Class 9 Assamese তথা অসমীয়া মাধ্যমৰ নৱম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে সম্পূৰ্ণ PDF Notes ৰ যোগান ধৰাৰ উপৰিও ইয়াত Class 9 Assamese ৰ আন আন অধ্যায় সমূহৰ সম্পূৰ্ণ সমাধান পোৱা যায়।
অসমীয়া মাধ্যমৰ MIL ৰ পদ্য, গদ্য আৰু ব্যাকৰণৰ সকলো বিষয় যি Board of secondary education অৰ্থাৎ SEBA ৰ পৰীক্ষাৰ বাবে প্ৰয়োজন আছে সকলো ইয়াত আপুনি বিনামূলীয়া বাবে পাব।
- You Can Also Download PDF Notes
Class 9 Assamese ত বৰ্তমান বাধ্যতামূলক হিচাপে ৫ টা পদ্য আৰু ৭ টা গদ্য দিয়াৰ ওপৰিও বৈকল্পিক হিচাপে Class 9 Assamese ত ২ টা পদ্যাংশ আৰু ২ টা গদ্যাংশ দিয়া আছে।

আমি ওপৰত উল্লেখ কৰা পদ্যাংশ আৰু গদ্যাংশ মুঠ ১৬ অধ্যায়ৰ সম্পূৰ্ণ PDF Notes আমি তলৰ লিংকত দি দিছোঁ। আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি তাত ক্লিক কৰি কোনো অসুবিধা নহুৱাকৈ ডাউনলোড কৰিব পাৰিব।
ইয়াৰ উপৰিও যদি আপোনাৰ বুজিব লগা কিবা আছে তেন্তে আমাৰ Assamese Medium Facebook Page ক Follow কৰি তাত আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমি অতি সোনকালেই আপোনাৰ প্ৰতিটো সমস্যাৰ সমাধান দিবলৈ যত্ন কৰিম।
Class 9 Assamese: বাধ্যতামূলক – পদ্যাংশ
Class 9 Assamese: বাধ্যতামূলক – গদ্যাংশ
অন্যৰ প্ৰতি ব্যৱহাৰ | |
সময় | |
অন্ধবিশ্বাস আৰু কু-সংস্কাৰ | |
ভাৰতৰ বৈচিত্ৰৰ মাজৰ ঐক্য | |
পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন | |
যুঁজ | |
লোকসংস্কৃতি |
বৈকল্পিক – পদ্যাংশ
হনুমন্তৰ লঙাদৰ্শন | |
সুখ |