ADVERTISEMENT

Class 12 Physics MCQ for Final Exam Assam 2025

আমি জানো এতিয়ালৈকে HSLC Final Exam ৰ বাবেহে MCQ প্ৰয়োজন আছিলে কিন্তু ইতিমধ্যে Assam Higher Secondary Education Council চমুকৈ AHSEC য়ে আগন্তুক HS Final Exam ৰ বাবে অতি কমেও ৫০ শতাংশ MCQ বাধ্যতামূলক কৰিছে। সেই বাবে আপোনালোকৰ সুবিধাৰ কাৰণে আমি আপোনালোকৰ বাবে Class 12 Physics MCQ for Final Exam Assam লৈ আহিছোঁ। আপুনি আপোনাৰ ইচ্ছা মতে তলত দিয়া লিংকত ক্লিক কৰি Class 12 Physics MCQ পঢ়িব পাৰে।

Class 12 Physics MCQ for Final Exam Assamese Medium
ADVERTISEMENT

Class 12 Physics MCQ for Final Exam Assam

Chapter 1: বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ MCQ
Chapter 2: বৈদ্যুতিক বিভব আৰু ধাৰকত্ব MCQ
Chapter 3: প্ৰৱাহী বিদ্যুৎ MCQ
Chapter 4: গতিশীল আধান আৰু চুম্বকত্ব MCQ
Chapter 5: চুম্বকত্ব আৰু পদাৰ্থ MCQ
Chapter 6: বিদ্যুৎ চুম্বকীয় আৱেশ MCQ
Chapter 7: পৰিবৰ্তী প্ৰবাহ MCQ
Chapter 8: বিদ্যুৎ চুম্বকীয় তৰংগ MCQ
Chapter 9: পোহৰ: ৰশ্মি বিজ্ঞান আৰু আলোক যন্ত্ৰ MCQ
Chapter 10: পোহৰ তৰংগ MCQ
Chapter 11: বিকিৰণ আৰু পদাৰ্থৰ দ্বৈত প্ৰকৃতি MCQ
Chapter 12: পৰমাণু MCQ
Chapter 13: নিউক্লিয়াছ MCQ
Chapter 14: অৰ্ধপৰিবাহী ইলেক্টনিক্স MCQ
Chapter 15: যোগাযোগ ব্যৱস্থা MCQ
ADVERTISEMENT

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

ADVERTISEMENT