Class 9 Maths Exercise R-1 Solution Assamese Medium । Class 9 ৰ পুনৰালোঁচনা সমাধান

মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধৱী সকল, আকৌ এবাৰ স্বাগতম জনাইছো Assamese Medium ৰ আন এক গুৰুত্বপূৰ্ণ আলোচনালৈ। আজি আমি ইয়াত সমাধান কৰিবলৈ গৈ আছোঁ Class 9 Maths Exercise R-1 Solution Assamese Medium তথা নৱম মান শ্ৰেণীৰ পুনৰালোঁচনাৰ অনুশীলনী R-1 ৰ প্ৰশ্ন 1 ৰ পৰা 15 লৈ।

Class 9 Mathematics ত সৰ্বমুঠ 15 টা অধ্যায় আছে আৰু ইয়াৰ ওপৰিও পুনৰালোঁচনা হিচাপে কিছু প্ৰশ্ন উত্তৰ দিয়া আছে। এই পুনৰালোঁচনাৰ পৰা পৰীক্ষাত কেতিয়াবা প্ৰশ্ন সুধে। সেইবাবে আজি আমি এই আলোচনাৰ জৰিয়তে Class 9 Maths Exercise R-1 Solution তথা Class 9 Mathematics অনুশীলনী R-1 ৰ প্ৰশ্ন 1 ৰ পৰা 8 লৈ সমাধান কৰিবলৈ প্ৰয়াস কৰিছো।

আপুনি যাতে Class 9 Maths Exercise R-1 Solution ৰ সমূহ অতি সহজকৈ বুজিব পাৰে তাৰ বাবে আমি Video Class বনাইছোঁ। যদি আপুনি Class 9 Mathematics Revision Chapter R-1 Solution চাব বিচাৰে তেন্তে তলৰ লিংকত ক্লিক কৰক বা আপুনি ইউটিউবত গৈ Assamese Medium YouTube Channel বুলি search কৰক।

Class 9 Maths Exercise R-1 Solution Q1 – Q8

আজি আপোনালোকৰ সৈতে আলোচনা কৰা প্ৰশ্ন সমূহ তলত উল্লেখ কৰা হৈছে আৰু ইয়াৰ সমাধান তলত PDF Note হিচাপে প্ৰকাশ কৰা হৈছে। আপুনি বিচাৰিলে তলৰ লিংকত ক্লিক কৰি Class 9 Maths Exercise R-1 Solution PDF Notes ডাউনলোড কৰিব পাৰে আৰু ইয়াক অতি সহজে বুজিবলৈ Class 9 Maths Exercise R-1 Solution YouTube Video চাব পাৰে।

Download PDF Notes: Class 9 Maths Exercise R-1 Solution

1. বৰ্গমূলৰ দ্বাৰা √2 ৰ আনুমানিক মান দুই দশমিক স্থানলৈ উলিওৱা ।
2. দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় ।
3. সংখ্যাৰেখাৰ সহায়ত -5 আৰু 5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা ।
4. সূচক বিধি a^m ÷ a^n = a^m-n ত m = n লৈ প্ৰমাণ কৰা যে a^0 = 1 ।
5. সূচক বিধি a^m ÷ a^n = a^m-n ত m = 0 লৈ প্ৰমাণ কৰা যে a^-n = 1/a^n ।
6. তলৰ যোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গ. সা. উ. আৰু ল.সা.গু. থিৰ কৰা ।
(i) 321, 396 (ii) 455, 42 (iii) 408 , 170
7. 2/11 আৰু 1/6 ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা ।
8. সৰল কৰা : √10 × √5 , √2 = 1.41 হলে প্ৰদত্ত সংখ্যাৰ আসন্ন মান কি হব ?

Class 9 Maths Exercise R-1 Solution Q9 – Q15

9. P/Q আৰ্হিত প্ৰকাশ কৰা –
i) 0.81 ii) 0.18 iii) 2.47 iv) 2.4431

10. সৰল কৰা –
i) (√3-√2)2
ii) (2√3+√5)(2√3-√5)
iii) (8+√3)(2+√3)
iv) 1/(1+√2)
v) 4/(√7+√3)
vi) (7+√3)/(7-√3)
vii) 1/(1+√2)+ 1/(√2+√3)+ 1/(√3+√4)
viii) (√a+√x)-(√a-x)/ (√a+√x)+(√a-x)
11. প্ৰমাণ কৰা যে: 1/(2+√3)+ 2/(√5-√3)+ 1/(2-√5)

12. √3=1.732, √2=1.414 ধৰি তলৰ ৰাশিৰ আসন্ন মান উলিওৱা –
i) 1/(√3-√2) ii) 2/(√3+√2)
13. হৰণ কাৰ্য্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক দশমিক প্ৰকাশ কৰা –
i) 7/25
ii) 3/40
iii) 3/100
iv) 23/52X23
v) 14/175
14. তলৰ শতকৰা বোৰক ভগ্নাংশত প্ৰকাশ কৰা –
i) 53%
ii) 50%
iii) 1/2%
iv) 100%
15. তলৰ ভগ্নাংশ বোৰক শতকৰাত প্ৰকাশ কৰা –
i) 1/2
ii) 1/4
iii) 3/20
iv) 42/125

v) 0.25
vi) 1.25

Class 9 Maths Exercise R-1 Solution Q16 – Q21

16. কোনো এটা বস্তু 10% লাভত বিক্রি কৰা হ’ল। তাৰ কিনাদাম আৰু বেচাদামৰ অনুপাত কি?

17. 30 কণীৰ কিনাদাম, 20 টা কণীৰ বেচাদামৰ সমান। লাভৰ শতকৰা হাৰ কি?

18. এটা বস্তুৰ কিনাদাম 2100 টকা; 10% লাভত বিক্রি হ’লে বস্তুটোৰ বেচাদাম কি?

19. টকাত 4টাকৈ নেমু কিনি 20% লাভত বিক্রি কৰিলে। এটা নেমুৰ বিক্রি মূল্য কিমান হ’ব

20. এটা বস্তু 500 টকাত বিক্রি কৰিলে 5% লোকচান হয়। এইটো কিমান দামত বেচিলে 5% লাভ হ’লহেঁতেন?

21. গ্রাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত ক্ৰমে 10%, 10% আৰু 5% ৰেহাই দিয়ে। তিনিওটাৰ সমতুল ৰেহাই কি হ’ব?

শেষ বাক্য: Class 9 Maths Exercise R-1 Solution Assamese Medium

আমি Assamese Medium ত ছাত্ৰ ছাত্ৰীৰ বাবে Class 6 – Class 12 সকলো বিষয়ৰ সমস্যাৰ সমাধান বিনামূলীয়া দিবলৈ প্ৰয়াস কৰি আছোঁ। যদি আপুনি আমাৰ Video Class বা PDF Notes সমূহ পঢ়ি ভাল পাইছে তেন্তে Assamese Medium YouTube ChannelSubscribe কৰিবলৈ লগতে Assamese Medium Facebook PageFollow কৰিবলৈ নে পাহৰিব।

Leave a Comment