা
(c) সর্বোচ্চ ক্ষমতা
(d) যুক্তৰাষ্ট্ৰিয় ক্ষমতা
উত্তৰঃ (c) সর্বোচ্চ ক্ষমতা

8) যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি কাক কোৱা
(a) আন্তৰাষ্ট্ৰক
(b) আমেৰিকা যুক্তৰাষ্ট্ৰক
(c) সমাজবাদী ৰাষ্ট্ৰক
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (b) আমেৰিকা যুক্তৰাষ্ট্ৰক

9) ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে ?
(a) আমেৰিকা সংবিধানৰ পৰা
(b) বৃটিছ সংবিধানৰ পৰা
(c) আফ্ৰিয়াৰ সংবিধানৰ পৰা
(d) গ্রেট ব্ৰিটেইনৰ সংবিধানৰ পৰা
উত্তৰ: (d) গ্রেট ব্ৰিটেইনৰ সংবিধানৰ পৰা

10) ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ-পূৱ পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে – (HSLC-2017)
(a) ৰাজ্যসমূহৰ এজন মুখ্যমন্ত্ৰীক
(b) ৰাজ্যসমূহৰ এজন ৰাজ্যপালক
(c) ৰাজ্যসমূহৰ এজন বিত্তমন্ত্রীক
(d) ৰাজ্যসমূহৰ এজন মুখ্যসচিবক
উত্তৰ: (b) ৰাজ্যসমূহৰ এজন ৰাজ্যপালক

11) ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল ?(HSLC-2018)
(a) ড° বি. আৰ. আম্বেদকাৰে
(b) এন. গোপালস্বামীয়ে
(c) ড° সচ্চিদানন্দ সিন্হাই
(d) চৈয়দ মহম্মদ চাদুল্লাই
উত্তৰ : (c) ড° সচ্চিদানন্দ সিন্হাই

12) তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটীৰ সদস্য নাছিল ? (HSLC-2019)
(a) এন. গোপালস্বামী আয়েংগাৰ
(b) কে. এম. মুন্সি
(c) জৱাহৰলাল নেহৰু
(d) ডি. পি. খৈটান
Ans: (c) জৱাহৰলাল নেহৰু

13) ভাৰতীয় সংবিধানৰ ১৯৭৬ চনত হোৱা ৪২ নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল ? (HSLC-2020)
(i) সার্বভৌম
(ii)গণতান্ত্রিক
(iii) গণৰাজ্য
(iv) সমাজবাদী
Ans : (iv) সমাজবাদী

14) কোন চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে?
(a) ১৯৪৭
(c) ১৭৫৭
(b) ১৯৪৫
(d) ১৯৮৬
উত্তৰ: (a) ১৯৪৭

15) ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল ?
(a) শাসক দল
(c) কেবিনেট মিছন
(b) শ্রমিক দল
(d) ওপৰৰ এটাও নহয
উত্তৰ : (b) শ্রমিক দল

16) সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া বহিছিল ?
(a) ১৯৪৫ চনৰ ৮ ডিচেম্বৰত
(b) ১৯৪৬ চনৰ ৮ ডিচেম্বৰত
(c) ১৯৪৬ চনৰ ৯ ডিচেম্বৰত
(d) ১৯৪৫ চনৰ ৯ ডিচেম্বৰত
উত্তৰঃ (c) ১৯৪৬ চনৰ ৯ ডিচেম্বৰত

17) সংবিধান সভাৰ খচৰা কমিটিত সভাপতি কোন আছিল
(a) জৱাহৰলাল নেহেৰু
(b) ড° ৰাজেন্দ্ৰ প্ৰসাদ
(c) ড°বি, আৰ, আম্বেদকাৰ
(d) চৰ্দাৰ বল্লভভাই পেটেল
উত্তৰঃ (c) ড°বি, আৰ, আম্বেদকাৰ

18) ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক ভাৰতবৰ্ষলৈ কেতিয়া পঠাইছিল ?
(a) ১৯৪৫ চনৰ মাৰ্চ মাহত
(b) ১৯৪৬ চনৰ মাৰ্চ মাহত
(c) ১৯৪৭ চনৰ মাৰ্চ মাহত
(d) ১৯৪৮ চনৰ মাৰ্চ মাহত
উত্তৰ: (b) ১৯৪৬ চনৰ মাৰ্চ মাহত

19) সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কাক নিৰ্বাচিত কৰা হয় ?
(a) ড°বি, আৰ, আম্বেদকাৰ
(b) ড° ৰাজেন্দ্ৰ প্ৰসাদ
(c) ড° সচ্ছিদানন্দ সিন্হা
(d) জৱাহৰলাল নেহৰু
উত্তৰ : (b) ড° ৰাজেন্দ্ৰ প্ৰসাদ

20) দ্বৈত নাগৰিকত্ব থকা দেশখনৰ নাম কি?
(a) ভাৰত
(b) জাপান
(c) চীন
(d) আমেৰিকা
উত্তৰ: (d) আমেৰিকা

21) সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল ?
(a) ড° সচ্ছিদানন্দ সিনহাই
(b) ড° ৰাজেন্দ্ৰ প্ৰসাদ
(c) ড°বি.আৰ.আম্বেদকাৰ
(d) চাৰ বল্লভভাই পেটেল
উত্তৰ: (a) ড° সচ্ছিদানন্দ সিনহাই

22) ভাৰতীয় সংবিধানখন তলৰ কোনটো ভাগত পৰে ?
(a) জটিল/কঠিন সংবিধান
(b) শিঠিল সংবিধান
(c) কঠিন আৰু শিঠিল সংবিধান
(d) ওপৰৰ কোনোটোৱে নহয়।
উত্তৰ: (c) কঠিন আৰু শিঠিল সংবিধান

Leave a Comment