Class 12 Education Chapter 3 Question Answer in Assamese

আপুনি যদি Class 12 Education Chapter 3 Question Answer in Assamese বা শিক্ষাৰ চলিত ধাৰাসমূহ নামৰ তৃতীয় অধ্যায়ৰ প্ৰশ্ন উত্তৰ বিচাৰি ইয়ালৈ আহিছে তেন্তে নিশ্চয় আপুনি উপকৃত হব।

তলত উল্লেখ কৰা প্ৰতিটো প্ৰশ্ন উত্তৰ PDF Notes ৰ সুন্দৰকৈ লিখা হৈছে। একেবাৰে তলত উল্লেখ কৰা লিংকৰ জৰিয়তে আপুনি Class 12 Education Chapter 3 Question Answer in Assamese বা শিক্ষাৰ চলিত ধাৰাসমূহ নামৰ তৃতীয় অধ্যায়ৰ PDF Notes পাব পাৰিব।

Class 12 Education PDF NotesRs. 99/-Buy Now
Class 12 Education Chapter 3 Question Answer in Assamese

Class 12 Education Chapter 3 Question Answer in Assamese 2024

আজিৰ আলোচনাত আমি Assamese Medium ত আপোনালোকৰ বাবে Class 12 Education Chapter 3 Question Answer in Assamese বা শিক্ষাৰ চলিত ধাৰাসমূহ নামৰ তৃতীয় অধ্যায়ৰ পথ্যভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে আগন্তক পৰীক্ষাৰ বাবে অতিৰিক্ত চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, খালী ঠাই পূৰ কৰা, শুদ্ধ নে অশুদ্ধ, বহল প্ৰশ্ন উত্তৰ লগতে বিভিন্ন প্ৰকাৰৰ প্ৰশ্ন উত্তৰৰ সৈতে এক PDF Notes প্ৰস্তুত কৰা হৈছে।

খালী ঠাই পূৰ কৰা (১ নম্বৰৰ প্ৰশ্ন)

১. ধৰিত্ৰী শীর্ষ সন্মিলন ১৯৯২ অনুষ্ঠিত হৈছিল ………….. মহানগৰত ।
২. আন্তঃৰাষ্ট্ৰীয় পাৰিপাৰ্শ্বিকতা শিক্ষা সন্মিলন ………….চনত বেলগ্রেডত ( যুগােশ্লাভিয়া ) অনুষ্ঠিত হৈছিল ।
৩. মানৱীয় পাৰিপার্শ্বিকতা সম্পর্কীয় বাষ্ট্ৰসংঘৰ সন্মিলন ১৯৭২ চনত ……..ত অনুষ্ঠিত হৈছিল ।
৪. বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় ……..ত ।
৫. প্রতিবছৰে পাৰিপাৰ্শ্বিকতা দিৱস পালন কৰা হয় ………..ত ।
6. পাৰিপাৰ্শ্বিকতা শিক্ষা সন্দৰ্ভত পাৰিপাৰ্শ্বিকতা বিষয়ক প্রথমখন আন্তঃচৰকাৰী সন্মিলন অনুষ্ঠিত হৈছিল ………..ত ।
৭. আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালিত হয় ………ত ।
৮. ভাৰতবৰ্ষৰ বর্তমান সাক্ষৰতাৰ হাৰ ………।
৯. ভাৰতৰ বৰ্তমানৰ জনসংখ্যা …………।
১০. ………….. হ’ল বিশেষকৈ প্রশিক্ষণ হিচাপে বা স্বাস্থ্য অটুত ৰাখিবলৈ অথবা উন্নত কৰিবলৈ কৰা অনুশাসন ভংগী আৰু শৰীৰ চালনাৰ পদ্ধতিগত উপায় ।
১১. সংসদ আৰু ৰাজ্যিক বিধায়িনী নিকায় সমূহত মহিলাৰ বাবে …………..শতাংশ সংৰক্ষণ নিশ্চিত কৰে মহিলাৰ সংৰক্ষণ বিধেয়কে ।
১২. ‘পাৰিপাৰ্শ্বিকতা’ শব্দটোৰ অৰ্থ হ’ল ………।
১৩. Environment শব্দটো ফৰাছী শব্দৰ …………. পৰা আহিছে ।
১৪. ধৰিত্ৰী শীর্য সন্মিলন অনুষ্ঠিত হৈছিল ……….. ত ।
১৫. পাৰিপার্শ্বিকতা শিক্ষাৰ উদ্দেশ্য নির্ধাৰণ কৰা হৈছিল ……….. সন্মিলনত ।
১৬. পাৰিপার্শ্বিকতাক শাৰীৰিক , সামাজিক আৰু ……….. পাৰিপাৰ্শ্বিকতা হিচাপে ভাগ কৰা হয় ।
১৭. পাৰিপার্শ্বিক শিক্ষা সম্পর্কীয় বিলছি আন্তঃচৰকাৰী সন্মিলন অনুষ্ঠিত হৈছিল………..।
১৮. ভাৰতত পাৰিপাৰ্শ্বিকতা শিক্ষাৰ এটা কেন্দ্র স্থাপন কৰা হৈছিল …………..ত ।
১৯. সুস্থ মনৰ এটা প্রাকপ্রয়ােজনীয়তা হ’ল ………… ।
২০. মহিলা শিক্ষা সমিতি গঠিত হৈছিল ………… ।
২১. মহিলাৰ মর্যাদা সম্পর্কীয় আয়ােগ নিযুক্ত হৈছিল …………. ত ।
২২. মহিলাৰ সাহিত্যিক কথন ‘ সবল ’ কৰিবলৈ মাহিলাক দিব লাগিব …………. ।

B. শুদ্ধ নে অশুদ্ধ লিখা (১ নম্বৰৰ প্ৰশ্ন)

১.আন্তঃৰাষ্ট্ৰীয় পাৰিপাৰ্শ্বিকতা শিক্ষা সম্পর্কীয় কর্মশালা ১৯৭২ চনত বেলগ্রেডত অনুষ্ঠিত হৈছিল।
২. ১৯৯২ চনত অনুষ্ঠিত হৈছিল ৰিঅ ‘ – ডি – জেনেইৰ’ৰ ধৰিত্ৰী সন্মিলন ।
৩. পাৰিপাৰ্শ্বিকতা শিক্ষা হ’ল আন্তঃঅনুশাসনমূলক ।
৪. পাৰিপাৰ্শ্বিকতা শিক্ষা প্ৰমূল্যৰ সৈতে সম্পর্কিত নহয় ।
৫. যৌন শিক্ষা হল জনসংখ্যা শিক্ষাৰ এটা অংশ ।
৬. পৰিয়াল পৰিকল্পনাৰ অর্থে জনসংখ্যা শিক্ষা ।
৭. জনসংখ্যা শিক্ষা হল আদর্শনিষ্ঠ ।
৮. জনসংখ্যা শিক্ষাই ছাত্র – ছাত্রীৰ জনগাঁথনিমূলক ধাৰণাবােৰৰ সৈতে পৰিচিত কৰায়।
৯. শাৰীৰিক শিক্ষাই আত্মবিশ্বাস বঢ়ায় ।
১০. খেলা – ধূলা স্বাভাৱিকতেই প্রতিযােগিতামূলক ।
১১. প্ৰমূল্যবােৰ হ’ল বৈধানিক মান ।
১২. প্রমূল্যবােৰ শিকোৱা হয় , থপিয়াই লােৱা নহয় ।
১৩. মহিলাৰ সৰলীকৰণে মহিলাৰ সিদ্ধান্ত লােৱাৰ ক্ষমতাক মজবুত কৰে ।
১৪. মহিলাৰ সবলীকৰণে বাছনি কৰিবলৈ আৰু নিজাববীয়াকৈ সিদ্ধান্ত ল’বলৈ কর্তৃত্ব / স্বায়ত্ততা দিয়ে ।
১৫. কোন বছৰত ষ্টকহ’ম সন্মিলন অনুষ্ঠিত হৈছিল ?
১৬. কোন বছৰত ভাৰত চৰকাৰে ‘মহিলা সবলীকৰণৰ ৰাষ্ট্ৰীয় নীতি’ গ্ৰহণ কৰিছিল ?
১৭. কোনখন দেশ বিশ্বৰ ভিতৰতে আটাইতকৈ জনবহুল ?
১৮. সাংস্কৃতিক পৰিবেশ কি ?
১৯. কোন দিনা বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় ?
২০. কোন দিনা বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱস পালন কৰা হয় ?
২১. জনসংখ্যা শিক্ষাৰ ধাৰণাটো কোনে উলিয়াইছিল ?
২২. প্রমূল্য কি ?
২৩. মহিলাৰ সবলীকৰণ কি ?
২৪. কোন বছৰত ‘ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা বিধেয়ক’ গৃহীত হৈছিল ?

চমু উত্তৰ দিয়া (মূল্যাংক -২)

১.পৰিবেশ কি ?
২. সামাজিক পৰিবেশ কি ?
৩. প্রমূল্য শিক্ষা আহৰণৰ দুটা উপায় লিখা ।
৪. জনসংখ্যা বিস্ফোৰণ কি ?
৫. জনসংখ্যা শিক্ষা কি ?
৬. প্রমূল্য শিক্ষা কি ?
৭. পাৰিপাৰ্শ্বিকতা শিক্ষাৰ সংজ্ঞা দিয়া ।
৮. পৰিবেশৰ সংজ্ঞা দিয়া ।
৯. জনসংখ্যাৰ শিক্ষাৰ এটা সংজ্ঞা দিয়া । বা , জনসংখ্যাৰ শিক্ষা কাক বোলে ?
১০. শাৰীৰিক শিক্ষাৰ সংজ্ঞা দিয়া ।
১১. মহিলা সবলীকৰণৰ দুটা গুৰুত্বপূর্ণ বিষয় উল্লেখ কৰা ।
১২. “শাৰীৰিক শিক্ষাই এটা সুস্থ জীৱনৰ বাট দেখুৱায় । ” — দুটা যুক্তি দিয়া ।

চমুকৈ উত্তৰ দিয়া (মূল্যাংক -৩)

১. পাৰিপার্শ্বৰ উপাদানবােৰ কি কি ?
২. সামাজিক প্রমূল্যবােৰ কি কি ?
৩. প্রমূল্যবােৰ কি কি ? সংজ্ঞা দিয়া ।
৪. মহিলাৰ সবলীকৰণ কি ?
৫. পাৰিপাৰ্শ্বিকতা শিক্ষাৰ পৰিসৰে সামৰি লােৱা তিনিটা গুৰুত্বপূর্ণ ক্ষেত্র উল্লেখ কৰা।
৬. পাৰিপাৰ্শ্বিকতা সম্পর্কীয় সচেতনতাৰ অর্থ ব্যাখ্যা কৰা ।
৭. বিদ্যালয়ত জনসংখ্যা শিক্ষা প্রবর্তন কৰা উচিতনে ? কিয় ?
৮. শিক্ষা আৰু মহিলাৰ সবলীকৰণৰ মাজত সম্পর্ক ব্যাখ্যা কৰা ।

চমুকৈ উত্তৰ দিয়া (মূল্যাংক -৪)

১. এটা শৈক্ষিক প্রতিষ্ঠানত কিদৰে পাৰিপাৰ্শ্বিকতা শিক্ষা প্রবর্তন কৰিব পাৰি ?
২. পাৰিপাৰ্শ্বিকতাৰ বৈশিষ্ট্যসমূহ আঙুলিয়াই দিয়া ।
৩. জনসংখ্যা শিক্ষাৰ প্রয়ােজনীয়তা আছে কিয় ?
৪. পাৰিপাৰ্শ্বিকতা শিক্ষাৰ নীতিসমূহ কি কি ?
৫. পাৰিপাৰ্শ্বিকতা শিক্ষাৰ উদ্দেশ্যসমূহ কি কি ?
৬. মহিলা সবলীকৰণৰ উদ্দেশ্যবােৰ কি কি ?
৭. মহিলাৰ সবলীকৰণ কিয় আৱশ্যকীয় ? অথবা , নাৰী সবলীকৰণৰ গুৰুত্ব ব্যাখ্যা কৰা ।
৮. বিদ্যালয়ত শাৰীৰিক শিক্ষাৰ ব্যৱস্থা কৰাৰ বিভিন্ন ধৰণৰবোৰ আলােচনা কৰা ।

ৰচনাধর্মী প্ৰশ্ন (মূল্যাংক – ৫ /৬)

১. পাৰিপাৰ্শ্বিকতা শিক্ষাৰ উদ্দেশ্যসমূহৰ বিষয়ে আলােচনা কৰা ।
২. পাৰিপাৰ্শ্বিকতা শিক্ষাৰ গুৰুত্ব কি ?
৩. শাৰীৰিক শিক্ষা সম্পর্কীয় ৰাষ্ট্ৰীয় আয়ােগৰ ( ১৯৬৪-৬৬ ) দৃষ্টিভংগীবােৰ কি কি ?
৪. পাৰিপাৰ্শ্বিকতা শিক্ষা প্রবর্তনৰ বাবে এখন বিদ্যালয়তে ল’ব পৰা কেইটামান সাধাৰণ উপায় ব্যাখ্যা কৰা ।
৫. পাৰিপাৰ্শ্বিকতা শিক্ষাৰ পৰিসৰে কি কি ক্ষেত্ৰক সামৰি লয় ? বা,পৰিৱেশ শিক্ষাৰ পৰিসৰৰ অন্তর্ভুক্ত চাৰিটা ক্ষেত্ৰৰ বিষয়ে আলােচনা কৰা ।
৬. পাৰিপার্শ্বৰ বৈশিষ্ট্যবােৰ উল্লেখ কৰা।
৭. জনসংখ্যা শিক্ষা প্রবর্তনৰ বাবে এখন বিদ্যালয়ে গ্রহণ কৰিব পৰা কেইটামান সাধাৰণ উপায়ৰ লেখ দিয়া।
৮. পাৰিপাৰ্শ্বিকতা শিক্ষাৰ নির্দেশক নীতিৰ লেখ দিয়া ।
৯. জনসংখ্যা শিক্ষাৰ ধাৰণাটো ব্যাখ্যা কৰা।
১০. জনসংখ্যা শিক্ষাৰ প্রয়ােজনীয়তা আৰু গুৰুত্বৰ বিষয়ে আলােচনা কৰা।
১১. জনসংখ্যা শিক্ষাৰ বহল উদ্দেশ্যসমূহ উল্লেখ কৰা।
১২. বিদ্যালয়ত শাৰীৰিক শিক্ষা কিয় প্রয়ােজনীয় ?
১৩. শাৰীৰিক শিক্ষাৰ উদ্দেশ্যসমূহ কি কি ?
১৫. বর্তমান সমাজত প্ৰমূল্য শিক্ষাৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা।
১৬. বিদ্যালয়ত প্রমূল্য শিক্ষা প্রবর্তনৰ বাবে আমি কি কি উপায় ল’ব পাৰো ?
১৭. মহিলা সবলীকৰণৰ উদ্দেশ্যসমূহ উল্লেখ কৰা ।
১৮. মহিলা সবলীকৰণত বিদ্যালয় শিক্ষাৰ ভূমিকাৰ বিষয়ে আলােচনা কৰা।
১৯. ভাৰতীয় সমাজত মহিলাৰ মর্যাদা সম্পর্কে আলােচনা কৰা।
২০. মহিলাৰ সবলীকৰণৰ বাবে এখন বিদ্যালয়ে ল’ব পৰা কেইটামান সাধাৰণ উপায় ব্যাখ্যা কৰা ।
২১. জনসংখ্যা শিক্ষাৰ বৈশিষ্ট্যবােৰ কি কি ?
২২. এন চি ই আৰ টিৰ দ্বাৰা নির্দিষ্ট কৰা জনসংখ্যা শিক্ষাৰ ক্ষেত্রসমূহ আলােচনা কৰা।
২৩. মহিলা সৱলীকৰণ বুলিলে কি বুজা ? মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা আলােচনা কৰা।
২৪. পৰিৱেশ শিক্ষাৰ পৰিসৰ সম্পর্কে আলােচনা কৰা।

Download PDF Notes

Class 12 Education Chapter 3 Question Answer PDF Note

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment