Class 9 Maths Chapter 1 Assamese Medium | সংখ্যা প্ৰণালীৰ সমাধান

নৱম মান শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধৱীসকল, আজি আমি Class 9 Maths Chapter 1 Assamese Medium ৰ সম্পূৰ্ণ সমাধান দিবলৈ প্ৰয়াস কৰিছোঁ। ইয়াত আমি Class 9 Mathematics ‘সংখ্যা প্ৰণালী’ ৰ ধাৰণা, অপৰিমেয় সংখ্যা, বাস্তৱ সংখ্যা আৰু সেইবিলাকৰ দশমিক বিস্তৃতি, সংখ্যাৰেখাত বাস্তৱ সংখ্যাৰ উপস্থাপন , বাস্তৱ সংখ্যাৰ প্ৰক্ৰিয়া, বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত সূচকৰ বিধি, ইয়াৰ সাৰাংশৰ বিষয়ে বিতং আলোচনা কৰা হব।

Class 9 Maths Chapter 1 Assamese Medium

ইয়াৰ ওপৰিও Class 9 Maths Chapter 1 Assamese Medium অনুশীলনীৰ সকলো প্ৰশ্নৰ সমাধান এইটো অধ্যায়ত আলোচনা কৰা হৈছে। আপুনি যদি Class 9 Assamese Medium ত অধ্যয়ন কৰি আছে তেন্তে আমাৰ এই লিখনিয়ে আপোনাক সহায় কৰিব বুলি আমি আশাবাদী।

আপুনি আগলৈ আন আন অধ্যায়সমূহৰ সমাধান পাবলৈ আমাৰ Assamese Medium Facebook Page ক Follow কৰিব পাৰে।


Download PDF Notes: Class 9 Maths Chapter 1 Assamese Medium Solution

2 thoughts on “Class 9 Maths Chapter 1 Assamese Medium | সংখ্যা প্ৰণালীৰ সমাধান”

Leave a Comment