Class 9 Assamese

Class 9 Assamese তথা অসমীয়া মাধ্যমৰ নৱম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে সম্পূৰ্ণ PDF Notes ৰ যোগান ধৰাৰ উপৰিও ইয়াত Class 9 Assamese ৰ আন আন অধ্যায় সমূহৰ সম্পূৰ্ণ সমাধান পোৱা যায়।

অসমীয়া মাধ্যমৰ MIL ৰ পদ্য, গদ্য আৰু ব্যাকৰণৰ সকলো বিষয় যি Board of secondary education অৰ্থাৎ SEBA ৰ পৰীক্ষাৰ বাবে প্ৰয়োজন আছে সকলো ইয়াত আপুনি বিনামূলীয়া বাবে পাব।

Class 9 Assamese ত বৰ্তমান বাধ্যতামূলক হিচাপে ৫ টা পদ্য আৰু ৭ টা গদ্য দিয়াৰ ওপৰিও বৈকল্পিক হিচাপে Class 9 Assamese২ টা পদ্যাংশ আৰু ২ টা গদ্যাংশ দিয়া আছে।

Class 9 Assamese Question Answer: Full Syllabus For 2022

আমি ওপৰত উল্লেখ কৰা পদ্যাংশ আৰু গদ্যাংশ মুঠ ১৬ অধ্যায়ৰ সম্পূৰ্ণ PDF Notes আমি তলৰ লিংকত দি দিছোঁ। আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি তাত ক্লিক কৰি কোনো অসুবিধা নহুৱাকৈ ডাউনলোড কৰিব পাৰিব।

ইয়াৰ উপৰিও যদি আপোনাৰ বুজিব লগা কিবা আছে তেন্তে আমাৰ Assamese Medium Facebook PageFollow কৰি তাত আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমি অতি সোনকালেই আপোনাৰ প্ৰতিটো সমস্যাৰ সমাধান দিবলৈ যত্ন কৰিম।


Group A: বাধ্যতামূলক – পদ্যাংশ [Class 9 Assamese]

Class 9 Assamese chapter 1 Question Answer: শিশুনীলা
Class 9 Assamese chapter 2 Question Answer: মানৱ বন্দনা
Class 9 Assamese chapter 3 Question Answer: গীত আৰু ছবি
Class 9 Assamese chapter 4 Question Answer: প্ৰচণ্ড ধুমূহাই প্ৰশ্ন কৰিলে মোক
Class 9 Assamese chapter 5 Question Answer:
মোৰ দেশ

[Class 9 Assamese] Group A: বাধ্যতামূলক – গদ্যাংশ

Class 9 Assamese chapter 6 Question Answer: অন্যৰ প্ৰতি ব্যৱহাৰ
Class 9 Assamese chapter 7 Question Answer:
সময়
Class 9 Assamese chapter 8 Question Answer: অন্ধবিশ্বাস আৰু কু-সংস্কাৰ
Class 9 Assamese chapter 9 Question Answer:
ভাৰতৰ বৈচিত্ৰৰ মাজৰ ঐক্য
Class 9 Assamese chapter 10 Question Answer: পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন
Class 9 Assamese chapter 11 Question Answer: যুঁজ
Class 9 Assamese chapter 12 Question Answer: লোকসংস্কৃতি


বৈকল্পিক – পদ্যাংশ

Class 9 Assamese chapter 13 Question Answer: হনুমন্তৰ লঙাদৰ্শন
Class 9 Assamese chapter 14 Question Answer:
সুখ

বৈকল্পিক – গদ্যাংশ

Class 9 Assamese chapter 15 Question Answer: চোৰধৰা
Class 9 Assamese Chapter 16 Question Answer: সন্মান