Class 9 Maths Chapter 2 Assamese Medium তথা নৱম মান শ্ৰেণীৰ সাধাৰণ গণিতৰ দ্বিতীয় অধ্যায় বহুপদ আজি আমি আলোচনা কৰিব গৈ আছো। আজিৰ আলোচনাত আমি কিছু পৰিমাণে Class 9 Mathematics ৰ দ্বিতীয় অধ্যায় বহুপদৰ ধাৰণা, এটা চলকযুক্ত বহুপদ, বহুপদৰ শূণ্য, বহুপদৰ সৈতে জঢ়িত কিছু উপপাদ্য, বহুপদৰ উৎপাদক বিশ্লেষণ আৰু বীজীয় অভেদৰ বিষয়ে আলোচনা কৰিম।
Mathematics ৰ আটাইতকৈ প্ৰয়োজনীয় অংশ হল অনুশীলনীৰ সমাধান। গতিকে আমি আজি Assamese Medium ত Class 9 Maths Chapter 2 Assamese Medium ৰ আটাইকেইটা অনুশীলনীৰ সমাধান ইয়াত যোগান ধৰিছো।
Class 9 Mathematics ৰ আন আন অধ্যায় সমূহৰ কিছু আমি আলোচনা কৰিছোঁ আপুনি আগলৈ আন আন অধ্যায়সমূহৰ সমাধান পাবলৈ আমাৰ Assamese Medium Facebook Page ক Follow কৰিব পাৰে।
Download PDF Notes: Class 9 Maths Chapter 2 Assamese Medium PDF solution
Mathematice question answer
Hello