ADVERTISEMENT

Class 10 Science Chapter 10 MCQ in Assamese

আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো Assamese Medium ৱেবচাইটৰ আন এক গুৰুত্বপূৰ্ণ আলোচনাত। আজি আমি Class 10 Science Chapter 10 MCQ in Assamese আপোনালোকৰ বাবে লৈ আহিছোঁ যিয়ে আপোনাক আগন্তুক HSLC Final Exam 2024 ত সহায় কৰিব।

Assamese Medium YouTube Channel

ইয়াৰ আগতে আমি Class 10 Science Chapter 9 MCQ in Assamese আলোচনা কৰিছো। আপোনাৰ প্ৰয়োজন হলে লিংকত ক্লিক কৰি পঢ়িব পাৰে। তেন্তে আজি আহক আমি Class 10 Science Chapter 10 MCQ in Assamese আলোচনা কৰোঁ।

Class 10 Science Chapter 10 MCQ in Assamese
ADVERTISEMENT

Class 10 Science Chapter 10 MCQ in Assamese অধ্যায়ঃ ১০ – পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ

1. বায়ুত পোহৰৰ দ্ৰুতি আৰু পানীত পোহৰৰ দ্ৰুতিৰ অনুপাত কিমান
(a) 1.31
(b) 1.32
(c) 1.33
(d) 1.34
উত্তৰ : (c) 1.33

2. বেনজিনৰ প্ৰতিসৰণাংক কিমান
(a) 1.50
(b) 1.46
(c) 1.54
(d) 1.71
উত্তৰ : (a) 1.50

3. বায়ুৰ প্ৰতিসৰণাংক কিমান
(a) 1.0001
(b) 1.0002
(c) 1.0003
(d) 1.0004
উত্তৰ : (c) 1.0003

ADVERTISEMENT
ADVERTISEMENT

4. লেন্স এখনৰ ক্ষমতা কি আখৰেৰে সূচোৱা হয় –
(a) F
(b) D
(c) B
(d) P
উত্তৰ : (d) P

5. লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ’লে লক্ষ্যবস্তুটো উত্তল লেন্‌ছৰ সম্মুখত কোন স্থানত ৰাখিব লাগিব ?
(a) লেন্‌ছৰ মুখ্য ফ’কাছত
(b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
(c) অসীমত
(d) লেন্‌ছৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ’কাছৰমাজত
উত্তৰ: (b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত

6. এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেন্‌ছ প্ৰত্যেকৰে ফ’কাচ দৈৰ্ঘ্য – 15 ছেমি। দাপোণ আৰু লেন্‌ছৰ প্ৰকৃত কেনেকুৱা হ’ব পাৰে ?
(a) দুয়োখন অবতল
(b) দুয়োখন উত্তল
(c) দাপোণখন অৱতল লেন্‌ছখন উত্তল
(d) দাপোণখন উত্তল লেন্‌ছখন অৱতল
উত্তৰ : (a) দুয়োখন অবতল

7. দাপোণ এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্রতিবিম্বটো সদায় থিয় হয়। দাপোণখন কেনেকুৱা হ’ব পাৰে ?
(a) সমতল
(c) উত্তল
(b) অৱতল
(d) হয় সমতল নতুবা উত্তল
উত্তৰ: (d) উত্তল বা সমতল দাপোন

8. টর্চ, গাড়ীৰ হেডলাইট আদিত কি ব্যৱহাৰ কৰ হয় –
(a) অৱতল লেন্স
(b) উত্তল লেন্স
(c) অৱতল দাপোন
(d) উত্তল দাপোন
উত্তৰ : (c) অৱতল দাপোন

9. নতুন কাৰ্টীয় চিহ্ন প্রথাত মূল বিন্দু হিচাপে কি লোৱা হয় –
(a) দাপোনৰ অক্ষবিন্দ,
(b) দাপোনৰ মেৰু
(c) দাপোনৰ কেন্দ্ৰবিন্দ
(d) দাপোনৰ প্রান্তবিন্দু
উত্তৰ: (b) দাপোনৰ মেৰু

10. নতুন কাৰ্টীয় চিহ্ন প্রথাত মেৰুৰ পৰা সোঁহাতে জোখবোৰ কি ধৰা হয় –
(a) ধনাত্মক
(b) ঋনাত্মক
(c) নির্দিষ্ট নহয
(d) ওপৰৰ এটাও নহয
উত্তৰ : (a) ধনাত্মক

ADVERTISEMENT

11. লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ’লে, লক্ষ্যবস্তুটি উত্তল লেন্‌ছৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব ?(HSLC-2019 )
(i) লেন্‌ছৰ মুখ্য ফ’কাছত
(ii) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
(iii) অসীমত
(iv) লেন্‌হৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত
উত্তৰ : (iii) অসীমত

12. খুউৱ সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্‌ছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা? (HSLC-2020 )
(i) 50 cm ফ’কাছ দৈৰ্ঘৰ উত্তল লেন্‌ছ
(ii) 5 cm ফ’কাছ দৈৰ্ঘৰ উত্তল লেন্‌ছ
(iii) 50 cm ফ’কাছ দৈৰ্ঘৰ উত্তল লেন্‌ছ
(iv) 5 cm ফ’কাছ দৈৰ্ঘৰ উত্তল লেন্‌ছ
উত্তৰ : (ii) 5 cm ফ’কাছ দৈৰ্ঘৰ উত্তল লেন্‌ছ

13. লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈহ’লে লক্ষ্যবস্তুটো উত্তল লেনছৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব ?(HSLC-2022)
(i) অসীমত
(ii) লেনছৰ মুখ্য ফ’কাছত
(iii) ফ’কাছ দৈৰ্ঘৰ দুগুণ দূৰত্বত
(iv) লেন্‌ছৰ আলোককেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত
উত্তৰ : (iii) ফ’কাছ দৈৰ্ঘৰ দুগুণ দূৰত্বত

14. তলত দিয়া কোনটো পদাৰ্থ লেন্‌ছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি ?
(a) পানী
(b) কাঁচ
(c) প্লাষ্টিক
(d) মৃত্তিকা
উত্তৰ: (d) মৃত্তিকা

15. অবতল দাপোণ এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ’ল।লক্ষ্যবস্তুৰ অৱস্থান ক’ত হ’ব লাগিব ?
(a) মুখ্য ফ’কাছ বিন্দু আৰু ভাজকেন্দ্ৰৰ মাজত
(b) ভাজ কেন্দ্রত
(c) ভাজকেন্দ্ৰৰ বাহিৰত
(d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত
উত্তৰ: (d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত

ADVERTISEMENT

16. নতুন কাৰ্টীয় চিহ্ন প্রথাত মেৰুৰ পৰা বাওঁহাতে
জোখবোৰ কি ধৰা হয় –
(a) ধনাত্মক
(b) ঋনাত্মক
(c) নির্দিষ্ট নহয
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (b) ঋনাত্মক

17. নতুন কাৰ্টীয় চিহ্ন প্রথাত মুখ্য অক্ষৰ লম্বভাৱে আৰু ওপৰলৈ জোখবোৰ কি ধৰা হয় —
(a) ধনাত্মক
(b) ঋনাত্মক
(c) নির্দিষ্ট নহয
(d) ওপৰৰ এটাও নহয
উত্তৰ: (a) ধনাত্মক

18. নতুন কাৰ্টীয় চিহ্ন প্রথাত মুখ্য অক্ষৰ লম্বভাৱে আৰু তললৈ জোখবোৰ কি ধৰা হয়
(a) ধনাত্মক
(c) নির্দিষ্ট নহয্য
(b) ঋনাত্মক
(d) ওপৰৰ এটাও নহয
উত্তৰ : (b) ঋনাত্মক

19. বিবর্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্রতিবিম্বটো কি বুলি জনা যায় –
(a) অসৎ
(vi) (b) সৎ
(c) ওলোটা
(d) চিধা
উত্তৰ : (b) সৎ

20. বিবৰ্ধনৰ মানৰ আগত ধণাত্মক চিন থাকিলে প্রতিবিম্বটো কি বুলি জনা যায় –
(a) অসৎ
(b) সৎ
(c) ওলোটা
(d) চিধা
উত্তৰ : (a) অসৎ

ADVERTISEMENT
ADVERTISEMENT
ADVERTISEMENT

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

1 thought on “Class 10 Science Chapter 10 MCQ in Assamese”

  1. ADVERTISEMENT

Leave a Comment

ADVERTISEMENT