Class 10 Social

Class 10 Social Science ৰ সম্পূৰ্ণ সমাধান আপুনি বিচাৰি আছে নেকি? আপুনি অসমীয়া মাধ্যমৰ দশম মান শ্ৰেণীৰ ছাত্ৰ নেকি? Social Science ৰ কিবা অসুবিধা আছে যদি তেন্তে আহক Assamese Medium লৈ।

আমি ইয়াত Class 10 Social ৰ সম্পূৰ্ণ Syllabus ৰ প্ৰশ্ন উত্তৰ যোগান ধৰিব গৈ আছোঁ। ইয়াত আমি প্ৰকাশ কৰা প্ৰশ্ন উত্তৰৰ ওপৰিও যদি আপোনাৰ কিবা অসুবিধা আছে তেন্তে যিকোনো সময়ত আপুনি আমাৰ Assamese Medium Facebook Page ক Follow কৰি আমাক পোনপটীয়াকৈ জনাব পাৰে যাৰ সমাধান আমি অতি সোনকালেই দিবলৈ যত্ন কৰিম।

Class 10 Social Science Full Syllabus

দশম মান শ্ৰেণীৰ অসমীয়া মাধ্যমৰ সমাজ বিজ্ঞানৰ সম্পূৰ্ণ পাঠটোক History, Geography, Political Science and Economics হিচাপে ভাগ কৰিছে। সেয়ে আমি আমাৰ আলোচ্য বিষয়সমূহ Syllabus মতে প্ৰকাশ কৰি যাম।


Class 10 Political Science (ৰাজনীতি বিজ্ঞান)

  1. Class 10 Social Science Chapter 1 Assamese Medium: ভাৰতীয় গণতন্ত্ৰ
  2. Class 10 Social Science Chapter 2 Assamese Medium: আন্তৰ্জাতিক সংস্থা

Class 10 Geography (ভূগোল )

  1. Class 10 Social Science Geography Chapter 1 Assamese Medium: অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ
  2. Class 10 Social Science Geography Chapter 2 Assamese Medium: পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
  3. Class 10 Social Science Geography Chapter 3 Assamese Medium: পৃথিৱীৰ ভূগোল 
  4. Class 10 Social Science Geography Chapter 4 Assamese Medium: অসমৰ ভূগোল

Class 10 Economics (অৰ্থনীতি বিজ্ঞান)

  1. Class 10 Social Science Economics Chapter 1 Assamese Medium: অৰ্থনৈতিক উন্নয়ন
  2. Class 10 Social Science Economics Chapter 2 Assamese Medium: মুদ্ৰা আৰু বেংক ব্যৱস্থা

Class 10 History (ইতিহাস বা বুৰঞ্জী)

  1. Class 10 Social Science History Chapter 1 Assamese Medium: বংগ বিভাজন আৰু স্বদেশী আন্দোলন
  2. Class 10 Social Science History Chapter 1 Assamese Medium: মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

Conclusion: Class 10 Social

আমি আপোনাৰ বাবে কৰা কষ্ট সাৰ্থক হব যদিহে আৰ্থিক ভাৱে স্বচ্ছল নথকা ছাত্ৰ ছাত্ৰীৰ সমস্যা যেতিয়া সমাধান হব। আমি বিনামূলীয়াকৈ যোগান ধৰা বিষয় সমূহ আপুনি অনুগ্ৰহ কৰি Share কৰক যাতে দুখীয়া ছাত্ৰ ছাত্ৰী সকলৰ পঢ়াৰ সুবিধা হয়।