Class 12 Education Chapter 2 Question Answer in Assamese

আপুনি যদি Class 12 Education Chapter 2 Question Answer in Assamese বা অনানুষ্ঠানিক শিক্ষা নামৰ দ্বিতীয় অধ্যায়ৰ প্ৰশ্ন উত্তৰ বিচাৰি ইয়ালৈ আহিছে তেন্তে নিশ্চয় আপুনি উপকৃত হব।

আজিৰ আলোচনাত আমি Assamese Medium ত আপোনালোকৰ বাবে Class 12 Education Chapter 2 Question Answer in Assamese বা অনানুষ্ঠানিক শিক্ষা নামৰ দ্বিতীয় অধ্যায়ৰ পথ্যভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে আগন্তক পৰীক্ষাৰ বাবে অতিৰিক্ত চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, খালী ঠাই পূৰ কৰা, শুদ্ধ নে অশুদ্ধ, বহল প্ৰশ্ন উত্তৰ লগতে বিভিন্ন প্ৰকাৰৰ প্ৰশ্ন উত্তৰৰ সৈতে এক PDF Notes প্ৰস্তুত কৰা হৈছে।

Class 12 Education PDF NotesRs. 99/-Buy Now

Class 12 Education Chapter 2 Question Answer in Assamese: PDF Download

তলত উল্লেখ কৰা প্ৰতিটো প্ৰশ্ন উত্তৰ PDF Notes ৰ সুন্দৰকৈ লিখা হৈছে। একেবাৰে তলত উল্লেখ কৰা লিংকৰ জৰিয়তে আপুনি Class 12 Education Chapter 2 Question Answer in Assamese বা অনানুষ্ঠানিক শিক্ষা নামৰ দ্বিতীয় অধ্যায়ৰ PDF Notes পাব পাৰিব।

A. খালী ঠাই পূৰ কৰা

১. কেন্দ্রীয় চৰকাৰে ভাৰতত স্থাপন কৰা প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় হ’ল …………।
২. ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম …………।
৩. অনানুষ্ঠানিক শিক্ষাৰ সময়সীমা ………… নহয় ।
৪. আনুষ্ঠানিক শিক্ষা : বিদ্যালয় , অনানুষ্ঠানিক শিক্ষা : ……………।
৫. ………..শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল শিক্ষক আৰু শিকাৰুৰ মাজৰ দূৰত্ব ।
৬. অনানুষ্ঠানিক শিক্ষাই গুৰুত্ব দিয়ে ………. বিষয় সমূহত ।
৭. অনানুষ্ঠানিক শিক্ষাক …………….শিক্ষাৰ ক্ষেত্ৰত সৌজন্যমূলক আৰু পৰিপূৰক হিচাপে গ্ৰহণ কৰা হৈছে ।
৮. অনানুষ্ঠানিক শিক্ষা হ’ল ……………আৰু স্বেচ্ছামূলক ।
৯. ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল ………….. ত ।
১০. নিজৰ ‘শ্বাৰ্ট হেণ্ড’ পাঠ্যক্ৰমত যােগাযােগ মূলক শিক্ষাৰ প্ৰথম আৰম্ভণি কৰিছিল …………।
১১. ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় ………. ত অৱস্থিত ।
১২. অসমৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপিত হয় ………….ত ।
১৩. ‘দূৰ শিক্ষা’ শব্দৰ ব্যৱহাৰ প্ৰথমে কৰিছিল …………এ ।
১৪. ছাৰ আইজাক পিটমেনে ………এ দূৰৱর্তী ছাত্ৰসকলৰ বাবে প্ৰথমতে শ্বাৰ্ট হেণ্ড পাঠ্যক্ৰমৰ আৰম্ভণি কৰিছিল ।
১৫. দিল্লী বিশ্ববিদ্যালয়ত প্রথম যােগাযােগমূলক পাঠ্যক্ৰম আৰম্ভ কৰিছিল ………..ত ।
১৬. ভাৰত চৰকাৰে ………..ৰ অধ্যক্ষতাত যােগাযােগমূলক শিক্ষা সম্পৰ্কত এখন সমিতিৰ নিযুক্তি দিছিল ।
১৭. যােগাযােগমূলক শিক্ষা হ’ল …….. যােগাযোগৰ ওপৰত ভিত্তি কৰা ।
১৮. কোনাে কোনাে ঠাইত ………শিক্ষাৰ স্বতন্ত্র শিক্ষা হিচাপে জনা যায় ।
১৯. ভাৰতত প্ৰথমখন মুক্ত বিদ্যালয় স্থাপন হয় ……….।
২০. মুক্ত বিশ্ববিদ্যালয়ৰ ধাৰণাটো প্ৰথমতে বিকশিত হয় …………ত ।
২১. ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় স্থাপন হয় ………..ত ।

B. শুদ্ধ নে অশুদ্ধ লিখা

1. অনানুষ্ঠানিক শিক্ষা হ’ল এক জীৱন জোৰা শিক্ষা ।
2. অনানুষ্ঠানিক শিক্ষাৰ কোনাে নির্দিষ্ট পাঠ্যক্রম নাই ।
3. দূর্বৱর্তী শিক্ষা হ’ল এক ব্যয়বহুল শিক্ষা পদ্ধতি ।
4. অনানুষ্ঠানিক শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল বিদ্যালয় বহির্ভূত শিশুৰ বাবে ।
5. অনানুষ্ঠানিক শিক্ষাই শিকাৰুৰ সার্বিক উন্নয়নত সহায় কৰিব নােৱাৰে ।
6. দূৰৱর্তী শিক্ষা শিকাৰু কেন্দ্রিক ।
7. অনানুষ্ঠানিক শিক্ষা সকলাে ধৰণৰ অনমনীয়তাৰ পৰা মুক্ত ।
8. অনানুষ্ঠানিক শিক্ষা প্রয়ােজন ভিত্তিক নহয় ।
9. দূৰৱর্তী শিক্ষা সদায় মুকলি ।
10. অনানুষ্ঠানিক শিক্ষা অত্যন্ত নমনীয় ।
11.অনানুষ্ঠানিক শিক্ষা স্বেচ্ছাপ্রণােদিত নহয় ।
12. অনানুষ্ঠানিক শিক্ষাৰ নমনীয়তাই ইয়াক আনুষ্ঠানিক শিক্ষাৰ পৰা পৃথক্‌ কৰে ।
13. অনানুষ্ঠানিক শিক্ষা পৰীক্ষামুখী ।
14. অনানুষ্ঠানিক শিক্ষা নব্য সাক্ষৰৰ প্ৰয়ােজনীয়তা পূৰােৱাৰ সহায়ক ।
15. অনানুষ্ঠানিক শিক্ষাই সকলাে প্ৰকাৰৰ শৈক্ষিক প্রয়ােজনীয়তা পূৰণ কৰিব পাৰে ।
16. দূৰৱর্তী শিক্ষা হ’ল এক আওপকীয়া শিক্ষা ।
17. দূৰৱর্তী শিক্ষা হ’ল অনানুষ্ঠানিক শিক্ষা ।
18. মুক্ত শিক্ষাৰ একক প্রৱেশ পথ থাকে ।
19. সকলাে দূৰৱর্তী শিক্ষা কার্যসূচীৰে মুক্ত শিক্ষাৰ বৈশিষ্ট্য থাকে ।
20. মুক্ত নােহােৱাকৈ দূৰৱর্তী শিক্ষা সম্ভৱ ।

C. চমু উত্তৰ দিয়া

1. IGNOU ৰ সম্পূর্ণ নাম কি ?
2. আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত থকা এটা পার্থক্য উল্লেখ কৰা ।
3. ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম লিখা ।
4. অসমৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম কি ?
5. অনানুষ্ঠানিক শিক্ষা আনুষ্ঠানিকৃত কৰা হৈছে নেকি ?
6. শিক্ষক আৰু শিকাৰুৰ মাজত সম্পর্ক স্থাপন কৰিবলৈ দূৰবর্তী শিক্ষাত ব্যৱহাৰ কৰা পদ্ধতিটোৰ নাম লিখা ।
7. বিশ্বৰ বৃহত্তম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম লিখা ।
8. বিশ্বৰ দ্বিতীয় বৃহত্তম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম লিখা ।
9. তুমি জনা এখন মুক্ত বিদ্যালয়ৰ নাম লিখা ।
10. কোন বছৰত দিল্লী বিশ্ববিদ্যালয়ে যােগাযােগমূলক পাঠ্যক্ৰম আৰম্ভ কৰিছিল ?
11. কোনখন দেশে প্রথমে দূৰৱর্তী শিক্ষাৰ ধাৰণাটো প্ৰৱৰ্তন কৰিছিল ?
12. SLM ৰ অর্থ কি ?
13. দূৰৱর্তী শিক্ষাক কোনে দূৰগ্ৰাহী শিক্ষা নাম দিয়ে ?
14. যােগাযােগমূলক শিক্ষাত যােগাযােগ মাধ্যম কি ?
15. ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয় ?
16. ভাৰতত যােগাযােগমূলক শিক্ষা কোনে আৰম্ভ কৰে ?

২ নম্বৰৰ চমু প্রশ্ন

১. অনানুষ্ঠানিক শিক্ষা মানে কি বুজা ?
২. অনানুষ্ঠানিক শিক্ষাত শিক্ষকৰ ভূমিকা কি ?
৩. মুক্ত শিক্ষাত ‘মুক্ত’ শব্দটোৱে কি বুজায় ?
৪. মুক্ত শিক্ষা কি ?
৫. দূৰৱৰ্তী শিক্ষা কি ?
৬. যােগাযােগমূলক শিক্ষাক কিয় ডাক – শিক্ষা হিচাপে জনা যায় ?
৭. যােগাযােগমূলক শিক্ষাৰ উৎপত্তি সম্পর্কে লিখা ।
৪. দূৰৱর্তী শিক্ষাৰ এটা সংজ্ঞা দিয়া ।
৯. শিক্ষাৰ সহায়কাৰী পদ্ধতি হিচাপে অনানুষ্ঠানিক শিক্ষাৰ বিষয়ে ব্যাখ্যা কৰা ।
১০. অনানুষ্ঠানিক শিক্ষাক কিয় শিক্ষাৰ নমনীয় পদ্ধতি হিচাপে বিবেচনা কৰা হয় ?
১১. সকলােবিলাক মুক্ত শিক্ষাই দূৰ শিক্ষা , কিন্তু সকলােবিলাক দূৰ শিক্ষাই মুক্ত নহয়’– দুটা যুক্তি দিয়া ।
১২. অগতানুগতিক শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ পৰিপূৰক বুলি কিয় কোৱা হয় ? দুটা কাৰণ লিখা।

৩ নম্বৰৰ প্রশ্ন

১. “বর্তমান বিশ্বই তিনি প্রকাৰৰ বিস্ফোৰণৰ সন্মুখীন হৈ আছে ” —এই বিস্ফোৰণবােৰ কি কি ?
২. এই বিস্ফোৰণসমূহৰ বাবে হােৱা শৈক্ষিক সমস্যাসমূহৰ মুখামুখি হ’বলৈ দূৰৱর্তী শিক্ষাই কিদৰে আমাক সহায় কৰে ব্যাখ্যা কৰা ।
৩. দূৰৱর্তী শিক্ষাত সাধাৰণতে হােৱা আধুনিক কাৰিকৰী সাহায্য তিনিটাৰ উল্লেখ কৰা।
৪. মুক্ত শিক্ষাৰ তিনিটা গুণ উল্লেখ কৰা ।
৫. মুক্ত বিদ্যালয়ৰ শিকাৰু কোন হ’ব পাৰে ? অথবা , অগতানুগতিক শিক্ষাৰ দ্বাৰা উপকৃত হােৱা দুই শ্ৰেণীৰ ব্যক্তিৰ বিষয়ে উল্লেখ কৰা ।
৬. মুক্ত বিদ্যালয়ৰ উদ্দেশ্যসমূহ কি কি ?
৭. মুক্ত শিক্ষাৰ তিনিটা গুণ লিখা ।
৮. অনানুষ্ঠানিক শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ পৰা পৃথক কৰা বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।
৯. যােগাযােগমূলক শিক্ষাৰ তিনিটা উদ্দেশ্য উল্লেখ কৰা ।
১০. IGNOU ৰ বিষয়ে কি জানা ?

৪ নম্বৰৰ প্রশ্ন

১.দূৰৱর্তী শিক্ষা কি ? বিভিন্ন প্রকাৰৰ দূৰৱর্তী শিক্ষা পদ্ধতিৰ বিষয়ে উল্লেখ কৰা । অথবা , দূৰশিক্ষা কি ? দুৰশিক্ষাৰ প্রকৃতি সম্পর্কে তােমাৰ পৰিচিতি দেখুওৱা ।
২. মুক্ত বিদ্যালয় কি ? মুক্ত বিদ্যালয়ৰ প্ৰয়ােজনীয়তাৰ বিষয়ে চমুকৈ লিখা ।
৩. মুক্ত বিশ্ববিদ্যালয়ৰ চাৰিটা উদ্দেশ্য লিখা ।
৪. যােগাযােগমূলক শিক্ষা সন্দৰ্ভত কোঠাৰী আয়ােগে আগবঢ়োৱা পৰামর্শৱলী কি কি?
৫. অনানুষ্ঠানিক শিক্ষাই জীৱন জোৰা শিক্ষাৰ ব্যৱস্থা কৰে’— এই উক্তিৰ সমর্থনত নিজৰ মতামত আগবঢ়োৱা ।
৬. ‘অনানুষ্ঠানিক শিক্ষা হ’ল গণতান্ত্রিক নীতি ভিত্তিক’– চমুকৈ ব্যাখ্যা কৰা ।
৭. আজিৰ সমাজত মুক্ত শিক্ষাৰ প্রয়ােজন কিয় ? ব্যাখ্যা কৰা ।
৮. অনানুষ্ঠানিক শিক্ষাৰ সীমাবদ্ধতাবােৰ উল্লেখ কৰা ।

৫/৬ নম্বৰৰ প্রশ্ন

১.অনানুষ্ঠানিক শিক্ষা কি ? ইয়াৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা ।
২. অনানুষ্ঠানিক শিক্ষাৰ উদ্দেশ্যসমূহ ব্যাখ্যা কৰা ।
৩. অনানুষ্ঠানিক শিক্ষাৰ গুৰুত্ববােৰ কি কি ?
৪. অনানুষ্ঠানিক শিক্ষাৰ সীমাবদ্ধতাবােৰ উল্লেখ কৰা ।
৫. দূৰৱর্তী শিক্ষাৰ উদ্দেশ্যবােৰ ব্যাখ্যা কৰা ।
৬. দূৰৱর্তী শিক্ষাৰ বৈশিষ্ট্যবােৰ লিখা ।
৭.আমাৰ দেশত দূৰৱর্তী শিক্ষাৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা ৷
৮. মুক্ত শিক্ষাৰ ধাৰণাটো ব্যাখ্যা কৰা ।
৯. যােগাযােগমূলক শিক্ষাৰ বৈশিষ্ট্যবােৰ কি কি ?
১০. যােগাযােগমূলক শিক্ষাৰ গুৰুত্ব সম্পর্কে ব্যাখ্যা কৰা ।
১১. মুক্ত শিক্ষাৰ বৈশিষ্ট্যবােৰ লিখা ।
১২. মুক্ত শিক্ষাৰ সুবিধাবােৰ কি কি ?
১৩. মুক্ত শিক্ষাৰ অসুবিধাবােৰ কি কি ?
১৩. ভাৰতৰ মুক্ত শিক্ষা পদ্ধতি সম্পর্কে আলােচনা কৰা ৷
১৪. মুক্ত বিশ্ববিদ্যালয়ৰ উদ্দেশ্যসমূহ আলােচনা কৰা ৷
১৫. মুক্ত বিশ্ববিদ্যালয়ৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা ৷
১৬. মুক্ত বিশ্ববিদ্যালয় উন্নয়নমূলক ধাৰাটো আলােচনা কৰা ।
১৭. অনানুষ্ঠানিক শিক্ষাৰ যিকোনাে এটা অভিকৰণৰ বিষয়ে আলােচনা কৰা ।
১৮. অনানুষ্ঠানিক শিক্ষা হ’ল পলমকৈ বিকশিত , স্কুল এৰা আৰু বঞ্চিতসকলৰ বাবে এক উপহাৰ’— উক্তিটো ব্যাখ্যা কৰা ।
১৯. আজিৰ পৰিস্থিতিত অনানুষ্ঠানিক শিক্ষাৰ প্রয়ােজনীয়তা আৰু গুৰুত্ব কি ?

Download PDF Notes

Class 12 Education Chapter 2 Question Answer PDF

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment