ছাত্ৰ ছাত্ৰীৰ বাবে Class 12 Assamese তথা অসমীয়া মাধ্যমৰ দ্বাদশ শ্ৰেণীৰ অসমীয়া আন এক গুৰুত্বপূৰ্ণ বিষয়। ইয়াত থকা গল্প সৰ্বমুঠ ৮ টা আৰু পদ্য ৮ টা উল্লেখ আছে। আমি Class 12 Assamese ৰ সম্পূৰ্ণ সমাধান ইয়াত আলোচনা কৰিবলৈ প্ৰয়াস কৰিছো। আপুনি যদি Class 12 Arts, Class 12 Science বা Class 12 Commerce ৰ এজন শিক্ষাৰ্থী তেন্তে Class 12 Assamese আপোনাৰ বাবে প্ৰয়োজনীয়।
ইয়াত আমি Class 12 Assamese ৰ সম্পূৰ্ণ সমাধান কৰিবলৈ প্ৰয়াস কৰিছো, আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি তলৰ লিংকৰ পৰা Class 12 Assamese ৰ বিভিন্ন অধ্যায়সমূহ পঢ়িব পাৰে। ইয়াত আপুনি বিচাৰি Class 12 Assamese ৰ সমাধানসমূহ PDF Notes হিচাপে ডাউনলোড কৰিব পাৰে।
Class 10 Assamese Full Course PDF Note | Rs. 199/- | Buy Now |
Class 12 Assamese Question Answer 2024
আমি আপোনালৈ Assamese Medium ত লিখা কোনো বিষয়ত কিবা অসুবিধা থাকিলে আপুনি অনুগ্ৰহ কৰি Assamese Medium Facebook Page ক Follow কৰি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে। আমি আপোনাৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিম।
গোট ১ (নিৰ্বাচিত গদ্য) – মুঠ নম্বৰ ৩৫
গোট – ২ (নিৰ্বাচিত কবিতা) – মুঠ নম্বৰ ২৫
Chapter 1 | বৰগীত প্ৰশ্ন উত্তৰ | PDF Note |
Chapter 2 | বিশ্বখনিকৰ প্ৰশ্ন উত্তৰ | PDF Note |
Chapter 3 | মিলন প্ৰশ্ন উত্তৰ | PDF Note |
Chapter 4 | জনতাৰ আহ্বান প্ৰশ্ন উত্তৰ | PDF Note |
Chapter 5 | কাঠমিস্ত্ৰীৰ ঘৰ প্ৰশ্ন উত্তৰ | PDF Note |
Chapter 6 | আঘোণৰ কুঁৱলী প্ৰশ্ন উত্তৰ | PDF Note |
Chapter 7 | উভতি নহাৰ কবিতা প্ৰশ্ন উত্তৰ | PDF Note |
Chapter 8 | কৰুণতম প্ৰশ্ন উত্তৰ | PDF Note |
গোট – ৩ (মুঠ নম্বৰ ১০)
Chapter 1 | মূল্যবোধ শিক্ষা প্ৰশ্ন উত্তৰ | PDF Note |
Chapter 2 | কৈশোৰ কাল আৰু ইয়াৰ উপয্যোগী শিক্ষা প্ৰশ্ন উত্তৰ | PDF Note |
গোট-৪ (অসমীয়া ব্যাকৰণ) – মুঠ নম্বৰ ২০
- সমাস
- সন্ধি
- পদ
- বাক্য পৰিৱৰ্তন (সৰল, যৌগিক, জটিল)
- ণত্ব আৰু ষত্ব বিধি
- বিশেষ্যৰ পৰা বিশেষণ
- বাক্য ৰচনা
- বাক্য ৰচনা কৰা
- যতি
- খণ্ডবাক্য
- জতুৱা ঠাঁচ
- বিপৰীত শব্দ
- বিপৰীত শব্দ [List 1]
- বিপৰীত শব্দ [List 2]
- বিপৰীত শব্দ [Letter Wise]