মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ আপোনালোকক Assamese Medium ৰ আন এক গুৰুত্বপূৰ্ণ অধ্যায়লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম নৱম মান শ্ৰেণীৰ সাধাৰণ গণিতৰ চতুৰ্থ অধ্যায় দুটা চলকত ৰৈখিক সমীকৰণ। আপুনি যদি Class 9 Maths Chapter 4 Assamese Medium ৰ সম্পূৰ্ণ সমাধান বিচাৰি আছে তেন্তে ইয়াত পাব।
ইয়াৰ আগতে আমি Class 9 Maths ৰ আন কিছু অধ্যায়ৰ সমাধান আলোচনা কৰিছোঁ, যদি আপুনি পোৱা নাই তেন্তে চিন্তাৰ কোনো কাৰণ নাই যি আমি আকৌ ইয়াত লিংক যোগান দিছোঁ আপুনি বিচাৰিলে পঢ়িব পাৰে।
Class 9 Maths Chapter 3 Assamese Medium
Class 9 Maths Chapter 2 Assamese Medium
Class 9 Maths Chapter 1 Assamese Medium

Class 9 Maths Chapter 4 Assamese Medium
নৱম মান শ্ৰেণীৰ সাধাৰণ গণিতৰ চতুৰ্থ অধ্যায় হল দুটা চলকত ৰৈখিক সমীকৰণ। এই অধ্যায়ত সাধাৰণতে কিছু চলক, ঘাত বা সূচক আৰু ৰৈখিক সমীকৰণৰ কথা আলোচনা কৰা হৈছে। আপুনি যদি Class 9 Maths Chapter 4 Assamese Medium ৰ ধাৰণা লব বিচাৰে তেন্তে আপুনি Comment Section ত জনাব পাৰে, আমি আপোনাৰ বাবে Assamese Medium ত Video Class লৈ আহিম। আপুনি যদি আমাৰ YouTube Channel বিছাৰি পোৱা নাই তেন্তে লিংকত ক্লিক কৰি Subscribe কৰিব পাৰে।
ইয়াত ৰৈখিক সমীকৰণ কি, দুটা চলকযুক্ত ৰৈখিক সমীকৰণ কেনেকৈ সমাধান কৰা হয় আদি কথা সামৰি Class 9 Maths Exercise 4.1, Class 9 Maths Exercise 4.2 আৰু Class 9 Maths Exercise 4.3 ৰ সম্পূৰ্ণ সমাধান ইয়াত যোগান ধৰা হৈছে, আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি Assamese Medium ৰ পৰা সমাধান কৰিব পাৰিব বা Class 9 Maths Chapter 4 Assamese Medium PDF Notes ডাউনলোড কৰিব পাৰিব।
Class 9 Maths Chapter 4 Exercise 4.1, 4.2, 4.3 PDF Download

Download PDF Notes: Class 9 Maths Chapter 4 Assamese Medium PDF Solution
All sums I don’t understand