Class 11 Assamese Question Answer | অসমীয়া একাদশ শ্ৰেণী

আপুনি HSLC Final Exam দিছে নেকি? আপুনি বৰ্তমান সময়ত একাদশ শ্ৰেণীৰ শিক্ষাৰ্থী নেকি? যদি হয়, তেন্তে আজি আপুনি সঠিক স্থানত আহিছে। আমি ইয়াত Class 11 Assamese তথা একাদশ শ্ৰেণীৰ অসমীয়াৰ সম্পূৰ্ণ সমাধান দিবলৈ প্ৰয়াস কৰিছো।

Class 11 Assamese তথা একাদশ শ্ৰেণীৰ অসমীয়াত সৰ্বমুঠ ১৬ টা অধ্যায় আছে। আজি আমি Assamese Medium ৰ জৰিয়তে Class 11 Assamese সকলো অধ্যায় সমূহৰ পাঠ্যভিত্তিক প্ৰশ্ন উত্তৰ দিয়াৰ উপৰিও কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ প্ৰয়াস কৰিছো। আশা কৰোঁ আপোনালোকে এই লিখনি সমূহৰ পৰা উপকৃত হব।

Class 11 Assamese Question Answer 2025 | HS 1st Year

তলৰ লিংকত আমি Class 11 Assamese ৰ সকলো অধ্যায় সমূহৰ সমাধন দিছোঁ, আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি তলৰ লিংকত ক্লিক কৰি পঢ়িব পাৰে।

Class 11 Assamese Question Answer for Final Exam
ধনৰ ব্যৱহাৰ প্রশ্ন উত্তৰPDF Notes
অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ প্রশ্ন উত্তৰPDF Notes
গৌৰৱ প্রশ্ন উত্তৰPDF Notes
কিতাপৰ কথা প্রশ্ন উত্তৰPDF Notes
গিবন প্রশ্ন উত্তৰPDF Notes
কে’ম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান প্রশ্ন উত্তৰPDF Notes
অসমৰ পুৰণি খেল-ধেমালি প্রশ্ন উত্তৰPDF Notes
এভাৰেষ্টৰ সপোন আৰু বিভীষিকা প্রশ্ন উত্তৰPDF Notes
বিয়াৰ প্ৰেজেণ্ট প্রশ্ন উত্তৰPDF Notes
ৰাৱণক বিভীষণৰ সজ উপদেশ প্রশ্ন উত্তৰPDF Notes
বৰগীত প্রশ্ন উত্তৰPDF Notes
ধনবৰ আৰু ৰতনী প্রশ্ন উত্তৰPDF Notes
বনকুঁৱৰী প্রশ্ন উত্তৰPDF Notes
লাচিত ফুকন প্রশ্ন উত্তৰPDF Notes
ৰাজপথ প্রশ্ন উত্তৰPDF Notes
এখন চিঠি প্রশ্ন উত্তৰPDF Notes

আমি ইয়াত একাদশ শ্ৰেণীৰ অসমীয়াৰ সম্পূৰ্ণ সমাধান কৰিবলৈ প্ৰয়াস কৰিছো, যদি আপোনালোকে এই লিখনি পঢ়ি ভাল পাইছে তেন্তে আনৰ সৈতে Share কৰিবলৈ নেপহৰিব। যদি আপুনি আমাৰ লিখাসমূহ বুজাত কিবা অসুবিধা পাইছে তেন্তে অনুগ্ৰহ কৰি Comment Section ত জনাব। আমি আপোনাৰ যিকোনো সমস্যাৰ সমাধান যথা সময়ত দিবলৈ প্ৰয়াস কৰিম।

ইয়াৰ ওপৰিও আপুনি যদি আমাৰ Video Class সমূহ চাব খোজে তেন্তে Nitid Academy YouTube Channel ত চাব পাৰিব। আপুনি ইচ্ছা কৰিলে Assamese Medium Facebook PageFollow কৰি আমাৰ সৈতে পোনপতীয়াকৈ যোগাযোগ কৰিব পাৰে।

উপৰোক্ত লিংক আমি Class 11 Assamese ৰ অধ্যায় সমূহৰ সকলো প্ৰশ্ন উত্তৰ দিবলৈ প্ৰয়াস কৰিছো, আমি এই প্ৰশ্ন উত্তৰসমূহ সময়ে সময়ে আপডেট কৰি থাকো। গতিকে আপুনি ইয়াত সম্পূৰ্ণ শুদ্ধ আৰু সহজ সৰল প্ৰশ্ন উত্তৰ পাব বুলি আমি আশাবাদী।

ADVERTISEMENT