Class 10 Science Chapter 16 MCQ Assamese

আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো Assamese Medium ৱেবচাইটৰ আন এক গুৰুত্বপূৰ্ণ আলোচনাত। আজি আমি Class 10 Science Chapter 16 MCQ in Assamese আপোনালোকৰ বাবে লৈ আহিছোঁ যিয়ে আপোনাক আগন্তুক HSLC Final Exam 2023 ত সহায় কৰিব।

Class 10 Science Chapter 16 MCQ Assamese

ইয়াৰ আগতে আমি Class 10 Science MCQ for Assamese Medium কিছু আলোচনা কৰিছো। আপোনাৰ প্ৰয়োজন হলে লিংকত ক্লিক কৰি পঢ়িব পাৰে। তেন্তে আজি আহক আমি Class 10 Science Chapter 16 MCQ in Assamese আলোচনা কৰোঁ।

Class 10 Science Chapter 16 MCQ Assamese অধ্যায়ঃ ১৬ – প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা

1. আৰাবাৰি ফৰেষ্ট কোন জিলাত অৱস্থিত –
(a) মিডনাপুৰ
(b) ভৱানীপুৰ
(c) কালিপুৰ
(d) লক্ষ্মীপুৰ
উত্তৰ : (a) মিডনাপুৰ

2. টেহৰাই নদীবান্ধ কোন নদীত অৱস্থিত
(a) যমুনা
(b) গংগা
(c) ব্ৰহ্মপুত্ৰ
(d) সৰস্বতী
উত্তৰ : (b) গংগা

3. বায়ু প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইনৰ অধীনত — টা অধ্যায় আছে।
(a) সাতটা
(c) নটা
(b) পাচটা
(d) দহটা
উত্তৰ : (a) সাতটা

4. প্রতি বছৰৰ – তাৰিখটো বিশ্ব পৰিবেশ দিৱস হিচাপে পালন কৰা হয় ।
(a) ১ জুন
(b) ৫ জুন
(c) ৭ জুন
(d) ৮ জুন
উত্তৰ: (b) ৫ জুন

5. পানী প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণৰ বাবে ১৯৭৫ চনত বলবৎ কৰা আইনখন কেতিয়া সংশোধন কৰা হয়?
(a) ১৯৭৮ চনত
(b) ১৯৮৮ চনত
(d) ১৯৯৭ চনত
(c) ১৯৮৭ চনত
উত্তৰ: (a) ১৯৭৮ চনত

6. ‘জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ শুল্ক আইন ১৯৭৭’ কেতিয়া বলবৎ কৰা হয় ?
(a) ১৯৭৮ চনৰ ১লা এপ্ৰিলৰপৰা
(b) ১৯৭৮ চনৰ ১লা মে’ৰপৰা
(c) ১৯৭৮ চনৰ ১লা জুনৰপৰা
(d) ১৯৭৮ চনৰ ১লা জুলাইৰপৰা
উত্তৰ: (a) ১৯৭৮ চনৰ ১লা এপ্ৰিলৰপৰা

7. ১৯৭২ চনৰ সংযুক্ত ৰাষ্ট্ৰ সন্মিলনৰ মানৱ পৰিবেশ সন্মিলনখন ক’ত অনুষ্ঠিত হৈছিল ?
(a) ভাৰতৰ নতুন দিল্লীত
(b) অষ্ট্ৰেলিয়াৰ চিডনীত
(c) চীনৰ বেইজিঙত
(d) ছুইডেনৰ ষ্টকহ মত
উত্তৰ : (d) ছুইডেনৰ ষ্টকহ মত

8. ভাৰতবৰ্ষৰ পৰিবেশ (সংৰক্ষণ) আইন কেতিয়া বলবৎ হয় ?
(a) ১৯৮৫ চনত
(b) ১৯৮৭ চনত
(d) ১৯৮৯ চনত
(c) ১৯৮৬ চনত
উত্তৰ : (c) ১৯৮৬ চনত

9. চিপকো আন্দোলন কোন চনত আৰম্ভ হৈছিল –
(a) ১৯৫০ চনত
(b) ১৯৬০ চনত
(c) ১৯৭০ চনত
(d) ১৯৮০ চনত
উত্তৰ: (c) ১৯৭০ চনত

10. আৰাৱলীৰ শাল কেতিয়া পুণৰুদ্ধাৰ হৈছিল
(a) ১৯৮৩ চনত
(b) ১৯৮৪ চনত
(c) ১৯৮৫ চনত
(d) ১৯৮৬ চনত
উত্তৰ : (a) ১৯৮৩ চনত

11. গংগা নদীৰ কাৰ্যকৰী আচনি কোন চনত স্থাপন হছিল –
(a) ১৯৮৩ চনত
(b) ১৯৮৪ চনত
(c) ১৯৮৫ চনত
(d) ১৯৮৬ চনত
উত্তৰ: (c) ১৯৮৫ চনত

12. বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত হৈ থকা সমস্যাসমূহ হ’ল—(HSLC ’15)
(i) বৃহৎ পৰিমাণৰ শস্য পথাৰ হেৰুৱালগীয়া হয়
(ii) বৃহৎ পৰিস্থিতিতন্ত্ৰ বিনষ্ট হয়
(iii) (i) আৰু (ii) এটাও নহয়
(iv) (i) আৰু (ii) দুয়োটা
উত্তৰ : (iv) (i) আৰু (ii) দুয়োটা ৷

13. তলৰ কোনটো নবীকৰণ শক্তিৰ উৎস নহয় ?(HSLC-2017)
(a) সূর্য
(b) বায়ু
(c) জীৱাশ্মজাত ইন্ধন
(d) পানী
উত্তৰ : (c) জীৱাশ্মজাত ইন্ধন

14. জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্রণ আইনৰ অধীনত — টা অধ্যায় আছে।
(a) পাচটা
(b) আঠটা
(c) দুটা
(d) চাৰিটা
উত্তৰ : (b) আঠটা

15. কেন্দ্ৰীয় পৰিষদে ——–ৰ পৰামৰ্শমতে কাম
কৰিব লাগে ।
(a) কেন্দ্ৰীয় চৰকাৰ
(b) ৰাজ্য চৰকাৰ
(c) উচ্চতম ন্যায়ালয
(d) ওপৰৰ এটাও নহয
উত্তৰ : (a) কেন্দ্ৰীয় চৰকাৰ

16. অমৃতা দেৱীয়ে কোন চনত প্ৰাণ আহুতি দিছিল –
(a) ১৭৩০ চনত
(c) ১৭৩২ চনত
(b) ১৭৩১ চনত
(d) ১৭৩৩ চনত
উত্তৰঃ (b) ১৭৩১ চনত

17. বিষ্ণুই সম্প্ৰদায়ৰ লোক কোন ৰাজ্যত পোৱা যায় –
(a) ৰাজস্থান
(c) কেৰেলা
(b) ছিক্কিম
(d) নাগালেণ্ড
উত্তৰ: (a) ৰাজস্থান

18. অমৃতা দেৱীয়ে কি গছৰ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিছিল
(a) কঁঠাল
(b) আম
(c) বট গছ
(d) খেজৰি
উত্তৰ: (d) খেজৰি

19. বিড়ি প্রস্তুত কৰিবলৈ কি গছৰ পাত ব্যৱহাৰ কৰা হয় –
(a) টেণ্ডু
(b) কঠাল
(c) শাল
(d) আহত
উত্তৰঃ (a) টেণ্ডু

20. চিপকো আন্দোলন কোন গাওঁত আৰম্ভ হৈছিল –
(a) পেনি
(b) মেনি
(c) হেনি
(d) ৰেনি
উত্তৰ: (d) ৰেনি

Leave a Comment