Grammar

Grammar বা ব্যাকৰণ এনে এক গুৰুত্বপূৰ্ণ বিষয় যিয়ে Assamese বা English পঢ়িব বা লিখিব গলেহে বুজা যায়। এই Grammar বা ব্যাকৰণ অবিহনে আপুনি ইংৰাজী বা অসমীয়াৰ এটা বাক্য শুদ্ধ ৰূপত লিখিব নোৱাৰিব।

এই Grammar বা ব্যাকৰণ আচলতে ছাত্ৰ-ছাত্ৰীসকলে Class 6 ৰ পৰা আৰম্ভ কৰি Class 12 লৈকে বিশেষ ভাবে শিকিয়ে থাকে যদিও Grammar ৰ গুৰুত্ব বুজি নাপায়।

আমি Assamese Medium ৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰতিটো ক্লাছৰ প্ৰতিটো বিষয়ৰ সহজ সৰল সমাধান দি আছো আৰু তাৰ লগে লগে Assamese Grammar আৰু English Grammar ৰ ওপৰতো সমান গুৰুত্ব আৰোপ কৰিছোঁ।

Grammar

এই পৃষ্ঠাত আমি অসমীয়া ব্যাকৰণ (Assamese Grammar) আৰু ইংৰাজী ব্যাকৰণ (English Grammar) ৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰয়াস কৰিছোঁ।

সাধাৰনতে Grammar বা ব্যাকৰণৰ কোনো সীমা নেথাকে, ই সাধাৰণতে শ্ৰেণী হিচাপে ভাগ ভাগ কৰা থাকে। গতিকে আমি ইয়াত Grammar কিছু ভাগত ভাগ কৰি আলোচনা কৰিব গৈ আছো। আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি ওপৰৰ লিংকৰ পৰা প্ৰয়োজনীয় তথ্য লব পাৰে।

আমি ওপৰৰ লিংকত Class 12, Class 11, Class 10, Class 9 আৰু Class 8 ৰ প্ৰয়োজনীয় Grammar বা ব্যাকৰণৰ তথ্য প্ৰকাশ কৰিছো। আপুনি Assamese Grammar নে English Grammar ৰ বিষয়ে পঢ়িব তাৰ উপৰত ভিত্তি কৰি ওপৰৰ লিংকৰ পৰা পঢ়িব পাৰিব

ইয়াৰ উপৰিও যদি আপোনাৰ কিবা প্ৰশ্ন থাকে তেন্তে Assamese Medium Facebook PageFollow কৰি জনাব পাৰে, আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিম।