Class 12 Logic তথা অসমীয়া মাধ্যমৰ দ্বাদশ শ্ৰেণীৰ তৰ্ক বিজ্ঞান বিষয়ে আজি আলোচনা কৰিবলৈ গৈ আছোঁ। আমি Assamese Medium ৰ এই পৃষ্ঠাত Class 12 Logic ৰ কোনো প্ৰশ্ন উত্তৰ আলোচনা নকৰোঁ। ইয়াত আমি Class 12 Logic Full Syllabus অৰ্থাৎ দ্বাদশ শ্ৰেণীৰ তৰ্ক আৰু দৰ্শনৰ সম্পূৰ্ণ সমাধান PDF Notes দিবলৈ আহিছোঁ।
Class 12 Logic & Philosophy PDF Notes | Rs. 99/- | Buy Now |
আজিৰ আলোচনাত Class 12 Logic তথা দ্বাদশ শ্ৰেণীৰ তৰ্ক আৰু দৰ্শনৰ থকা অধ্যায়সমূহৰ এটা তালিকা প্ৰকাশ কৰিছো। Class 12 Logic & Philosophy ত মুঠ ৮ টা অধ্যায় আছে।
Class 12 Logic Question Answer
Chapter 1 | আগমন আৰু ইয়াৰ প্ৰকাৰ প্ৰশ্ন উত্তৰ | |
Chapter 2 | ক) আগমনৰ ভিত্তি প্ৰশ্ন উত্তৰ | |
খ) কাৰ্যকাৰণ বিধি প্ৰশ্ন উত্তৰ | ||
গ) আগমনৰ বস্তুগত ভিত্তি প্ৰশ্ন উত্তৰ | ||
Chapter 3 | প্ৰকল্প প্ৰশ্ন উত্তৰ | |
Chapter 4 | মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি প্ৰশ্ন উত্তৰ | |
Chapter 5 | বাস্তৱবাদঃ সৰল আৰু বৈজ্ঞানিক প্ৰশ্ন উত্তৰ | |
Chapter 6 | ভাৱবাদ প্ৰশ্ন উত্তৰ | |
Chapter 7 | নীতিবিদ্যা প্ৰশ্ন উত্তৰ | |
Chapter 8 | ধৰ্মঃ ইয়াৰ অৰ্থ আৰু প্ৰকৃতি, ধৰ্ম আৰু নৈতিকতা প্ৰশ্ন উত্তৰ |
শেষ বাক্য: আজি আমি ইয়াত আপোনালোকৰ সৈতে Class 12 Logic ৰ সৰ্বমুঠ ৮ টা অধ্যায়ৰ প্ৰশ্ন উত্তৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো। আপুনি যদি আন কিবা প্ৰশ্ন উত্তৰ বিচাৰি আছে তেন্তে Comment Section ত জনাব নেপাহৰিব।
ইয়াত ওপৰিও আপুনি বিচাৰিলে Assamese Medium Facebook Page ক Follow কৰি আমাৰ সৈতে পোনপতীয়াকৈ যোগাযোগ কৰিব পাৰে। আমি আপোনালোকৰ বাবে Video Class কিছু দিবলৈ প্ৰয়াস কৰিছো। আপুনি ‘Assamese Medium‘ YouTube Channel ত ভিদিওসমূহ চাব পাৰিব। যদি আমাৰ প্ৰচেষ্টাই আপোনাক কিঞ্চিৎ পৰিমাণে সহায় কৰিছে তেন্তে এই লিখনিসমূহ আনৰ সৈতে Share কৰিবলৈ নেপাহৰিব।