আপুনি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ Class 7 ৰ শিক্ষাৰ্থী নেকি বা আপুনি সপ্তম মান শ্ৰেণীৰ অসমীয়া বিষয় পঢ়াই নেকি? তেন্তে এই লিখনিয়ে আপোনাক কিছু সহায় কৰিব।
আমি Assamese Medium ত Class 7 Assamese ৰ সম্পূৰ্ণ Syllabus ৰ সমাধান আলোচনা কৰিব আহিছোঁ। Class 7 Assamese সূচীপত্ৰ আমি তলত উল্লেখ কৰিছো লগতে ইয়াত সম্পূৰ্ণ সমাধান দিয়াৰ প্ৰয়াস কৰিছো।
আপুনি আপোনাৰ প্ৰয়োজন মতে তলত দিয়া লিংকৰ পৰা Class 7 Assamese ৰ সম্পূৰ্ণ সমাধান ডাউনলোড কৰিব পাৰিব। ইয়াৰ ওপৰিও যদি আপোনাৰ Class 7 English, Class 7 Maths, Class 7 Social, Class 7 Science আদিৰ সমাধান লাগে তেন্তে Assamese Medium ৱেবছাইটত আহিব পাৰে।

আমি ইয়াত Class 7 Assamese ৰ প্ৰতিটো অধ্যায়ৰ চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ আদিৰ লগতে কিছু কিছু গুৰুত্বপূৰ্ণ Assamese Grammar ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ প্ৰয়াস কৰিছো। আশা কৰোঁ আপুনি এই লিখনি পঢ়িলে Class 7 Assamese Question Answer ৰ বাবে আন একো পঢ়াৰ প্ৰয়োজন নাই।
Class 7 Assamese সূচীপত্ৰ | Class 7 Assamese Question Answer
Chapter 1 তেজৰে কমলাপতি প্ৰশ্ন উত্তৰ
Chapter 2 কালিকা লগা পাট-কাপোৰ প্ৰশ্ন উত্তৰ
Chapter 3 পণ্ডিত আনন্দৰাম বৰুৱা প্ৰশ্ন উত্তৰ
Chapter 4 জনমভূমি প্ৰশ্ন উত্তৰ
Chapter 5 বিজ্ঞান আৰু আমাৰ মানসিকতা প্ৰশ্ন উত্তৰ
Chapter 6 নোকোৱাৰ পৰিণাম প্ৰশ্ন উত্তৰ
Chapter 7 জতুৱাৰ জঁট প্ৰশ্ন উত্তৰ
Chapter 8 মিছাইল মানৱ প্ৰশ্ন উত্তৰ
Chapter 9 অসম প্ৰশ্ন উত্তৰ
Chapter 10 প্ৰত্যাহ্বান প্ৰশ্ন উত্তৰ
Chapter11 গছ ভালপোৱা ককাৰ খং প্ৰশ্ন উত্তৰ
Chapter 12 নামৰ বেবেৰিবাং প্ৰশ্ন উত্তৰ
Chapter 13 প্ৰাকৃতিক দুৰ্যোগ প্ৰশ্ন উত্তৰ
Chapter 14 বিদ্যা প্ৰশ্ন উত্তৰ
Chapter 15 গড়গাঁও প্ৰশ্ন উত্তৰ