[HSLC 2024] Class 10 Social Chapter 2 Eco MCQ

আপুনি বাৰু Class 10 Social Chapter 2 Eco MCQ (অর্থনৈতিক উন্নয়ন MCQ) বিচাৰি আছে নেকি? আপুনি বাৰু আগন্তুক HSLC 2024 Final Exam ত Class 10 Social Chapter 2 Eco MCQ যিয়ে আপোনাক বহুতো সহায় কৰিব বুলি আমি আশাবাদী। তেন্তে আহক, আজি আমি Class 10 Social Chapter 2 Eco MCQ আলোচনা কৰোঁ।

ইয়াৰ আগতে আমি Class 10 English MCQ & Class 10 Science MCQ আলোচনা কৰিছো । যদি আপুনি পঢ়িব বিচাৰে তেন্তে লিংকত ক্লিক কৰক। আপুনি বিচাৰিলে আমাৰ Nitid Academy YouTube Channel ত এই বিষয়সমুহৰ Free Video Class চাব পাৰিব।

Class 10 Social Chapter 2 Eco MCQ

Class 10 Social Chapter 2 Eco MCQ | অর্থনৈতিক উন্নয়ন MCQ

1. ভাৰতবৰ্ষত পৰিকল্পনা আয়োগ কেতিয়া গঠন হৈছিল ?
(a) ১৯৫০ চনৰ মাৰ্চ মাহত
(b) ১৯৫১ চনৰ মাৰ্চ মাহত
(c) ১৯৫২ চনৰ মাৰ্চ মাহত
(d) ১৯৫৩ চনৰ মাৰ্চ মাহত
উত্তৰ: (a) ১৯৫০ চনৰ মাৰ্চ মাহত

2. NITI আয়োগৰ প্ৰথম বৈঠক ক’ত অনুষ্ঠিত হৈছিল ?
(a) মোম্বাই
(c) ডুবাই
(b) চেন্নাই
(d) দিল্লী
উত্তৰ: (d) দিল্লী

3. NITI আয়োগৰ অধ্যক্ষ কোন ?
(a) ৰাষ্ট্ৰপতি
(b) প্রধানমন্ত্রী
(c) লোকসভাৰ অধ্যক্ষ
(d) উপ-ৰাষ্ট্ৰপতি
উত্তৰ : (b) প্রধানমন্ত্রী

4. ভাৰতৰ প্ৰশাসন ব্যৱস্থাৰ লগত জড়িত স্তৰ কেহতা ?
(a) দুটা
(b) তিনিটা
(c) চাৰিটা
(d) পাঁচটা
উত্তৰ : (b) তিনিটা

5. আধুনিক প্রযুক্তিবিদ্যা প্রয়োগ কৰি কৃষিখণ্ডৰ উৎপাদনৰ পৰিমাণ বৃদ্ধিয়েই হ’ল সেউজ বিপ্লৱ
(a) সঁচা
(b) মিছা
(b) সঁচা আৰু মিছা দুয়োটাই
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (a) সঁচা

6. মানৱ উন্নয়নৰ তিনিটা সূচকৰ এটা হ’ল –
(a) জীৱন যাত্ৰাৰ মান
(b) জীৱিকাৰ মান
(c) কাৰ্য্যৰ মান
উত্তৰ : (a) জীৱন যাত্ৰাৰ মান

7. এটা বিত্তীয় বছৰত দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ সা-সামগ্ৰীৰ মুদ্রাগত মূল্যই হ’ল –
(a) জনমুৰি আয়
(b) জাতীয় আয়
(c) গড় আয়
(d) পাঁচটা
উত্তৰ : (b) জাতীয় আয়

8. মানৱ উন্নয়নৰ স্তৰ কেইটা?
(a) দুটা
(b) তিনিটা
(c) চাৰিটা
(d) পাঁচটা
উত্তৰ: (c) চাৰিটা

9. NITI আয়োগ কেতিয়া গঠন কৰা হৈছিল ?
(a) ২০১২ চনত
(b) ২০১৩ চনত
(d) ২০১৫ চনত
(c) ২০১৪ চনত
উত্তৰ: (c) ২০১৫ চনত

10. ১৯৯১ চনৰ নতুন উদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ বাবে মুকলি কৰি দিছিল –
(a) ৫ টা উদ্যোগ
(b) ৬ টা উদ্যোগ
(c) ৮ টা উদ্যোগ
(d) ৯ টা উদ্যোগ
উত্তৰ: (d) ৯ টা উদ্যোগ

11. মানৱ উন্নয়নৰ সূচক কেইটা ?
(a) ৩ টা
(b) ৪ টা
(c) ৫ টা
(d) ৬ টা
উত্তৰ : (a) ৩ টা

12. মানৱ উন্নয়নৰ মধ্যবিন্দু কি?
(a) ৰাজ্যসভা
(b) লোকসভা
(c) ৰাজ্যচৰকাৰ
(d) জনসাধাৰণ
উত্তৰ: (d) জনসাধাৰণ

13. চৰকাৰী বিনিয়োগ আৰু কৰ্তৃত্বপূৰ্ণ উদ্যোগ প্রতিষ্ঠান সমূহৰ উৎপাদনী খণ্ডটোক কি বোলে ?
(a) ব্যক্তিগত খণ্ড
(b) ৰাজহুৱা খণ্ড
(c) চৰকাৰী খণ্ড
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (b) ৰাজহুৱা খণ্ড

14.তলৰ কোনটো উদ্যোগত সর্বাধিক সংখ্যক কৰ্মচাৰী নিয়োজিত হৈ আছে
(A) চেনী
(B)মৰাপাট
(C) বস্ত্র
(D)লো-তীখা
উত্তৰঃ (C)বস্ত্ৰ

15. ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ অধ্যক্ষ কোন ?
(A) প্রধান মন্ত্রী
(C) উপৰাষ্ট্ৰপতি
( B ) ৰাষ্ট্ৰপতি
(D) বিত্তমন্ত্রী
উত্তৰ : (A) প্ৰধান মন্ত্রী

16.ভাৰতত সমবায় আইনখন কেতিয়া গৃহীত হৈছিল ?
(A) ১৯১০ চনত
(C) ১৯১২ চনত
(B) ১৯১১ চনত
(D) ১৯১৩ চনত
Ans. : (C) ১৯১২ চনত

17.উত্তৰ-পূব উন্নয়ন বিত্ত নিগম কেতিয়া স্থাপন হৈছিল ?
(A) ১৯৯৬ চনত
(B) ১৯৯০ চনত
(C) ১৯৯৩ চনত
(D) ১৯৯৯ চনত
Ans. : (A) ১৯৯৬ চনত

18.ভাৰতৰ বাণিজ্যিক শস্য হৈছে—
(A) ধানখেতি আৰু জোৱাৰ
(B) গোমধান, জোৱাৰ আৰু ধান
(C) কপাহ আৰু কুঁহিয়াৰ
(D) বজৰা আৰু ধানখেতি
উত্তৰ : (C) কপাহ আৰু কুঁহিয়াৰ

19. চাহ উৎপাদনত ভাৰতৰ স্থান বিশ্বৰ ভিতৰত
(A)দ্বিতীয়
(B)তৃতীয়
(C)চতুর্থ
(D) প্রথম
উত্তৰ : (D)প্রথম

20.আটাইতকৈ বেছি ধান কোনখন ৰাজ্যই উৎপাদন কৰে?
(A)পশ্চিমবঙ্গ
(B) অন্ধ্র প্রদেশ
(C) তামিলনাডু
(D) মহাৰাষ্ট্ৰ
উত্তৰ : (A) পশ্চিমবঙ্গ

21.তলৰ কোনকেইবিধ উল্লেখযোগ্য বাৰিষাৰ শস্য ?
(A) ধান, গম আৰু কপাহ
(B)বার্লি, দাইল আদি
(C) ঘেঁহু, সৰিয়হ
(D) গম আৰু কুঁহিয়াৰ
উত্তৰ : (A) ধান, গম আৰু কপাহ ৷

22.ভাৰতত সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য লাভবান হৈছিল ?
(A) কুঁহিয়াৰ
(B) ধান
(C) ঘেঁহু
(D) মাকৈ
উত্তৰ : (C) ঘেঁহু

Leave a Comment