Class 10 Science Chapter 13 MCQ in Assamese

আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো Assamese Medium ৱেবচাইটৰ আন এক গুৰুত্বপূৰ্ণ আলোচনাত। আজি আমি Class 10 Science Chapter 13 MCQ in Assamese আপোনালোকৰ বাবে লৈ আহিছোঁ যিয়ে আপোনাক আগন্তুক HSLC Final Exam 2023 ত সহায় কৰিব।

Class 10 Science Chapter 13 MCQ in Assamese

ইয়াৰ আগতে আমি Class 10 Science Chapter 10 MCQ in Assamese আলোচনা কৰিছো। আপোনাৰ প্ৰয়োজন হলে লিংকত ক্লিক কৰি পঢ়িব পাৰে। তেন্তে আজি আহক আমি Class 10 Science Chapter 13 MCQ in Assamese আলোচনা কৰোঁ।

Class 10 Science Chapter 13 MCQ in Assamese অধ্যায়ঃ ১৩ – বিদ্যুত প্রবাহৰ চুম্বকীয় ক্রিয়া

1. বৈদ্যুতিক মটৰত দিক পৰিৱৰ্তক হিচাপে কিহে কাম কৰে
(a) ব্ৰাচ ৰিং
(b) শিল্প ৰিং
(c) স্লিট ৰিং
(d) ওপৰৰ এটাও নহয
উত্তৰঃ (b) শিল্প ৰিং

2. বৈদ্যুতিক জেনেৰেটৰত কি ৰূপান্তৰ কৰা হয় –
(a) বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ
(b) যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ
(c) শাৰীৰিক শক্তিক যান্ত্ৰিক শক্তিলৈ
(d) যান্ত্ৰিক শক্তিক শাৰীৰিক শক্তিলৈ
উত্তৰ : (b) যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ

3. চুম্বকীয় ক্ষেত্ৰৰেখা বিলাকৰ ঘনত্বই সেই ঠাইত
ক্ষেত্ৰখনৰ কি নিৰ্দেশ কৰে
(a) প্রাবল্য
(b) তৰংগ
(c) দিশ
(d) ওপৰৰ এটাও নহয়
উত্তৰ: (a) প্রাবল্য

4. চুম্বকীয় ক্ষেত্ৰ ৰেখা কি মেৰুত আৰম্ভ হয় –
(a) পূব
(b) পশ্চিম
(c) উত্তৰ
(d) দক্ষিণ
উত্তৰ: (c) উত্তৰ

5. বৈদ্যুতিক মতৰ ভিত্তি কি
(a) ফ্লেমিঙৰ সোঁহতীয়া নীতি
(b) ফ্লেমিঙৰ বাওঁহতীয়া নীতি
(c) এডিচনৰ সোঁহতীয়া নীতি
(d) এডিচনৰ বাঁওহতীয়া নীতি
উত্তৰ : (b) ফ্লেমিঙৰ বাওঁহতীয়া নীতি

6. ছলেনয়ডৰ কুণ্ডলীটোৰ বাহিৰত ক্ষেত্ৰৰেখাবোৰৰ দিশ কি –
(a) উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ
(b) দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ
(c) উত্তৰ মেৰুৰ পৰা কেন্দ্ৰলৈ
(d) কেন্দ্ৰৰ পৰা দক্ষিণ মেৰুলৈ
উত্তৰ: (a) উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ

7. পৰিৱৰ্তী প্রবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্রবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পাৰ্থক্যটো হৈছে—
(a) পৰিবর্তী প্রবাহ জেনেৰেটৰত বিদ্যুৎ চুম্বক থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত স্থায়ী চুম্বক থাকে
(b) প্রত্যক্ষ প্রবাহ জেনেৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে
(c) পৰিৱৰ্তী প্রবাহ জেনেৰেটৰে উচ্চ উচ্চ বিভৱভেদ উৎপন্ন কৰে
(d) পৰিৱৰ্তী প্রবাহ জেনেৰেটৰত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক্ পৰিবৰ্ত্তক থাকে
উত্তৰ: (d) পৰিৱৰ্তী প্রবাহ জেনেৰেটৰত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক্ পৰিবৰ্ত্তক থাকে

8. হ্রস্ববৰ্তনী হোৱাৰ সময়ত বৰ্ত্তনীটোত প্রবাহ –
(a) বুজন পৰিমাণে কমি যায়
(b) সলনি নহয়
(c) বুজন পৰিমাণে বৃদ্ধি পায়
(d) অবিৰতভাৱে সলনি হয়
উত্তৰ: (d) অবিৰতভাৱে সলনি হয়

9. প্রবাহযুক্ত দীঘল চ’লেনইড এটাৰ ভিতৰত চৌম্বক ক্ষেত্র—
(a) শূন্য
(b) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমে
(c) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে বাঢ়ে
(d) সকলো বিন্দুত একে থাকে
উত্তৰ : (d) সকলো বিন্দুতে একে থাকে

10. চৌম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰ’টন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হ’ব পাৰে ? (ইয়াত এটাতকৈ বেছি শুদ্ধ উত্তৰ থাকিব পাৰে)
(a) ভৰ
(c) দ্রুতি
(b) বেগ
(d) ভৰবেগ
উত্তৰ: (খ) বেগ আৰু (ঘ) ভৰবেগৰ

11. পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা (আলফা-কণা) এডাল চৌম্বক ক্ষেত্র এখনত উত্তৰ দিশলৈ বিচ্যুত হ’ল। চৌম্বক ক্ষেত্ৰৰ দিশ হ’ব-
(a) দক্ষিণমুৱা
(c) নিম্নমুখী
(b) পূৱমুৱা
(d) উর্দ্ধমুখী
উত্তৰ: (ঘ) উৰ্দ্ধমুখী

12. প্রবাহযুক্ত দাঘল চ’লেনয়ড এটাৰ ভিতৰত চৌম্বক ক্ষেত্র-[HSLC ’15]
(a) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে বাঢ়ি যায়
(b) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমি যা
(c) শূন্য হয
(d) সকলো বিন্দুতে একে থাকে
উত্তৰ : (d) সকলো বিন্দুতে একে থাকে

13. তলৰ কোনটোৱে এডাল পোন, দীঘল পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে?
(a) ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত
(b) ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত
(c) ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী (radial) ৰেখাৰে গঠিত
(d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্রিকবৃত্তৰে গঠিত ।
উত্তৰ : (d) ক্ষেত্ৰখন তাডালত কেন্দ্ৰ থকা এককেন্দ্ৰিক বৃত্তৰে গঠিত

14. বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে—
(a) বস্তু আহিতকৰণৰ প্ৰক্ৰিয়া
(b) কুণ্ডলীত চালিত প্রবাহে চৌম্বক ক্ষেত্র সৃষ্টি কৰা প্ৰক্ৰিয়া
(c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্রক্রিয়া
(d) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূৰ্ণনৰ প্ৰক্ৰিয়া।
উত্তৰ : (d) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূৰ্ণনৰ প্রক্রিয়া

15. বৈদ্যুতিক প্রবাহ উৎপন্ন সঁজুলিক
(a) জেনেৰেটৰ বোলা হয়
(b) গেলভেন’মিটাৰ বোলা হয়
(c) এমিটাৰ বোলা হয়
(d) মটৰ বোলা হয়
উত্তৰ: (ক) জেনেৰেটৰ বোলা হয়

16. তামৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে। আৱিষ্ট প্ৰবাহৰ দিশ প্ৰতি –
(a) দুপাকত সলনি হ’ব
(b) এপাকত সলনি হ’ব
(c) আধা পাকত সলনি হ’ব
(d) এপাকৰ চাৰি ভাগৰ এভাগত সলনি হ’ব।
উত্তৰ : (c) আধা পাকত সলনি হ’ব

17. বৈদ্যুতিক জেনেৰেটৰত চৌম্বক ক্ষেত্ৰত কুণ্ডলী ঘূৰাবলৈ আঙঠিৰ লগত কি সংযোগ কৰা হয় –
(a) ব্ৰাচ ৰিং
(b) শিল্প ৰিং
(c) টি ৰিং
(d) ওপৰৰ এটাও নহয
উত্তৰ : (a) ব্ৰাচ ৰিং

18. ছলেনয় ডৰ কুণ্ডলীটোৰ ভিতৰত ক্ষেত্ৰৰেখাবোৰৰ দিশ কি
(a) উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ
(b) দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ
(c) উত্তৰ মেৰুৰ পৰা কেন্দ্ৰলৈ
(d) কেন্দ্ৰৰ পৰা দক্ষিণ মেৰুলৈ
উত্তৰঃ (b) দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ

19. ছলিনয়ডৰ ভিতৰত কি ধৰণৰ চুম্বকক্ষেত্ৰৰ সৃষ্টি হয়
(a) সুষম
(b) বিষম
(c) অসম
(d) কোনো চুম্বকক্ষেত্র নাথাকে
উত্তৰ: (a) সুষম

20. বিদ্যুত উৎপাদক নামৰ আহিলাবিধ কি সুত্ৰৰ ভিত্তিত তৈয়াৰ হৈছে
(a) মেক্সৱেলৰ সূত্র
(c) ফেৰাডেৰ সূত্র
(b) ফ্লেমিঙৰ সূত্ৰ
(d) এডিচনৰ সূত্ৰ
উত্তৰঃ (c) ফেৰাডেৰ সূত্ৰ

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment