Class 10 Assamese Grammar

Class 10 Assamese Grammar হল আন এক গুৰুত্বপূৰ্ণ বিষয় যিয়ে আপোনাক HSLC Exam ত বিশেষভাৱে সহায় কৰিব। Assamese Medium ৰ ছাত্ৰ ছাত্ৰীৰ বাবে ইয়াত আমি প্ৰয়োজনীয় সকলো Class 10 Assamese Grammar ৰ প্ৰশ্নৰ সমাধান যোগান ধৰিব।

আপোনালোকে ইয়াত বিষয়সমূহ পঢ়িব পাৰিব আৰু ইচ্ছা কৰিলে Class 10 Assamese Grammar PDF ডাউনলোড কৰি লব পাৰিব। ই এক বিনামূলীয়া ব্যৱস্থা যি সকলো ছাত্ৰ ছাত্ৰীৰ বাবে যিসকলে পইছাৰ অভাৱত ব্যক্তিগত টিউচন লব নোৱাৰে।

Class 10 Assamese Grammar Syllabus

দশম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে Class 10 Assamese Grammar Syllabus মতে তলত উল্লেখ কৰা বিষয়সমূহ প্ৰয়োজন। গতিকে আমি যোগান ধৰা বিষয় সমূহ আপোনাৰ বাবে প্ৰয়োজনীয় বুলি আমি আশাবাদী।

Class 10 Assamese Grammar ত নৱম মান শ্ৰেণীৰ ব্যাকৰণৰ ওপৰিও সমাস, সন্ধি, বাক্য পৰিৱৰ্তন ( সৰল, যৌগিক, জটিল), নত্ব আৰু ষত্ব বিধি, যতি, খণ্ডবাক্য, জতুৱা ঠাঁচ, বিপৰীত শব্দ, এটা শব্দত প্ৰকাশ, প্ৰত্যয়, ভাব- সম্প্ৰসাৰণ, প্ৰতিবেদন আৰু আবেদন লিখন।

Assamese Grammar

Class 10 Assamese Grammar New Syllabus 2024

Conclusion

ওপৰত আলোচনা কৰা Syllabus ৰ প্ৰতিটো বিষয়ৰ প্ৰয়োজনীয় তথ্য আমি প্ৰকাশ কৰিলোঁ। ইয়াৰ উপৰিও যদি আপোনাৰ কিবা অসুবিধা আছে তেন্তে যিকোনো সময়ত Assamese Medium Facebook PageFollow কৰি জনাব পাৰে। আমি অতি সোনকালেই ইয়াৰ সমাধান দিবলৈ যত্ন কৰিম।

ইয়াত কেৱল আপুনি অসমীয়া মাধ্যমৰ দশম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজনীয় সকলো বিষয়ৰ অধ্যায়কে সামৰি বিজ্ঞান, সমাজ, গণিত, ইংৰাজী, হিন্দী আদিৰ বিষয়ে আলোচনা কৰা হয়। আপুনি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে আমাৰ Facebook Page ৰ জৰিয়তে।