Class 9 Maths Chapter 2 Assamese Medium | বহুপদ

Class 9 Maths Chapter 2 Assamese Medium তথা নৱম মান শ্ৰেণীৰ সাধাৰণ গণিতৰ দ্বিতীয় অধ্যায় বহুপদ আজি আমি আলোচনা কৰিব গৈ আছো। আজিৰ আলোচনাত আমি কিছু পৰিমাণে Class 9 Mathematics ৰ দ্বিতীয় অধ্যায় বহুপদৰ ধাৰণা, এটা চলকযুক্ত বহুপদ, বহুপদৰ শূণ্য, বহুপদৰ সৈতে জঢ়িত কিছু উপপাদ্য, বহুপদৰ উৎপাদক বিশ্লেষণ আৰু বীজীয় অভেদৰ বিষয়ে আলোচনা কৰিম।

Class 9 Maths Chapter 2 Assamese Medium

Mathematics ৰ আটাইতকৈ প্ৰয়োজনীয় অংশ হল অনুশীলনীৰ সমাধান। গতিকে আমি আজি Assamese Medium ত Class 9 Maths Chapter 2 Assamese Medium ৰ আটাইকেইটা অনুশীলনীৰ সমাধান ইয়াত যোগান ধৰিছো।

Class 9 Mathematics ৰ আন আন অধ্যায় সমূহৰ কিছু আমি আলোচনা কৰিছোঁ আপুনি আগলৈ আন আন অধ্যায়সমূহৰ সমাধান পাবলৈ আমাৰ Assamese Medium Facebook Page ক Follow কৰিব পাৰে।

Download PDF Notes: Class 9 Maths Chapter 2 Assamese Medium PDF solution

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

2 thoughts on “Class 9 Maths Chapter 2 Assamese Medium | বহুপদ”

Leave a Comment