ADVERTISEMENT

[HSLC 2024] Class 10 Social Chapter 1 Eco MCQ

আপুনি বাৰু Class 10 Social Chapter 1 Eco MCQ (প্রথম অধ্যায় :: মুদ্ৰা আৰু বেংক ব্যৱস্থা MCQ) বিচাৰি আছে নেকি? আপুনি বাৰু আগন্তুক HSLC 2024 Final Exam ত Class 10 Social Chapter 1 Eco MCQ যিয়ে আপোনাক বহুতো সহায় কৰিব বুলি আমি আশাবাদী। তেন্তে আহক, আজি আমি Class 10 Social Chapter 1 Eco MCQ আলোচনা কৰোঁ।

ইয়াৰ আগতে আমি Class 10 English MCQ & Class 10 Science MCQ আলোচনা কৰিছো । যদি আপুনি পঢ়িব বিচাৰে তেন্তে লিংকত ক্লিক কৰক। আপুনি বিচাৰিলে আমাৰ Nitid Academy YouTube Channel ত এই বিষয়সমুহৰ Free Video Class চাব পাৰিব।

Class 10 Social Chapter 1 Eco MCQ
ADVERTISEMENT

Class 10 Social Chapter 1 Eco MCQ | মুদ্ৰা আৰু বেংক ব্যৱস্থা MCQ

1. ১৭৭০ চনত ভাৰতবৰ্ষত স্থাপন কৰা বেংকটোৰ নাম কি আছিল ?
(a) বেংক অব্ বৰ’দা
(b) বেংক অব্ ইণ্ডিয়া
(c) বেংক অব হিন্দুস্থান
(d) বেংক অব্ ভাৰত
উত্তৰ : (c) বেংক অব হিন্দুস্থান

1. চুইডেনৰ আটাইতকৈ পুৰণি বেংকটোৰ নাম কি ?
(a) বেংক অব হিন্দুস্থান
(b) বেংক চুইডেন
(c) ৰিক্স বেংক
(d) ওপৰৰ এটাও নহয়
উত্তৰ: (c) ৰিক্স বেংক

3. ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি ?
(a) বেংক অব্ ইণ্ডিয়া
(b) বেংক অব্ হিন্দুস্থান
(c) ভাৰতীয় কেন্দ্ৰীয় বেংক
(d) ভাৰতীয় ৰিজাৰ্ভ বেংক
উত্তৰ: (d) ভাৰতীয় ৰিজাৰ্ভ বেংক

4. কোন চনত ভাৰতবৰ্ষৰ ১৪ টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল।
(a) ১৯৬০ চনত
(b) ১৯৬০ চনত
(c) ১৯৭৭ চনত
(d) ১৯৬৯ চনত
উত্তৰ: (d) ১৯৬৯ চনত

ADVERTISEMENT
ADVERTISEMENT

5. কাগজী মুদ্ৰা ছপা কৰাৰ একচেটিয়া অধিকাৰ কোনটো বেংকক দিয়া হৈছে ?
(a) বেংক অব্ ইণ্ডিয়ানক
(b) বেংক অব্ নেচনেলক
(c) কেন্দ্রীয় বেংকক
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (c) কেন্দ্ৰীয় বেংকক

6. ভাৰতবৰ্ষত বর্তমান কিমানটা আঞ্চলিক বেংক কাৰ্যকৰী হৈ আছে?
(a) ৫৬ টা
(b) ৫৭ টা
(d) ৫৯ টা
(c) ৫৮ টা
উত্তৰঃ (b) ৫৭ টা

7. ছিবিৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
(a) মুম্বাইত
(b) লক্ষ্ণৌত
(c) চেন্নাইত
(d) দিল্লীত
উত্তৰ ঃ (b) লক্ষ্ণৌত

8. কোন চনত নাবার্ড স্থাপন কৰা হয় ?
(a) ১৯৮২ চনত
(b) ১৯৮৩ চনত
(c) ১৯৮৪ চনত
(d) ১৯৮৫ চনত
উত্তৰ: (a) ১৯৮২ চনত

9. চেক এখন মুদ্রানে ?
(a) হয়
(b) নহয়
(c) মুদ্ৰাৰ আধাৰ
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (b) নহয়

10. চেক এখন ধনাদেশ বা নিকট মুদ্রা
(a) সঁচা
(b) মিছা
(b) সঁচা আৰু মিছা দুয়োটাই
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (a) সঁচা

11. ১৭৭০ চনত ভাৰতত প্ৰথমে তলত দিয়া কোনটো বেংক স্থাপন হৈছিল ?(HSLC-2017)
(a) ভাৰতীয় ৰিজাৰ্ভ বেংক
(b) বেংক অব হিন্দুস্তান
(c) ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক
(d) ভাৰতীয় ক্ষুদ্র উদ্যোগ বিকাশ বেংক
উত্তৰ: (b) বেংক অব হিন্দুস্তান

ADVERTISEMENT

12. তলৰ কোনটো বেংক পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক?(HSLC-2018)
(a) বেংক অব হিন্দুস্তান
(b) ৰিস্ক বেংক অব ছুইদেন
(c) ভাৰতীয় ৰিজাৰ্ভ বেংক
(d) বেংক অৱ ভেনিচ
উত্তৰ : (b) ৰিস্ক বেংক অব ছুইদেন।

13. তলৰ কোনটো বিনিময় প্ৰথাৰ অসুবিধা –
(a) সহমত অভাব
(b) সহযোগিতাৰ অভাব
(c) সংগতিবিহীন অভাব
(d) বুজাবুজিৰ অভাব
উত্তৰঃ (c) সংগতিবিহীন অভাব

14. মুদ্রাই প্ৰধানকৈ কেইটা কাৰ্য্য সম্পাদন কৰে ?
(a) ২ টা
(b) ৩ টা
(c) ৫ টা
(d) ৪ টা
উত্তৰ: (d) ৪ টা

15. বহল অৰ্থত মুদ্ৰা কেই প্ৰকাৰৰ ?
(a) ২ প্ৰকাৰৰ
(b) ৩ প্ৰকাৰৰ
(c) ৪ প্ৰকাৰৰ
(d) ৫ প্রকাৰৰ
উত্তৰ: (a) ২ প্ৰকাৰৰ

16. ভাৰতবৰ্ষত প্ৰথমটো বেংক কেতিয়া স্থাপন কৰা হয় ?
(a) ১৬৭০ চনত
(b) ১৭৭০ চনত
(c) ১৭৭৫ চনত
(d) ১৭৮০ চনত
উত্তৰ: (b) ১৭৭০ চনত

ADVERTISEMENT

17. ভাৰতীয় ঔদ্যোগিক উন্নয়ণ বেংক কোন চনত স্থাপন কৰা হয় ?
(a) ১৯৬৪ চনত
(c) ১৯৬৬ চনত
(b) ১৯৬৫ চনত
(d) ১৯৬৭ চনত
উত্তৰ: (a) ১৯৬৪ চনত

18. বেংক কি ?
(a) টকা লেনদেনৰ অনুষ্ঠান
(b) এটা বিত্তীয় অনুষ্ঠান
(c) বেংক হ’ল ঋণৰ ব্যৱসায় কৰা এবিধ বিত্তীয় অনুষ্ঠান
উত্তৰ : (c) বেংক হ’ল ঋণৰ ব্যৱসায় কৰা এবিধ বিত্তীয় অনুষ্ঠান

19. মুদ্রা সংকোচনৰ আন এটা নাম কি ?
(a) মুদ্রাস্ফীতি
(b) মুদ্রানীতি
(c) অৱস্ফীতি
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (c) অৱস্ফীতি

20. ভাৰতবৰ্ষত প্ৰচলিত প্ৰকৃত মুদ্ৰা হ’ল —
(a) প্রতীক মুদ্রা
(b) সোণৰ মুদ্ৰা
(c) ৰূপৰ মুদ্ৰা
(d) প্ৰচলিত বিভিন্ন মূল্য কাগজী মুদ্ৰাবোৰ
উত্তৰ: (d) প্রচলিত বিভিন্ন মূল্যৰ কাগজী মুদ্ৰাবোৰ

ADVERTISEMENT
ADVERTISEMENT
ADVERTISEMENT

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment

ADVERTISEMENT