মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধৱী সকল, আকৌ এবাৰ স্বাগতম জনাইছো Assamese Medium ৰ আন এক গুৰুত্বপূৰ্ণ আলোচনালৈ। আজি আমি ইয়াত সমাধান কৰিবলৈ গৈ আছোঁ Class 9 Maths Exercise R-1 Solution Assamese Medium তথা নৱম মান শ্ৰেণীৰ পুনৰালোঁচনাৰ অনুশীলনী R-1 ৰ প্ৰশ্ন 1 ৰ পৰা 15 লৈ।
Class 9 Mathematics ত সৰ্বমুঠ 15 টা অধ্যায় আছে আৰু ইয়াৰ ওপৰিও পুনৰালোঁচনা হিচাপে কিছু প্ৰশ্ন উত্তৰ দিয়া আছে। এই পুনৰালোঁচনাৰ পৰা পৰীক্ষাত কেতিয়াবা প্ৰশ্ন সুধে। সেইবাবে আজি আমি এই আলোচনাৰ জৰিয়তে Class 9 Maths Exercise R-1 Solution তথা Class 9 Mathematics অনুশীলনী R-1 ৰ প্ৰশ্ন 1 ৰ পৰা 8 লৈ সমাধান কৰিবলৈ প্ৰয়াস কৰিছো।
আপুনি যাতে Class 9 Maths Exercise R-1 Solution ৰ সমূহ অতি সহজকৈ বুজিব পাৰে তাৰ বাবে আমি Video Class বনাইছোঁ। যদি আপুনি Class 9 Mathematics Revision Chapter R-1 Solution চাব বিচাৰে তেন্তে তলৰ লিংকত ক্লিক কৰক বা আপুনি ইউটিউবত গৈ Assamese Medium YouTube Channel বুলি search কৰক।
Class 9 Maths Exercise R-1 Solution Q1 – Q8
আজি আপোনালোকৰ সৈতে আলোচনা কৰা প্ৰশ্ন সমূহ তলত উল্লেখ কৰা হৈছে আৰু ইয়াৰ সমাধান তলত PDF Note হিচাপে প্ৰকাশ কৰা হৈছে। আপুনি বিচাৰিলে তলৰ লিংকত ক্লিক কৰি Class 9 Maths Exercise R-1 Solution PDF Notes ডাউনলোড কৰিব পাৰে আৰু ইয়াক অতি সহজে বুজিবলৈ Class 9 Maths Exercise R-1 Solution YouTube Video চাব পাৰে।
Download PDF Notes: Class 9 Maths Exercise R-1 Solution
1. বৰ্গমূলৰ দ্বাৰা √2 ৰ আনুমানিক মান দুই দশমিক স্থানলৈ উলিওৱা ।
2. দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় ।
3. সংখ্যাৰেখাৰ সহায়ত -5 আৰু 5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা ।
4. সূচক বিধি a^m ÷ a^n = a^m-n ত m = n লৈ প্ৰমাণ কৰা যে a^0 = 1 ।
5. সূচক বিধি a^m ÷ a^n = a^m-n ত m = 0 লৈ প্ৰমাণ কৰা যে a^-n = 1/a^n ।
6. তলৰ যোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গ. সা. উ. আৰু ল.সা.গু. থিৰ কৰা ।
(i) 321, 396 (ii) 455, 42 (iii) 408 , 170
7. 2/11 আৰু 1/6 ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা ।
8. সৰল কৰা : √10 × √5 , √2 = 1.41 হলে প্ৰদত্ত সংখ্যাৰ আসন্ন মান কি হব ?
Class 9 Maths Exercise R-1 Solution Q9 – Q15
9. P/Q আৰ্হিত প্ৰকাশ কৰা –
i) 0.81 ii) 0.18 iii) 2.47 iv) 2.4431
10. সৰল কৰা –
i) (√3-√2)2
ii) (2√3+√5)(2√3-√5)
iii) (8+√3)(2+√3)
iv) 1/(1+√2)
v) 4/(√7+√3)
vi) (7+√3)/(7-√3)
vii) 1/(1+√2)+ 1/(√2+√3)+ 1/(√3+√4)
viii) (√a+√x)-(√a-x)/ (√a+√x)+(√a-x)
11. প্ৰমাণ কৰা যে: 1/(2+√3)+ 2/(√5-√3)+ 1/(2-√5)
12. √3=1.732, √2=1.414 ধৰি তলৰ ৰাশিৰ আসন্ন মান উলিওৱা –
i) 1/(√3-√2) ii) 2/(√3+√2)
13. হৰণ কাৰ্য্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক দশমিক প্ৰকাশ কৰা –
i) 7/25
ii) 3/40
iii) 3/100
iv) 23/52X23
v) 14/175
14. তলৰ শতকৰা বোৰক ভগ্নাংশত প্ৰকাশ কৰা –
i) 53%
ii) 50%
iii) 1/2%
iv) 100%
15. তলৰ ভগ্নাংশ বোৰক শতকৰাত প্ৰকাশ কৰা –
i) 1/2
ii) 1/4
iii) 3/20
iv) 42/125
v) 0.25
vi) 1.25
Class 9 Maths Exercise R-1 Solution Q16 – Q21
16. কোনো এটা বস্তু 10% লাভত বিক্রি কৰা হ’ল। তাৰ কিনাদাম আৰু বেচাদামৰ অনুপাত কি?
17. 30 কণীৰ কিনাদাম, 20 টা কণীৰ বেচাদামৰ সমান। লাভৰ শতকৰা হাৰ কি?
18. এটা বস্তুৰ কিনাদাম 2100 টকা; 10% লাভত বিক্রি হ’লে বস্তুটোৰ বেচাদাম কি?
19. টকাত 4টাকৈ নেমু কিনি 20% লাভত বিক্রি কৰিলে। এটা নেমুৰ বিক্রি মূল্য কিমান হ’ব
20. এটা বস্তু 500 টকাত বিক্রি কৰিলে 5% লোকচান হয়। এইটো কিমান দামত বেচিলে 5% লাভ হ’লহেঁতেন?
21. গ্রাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত ক্ৰমে 10%, 10% আৰু 5% ৰেহাই দিয়ে। তিনিওটাৰ সমতুল ৰেহাই কি হ’ব?
শেষ বাক্য: Class 9 Maths Exercise R-1 Solution Assamese Medium
আমি Assamese Medium ত ছাত্ৰ ছাত্ৰীৰ বাবে Class 6 – Class 12 সকলো বিষয়ৰ সমস্যাৰ সমাধান বিনামূলীয়া দিবলৈ প্ৰয়াস কৰি আছোঁ। যদি আপুনি আমাৰ Video Class বা PDF Notes সমূহ পঢ়ি ভাল পাইছে তেন্তে Assamese Medium YouTube Channel ক Subscribe কৰিবলৈ লগতে Assamese Medium Facebook Page ক Follow কৰিবলৈ নে পাহৰিব।