আমি জানো এতিয়ালৈকে HSLC Final Exam ৰ বাবেহে MCQ প্ৰয়োজন আছিলে কিন্তু ইতিমধ্যে Assam State School Education Board চমুকৈ ASSEB-II য়ে আগন্তুক HS Final Exam ৰ বাবে অতি কমেও ৫০ শতাংশ MCQ বাধ্যতামূলক কৰিছে। সেই বাবে আপোনালোকৰ সুবিধাৰ কাৰণে আমি আপোনালোকৰ বাবে Class 12 Physics MCQ for Final Exam Assam লৈ আহিছোঁ। আপুনি আপোনাৰ ইচ্ছা মতে তলত দিয়া লিংকত ক্লিক কৰি Class 12 Physics MCQ পঢ়িব পাৰে।
Class 12 Physics MCQ for Final Exam Assam
Chapter 1 | বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ MCQ |
Chapter 2 | বৈদ্যুতিক বিভব আৰু ধাৰকত্ব MCQ |
Chapter 3 | প্ৰৱাহী বিদ্যুৎ MCQ |
Chapter 4 | গতিশীল আধান আৰু চুম্বকত্ব MCQ |
Chapter 5 | চুম্বকত্ব আৰু পদাৰ্থ MCQ |
Chapter 6 | বিদ্যুৎ চুম্বকীয় আৱেশ MCQ |
Chapter 7 | পৰিবৰ্তী প্ৰবাহ MCQ |
Chapter 8 | বিদ্যুৎ চুম্বকীয় তৰংগ MCQ |
Chapter 9 | পোহৰ: ৰশ্মি বিজ্ঞান আৰু আলোক যন্ত্ৰ MCQ |
Chapter 10 | পোহৰ তৰংগ MCQ |
Chapter 11 | বিকিৰণ আৰু পদাৰ্থৰ দ্বৈত প্ৰকৃতি MCQ |
Chapter 12 | পৰমাণু MCQ |
Chapter 13 | নিউক্লিয়াছ MCQ |
Chapter 14 | অৰ্ধপৰিবাহী ইলেক্টনিক্স MCQ |
Chapter 15 | যোগাযোগ ব্যৱস্থা MCQ |