Class 12 Education Chapter 1 Question Answer in Assamese

আপুনি যদি Class 12 Education Chapter 1 Question Answer বা অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা নামৰ প্ৰথম অধ্যায়ৰ প্ৰশ্ন উত্তৰ বিচাৰি ইয়ালৈ আহিছে তেন্তে নিশ্চয় আপুনি উপকৃত হব।

Class 12 Education Chapter 1 Question Answer in Assamese 2024

আজিৰ আলোচনাত আমি Assamese Medium ত আপোনালোকৰ বাবে Class 12 Education Chapter 1 Question Answer বা অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা নামৰ প্ৰথম অধ্যায়ৰ পথ্যভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে আগন্তক পৰীক্ষাৰ বাবে অতিৰিক্ত চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, খালী ঠাই পূৰ কৰা, শুদ্ধ নে অশুদ্ধ, বহল প্ৰশ্ন উত্তৰ লগতে বিভিন্ন প্ৰকাৰৰ প্ৰশ্ন উত্তৰৰ সৈতে এক PDF Notes প্ৰস্তুত কৰা হৈছে।

Class 12 Education PDF NotesRs. 99/-Buy Now
Class 12 Education Chapter 1 Question Answer in Assamese

তলত উল্লেখ কৰা প্ৰতিটো প্ৰশ্ন উত্তৰ PDF Notes ৰ সুন্দৰকৈ লিখা হৈছে। একেবাৰে তলত উল্লেখ কৰা লিংকৰ জৰিয়তে আপুনি Class 12 Education Chapter 1 Question Answer বা অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা নামৰ প্ৰথম অধ্যায়ৰ PDF Notes পাব পাৰিব।

A. শুদ্ধ নে অশুদ্ধ লিখা ?

১. ১৯৬৪-৬৬ ৰ শিক্ষা আয়ােগখনেই স্বাধীন ভাৰতৰ প্ৰথমখন আয়ােগ আছিল।
২. শিক্ষা সম্পর্কীয় ৰাষ্ট্ৰীয় নীতি পূনৰীক্ষণ কৰা হৈছিল ১৯৯২ চনত।
৩. মুদালিয়াৰ আয়ােগখন নিযুক্ত কৰা হৈছিল ড° লক্ষ্মণ মুদালিয়াৰৰ অধ্যক্ষতাত ।
৪. কোঠাৰী আয়ােগ নিযুক্ত হৈছিল ১৯৬৪ চনৰ ১ জানুৱাৰীত।
৫. ভাৰতীয় শিক্ষা আয়ােগে গুৰুত্ব দিছিল উৎপাদনশীলতাৰ ওপৰত ।
৬. নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে জোৰ দিছিল বৃত্তিমুখীকৰণৰ প্ৰয়ােজনীয়তাৰ ওপৰত।
৭. ‘শিক্ষাৰ প্ৰত্যাহ্বান এক নীতিগত’ শীর্ষক নথিখন ৰাষ্ট্ৰীয় নীতি, ১৯৬৮ ৰ সৈতে সম্পর্কিত।
৮. শিক্ষা আয়ােগে স্কুলীয়া শিক্ষাৰ গাঁথনিক তিনিটা স্তৰত ভগাইছিল।
৯. মুদালিয়াৰ আয়ােগৰ প্রতিবেদন প্রথম অধ্যায়ত আছিল মাধ্যমিক শিক্ষাৰ উদ্দেশ্য সম্পর্কীয় পৰামৰ্শাৱলী।
১০. মাধ্যমিক শিক্ষা আইন, অসম গৃহীত হৈছিল ১৯৬২ চনত।
১১. মুদালিয়াৰ আয়ােগে ইয়াৰ প্রতিবেদন দাখিল কৰিছিল ১৯৫২ চনত।
১২. মুদালিয়াৰ আয়ােগ প্রতিবেদনৰ প্ৰথমটো অধ্যায়ত ভাৰতৰ মাধ্যমিক ত্রুটীসমূহৰ বিষয়ে আলােচনা কৰিছিল ।
১৩. বৃক্তিগত দক্ষতাৰ বিকাশ আছিল মুদালিয়াৰ আয়ােগে আঙুলিয়াই দিয়া শিক্ষাৰ লক্ষ্য ।
১৪. কোঠাৰী আয়ােগৰ প্রতিবেদনৰ শীৰ্ষক আছিল ‘শিক্ষা সম্পৰ্কত চৰকাৰ সমূহৰ নীতি’।
১৫. কোঠাৰী আয়ােগৰ মতে মাধ্যমিক শিক্ষাৰ অৱধি ৩ ৰ পৰা ৪ বছৰ হােৱা উচিত ।
১৬. কোঠাৰী আয়ােগে সাধাৰণ আৰু বৃত্তিমুখী শিক্ষাৰ সম্পূৰ্ণৰূপে পৃথক কৰাৰ পোষকতা কৰিছিল ।
১৭. নতুন শিক্ষা নীতিয়ে শিক্ষাৰ গাঁথনি ১০ + ২ + ৩ কৰাৰ পৰামর্শ দিছিল ।

B. খালী ঠাই পূৰ কৰা

১. ডি এছ কোঠাৰীৰ অধ্যক্ষতাত শিক্ষা আয়ােগ নিযুক্ত হৈছিল ………….ত ।
২. প্রাক প্রাথমিক শিক্ষা হল ……….. পূৰ্বৰ স্তৰ ।
৩. প্রাথমিক শিক্ষাৰ বিকাশৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ত পৰামর্শ দিয়া কাৰ্যসূচীটোক ……… হিচাপে জনা যায় ।
৪. ১৯৬৪ চনত ভাৰত চৰকাৰে নিযুক্তি দিয়া আয়ােগখনৰ অধ্যক্ষ গৰাকী আছিল……… ।
৫. মাধ্যমিক শিক্ষা আয়ােগৰ অধ্যক্ষ আছিল …….. ।
৬. মুদালিয়াৰ আয়ােগ নিযুক্ত হৈছিল ………. চনত ।
৭. মুদালিয়াৰ আয়ােগ ………… হিচাপে জনাজাত ।
৮. ‘ভাৰতৰ ভাগ্যক ইয়াৰ শ্ৰেণীকোঠা সমূহত সম্প্রতি গঢ় দি থকা হৈছে’ – এই মন্তব্য কৰিছিল …… এ ।
৯. ‘শিক্ষাৰ প্ৰত্যাহ্বানঃ এক নীতিগত দিশ’ শীর্ষক নথিখন ………. ৰে সম্পর্কিত ।
১০. অসমত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ……… চনত স্থাপিত হৈছিল ।
১১. কোঠাৰী আয়ােগৰ প্রতিবেদন দাখিল কৰা হৈছিল ……….. চনত ।
১২. চাকৰিৰ পৰা ডিগ্রীক যােগসূত্রহীন কৰাই –এই ধাৰণাক তুলি ধৰিছিল …………এ ।
১৩. ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ ৰ চূড়ান্ত খচৰাখন উত্থাপন কৰা হৈছিল ………. চনত ।
১৪.অসম মাধ্যমিক শিক্ষা আইনখন গৃহীত হৈছিল ………….চনত ।
১৫. অসম মাধ্যমিক শিক্ষা আইনে ……….ক ‘মাধ্যমিক শিক্ষা পৰিষদ’ৰ অধ্যক্ষ হিচাপে স্বীকৃতি দিছে ।
১৬. ‘মাধ্যমিক শিক্ষা পৰিষদ অসম’ৰ কার্যালয় ……….ত আছে ।
১৭. ১৯৬৯-৭০ চনত অসমত বহুমুখী বিদ্যালয়ৰ সংখ্যা আছিল ………।
১৮. মুদালিয়াৰ আয়ােগৰ প্রতিবেদনত ……..টা অধ্যায় আছিল ।
১৯. মুদালিয়াৰ আয়ােগৰ প্রতিবেদনৰ তৃতীয় অধ্যায় দ্বিতীয় খণ্ডত আগবঢ়োৱা হৈছিল মাধ্যমিক শিক্ষাৰ ……… ।
২০. কোঠাৰী আয়ােগৰ মতে প্রথম বাজহুৱা পৰীক্ষা হোৱা উচিত স্কুললৈ যােৱাৰ প্রথম ………. বছৰৰ শেষত ।
২১. নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি পুনৰীক্ষণ কৰা হৈছিল ১৯৯২ চনত …………..কমিটিৰ দ্বাৰা ।
২২. বর্তমান কটন কলেজিয়েট স্কুলখনৰ নাম আছিল ……… ।
২৩. অসমত প্ৰথমখন মাধ্যমিক বিদ্যালয় স্থাপিত হৈছিল ………… ত ।
২৪. অসমৰ মাধ্যমিক শিক্ষাৰ নিয়ন্ত্ৰণৰ দক্ষতা কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ স্থানান্তৰিত কৰা হৈছিল ……….. চনত ।
২৫. অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ স্থাপিত হৈছিল ………. আয়ােগৰ পৰামৰ্শৰ ভিক্তিত।
২৬. প্ৰাক বিশ্ববিদ্যালয় পাঠ্যক্রমটোক বিশ্ববিদ্যালয়ৰ পৰা মাধ্যমিক বিদ্যালয়লৈ নিয়াৰ পৰামর্শ দিছিল ………….আয়ােগে ।

C. চমু উত্তৰ দিয়া (এটা বাক্যত)

১. শিক্ষা আয়ােগ ১৯৬৪-৬৬ ৰ অধ্যক্ষ কোন আছিল ?
২. প্রাথমিক শিক্ষাৰ বিকাশৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে পৰামৰ্শ দিয়া কাৰ্যসূচীটোৰ নাম কি ?
৩. শিক্ষাৰ গাঁথনি ১০ + ২ + ৩ হ’ব লাগে বুলি কোনখন আয়ােগে পৰামর্শ দিছিল ?
৪. শিক্ষা আয়ােগে ১৯৬৪-৬৬ ৰ আন নামটো কি ?
৫. অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম কি ?
৬. মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত নিযুক্ত প্ৰথমখন আয়ােগৰ নাম লিখা ।
. মুদালিয়াৰ আয়ােগ নিযুক্তিৰ উদ্দেশ্য কি আছিল ?
৭. মুদালিয়াৰ আয়ােগৰ প্রতিবেদন কেতিয়া দাখিল কৰা হৈছিল ?
৮. শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ লক্ষ্য হিচাপে আধুনিকীকৰণ প্রক্রিয়াক ত্বৰান্বিত কৰাৰ পৰামর্শ কোনে আগবঢ়াইছিল ।
৯. মাধ্যমিক শিক্ষা পৰিষদ গঠনৰ উদ্দেশ্য কি আছিল ?
১০. মুদালিয়াৰ আয়ােগৰ পৰামর্শক্রমে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ সলনি কৰা মাধ্যমিক বিদ্যালয়ৰ সংখ্যা উল্লেখ কৰা ।
১১. কোন বৰ্ষত অসম মাধ্যমিক শিক্ষা আইন বলবৎ কৰা হৈছিল ?
১২. অসম মাধ্যমিক শিক্ষা পৰিষদ স্থাপিত হৈছিল ……… চনত ।
১৩. মাধ্যমিক শিক্ষা বৃত্তিমুখী কৰাৰ ক্ষেত্ৰত শিক্ষা আয়ােগ ১৯৬৪-৬৬ৰ নিৰ্ধাৰিত লক্ষ্য কি আছিল ?
১৪. কোন বছৰত ভাৰতত প্ৰথম ৰাষ্ট্ৰীয় শিক্ষা নীতি যুগুত কৰা হৈছিল ?
১৫. নবােদয় বিদ্যালয়ৰ গুৰুত্বপূর্ণ উদ্দেশ্য এটা উল্লেখ কৰা ।
১৬. অসমত বহুমুখী মাধ্যমিক বিদ্যালয় আৰু …………. আয়ােগৰ পৰামৰ্শৰ ভিত্তিত প্রতিষ্ঠা কৰা হৈছিল ?
১৭ জুন. আগতীয়া বাল্যকালৰ যত্ন আৰু শিক্ষাৰ উদ্দেশ্য কি ?

উত্তৰ দিয়া (২ নম্বৰৰ প্ৰশ্ন)

১. মুদালিয়াৰ আয়ােগে আঙুলিয়াই দিয়া শিক্ষাৰ দুটা ত্রুটী লিখা ।
২. নবােদয় বিদ্যালয় কি ? ।
৩. অপাৰেশ্যন ব্লেক ব’র্ড কি ?
৪. ই চি চি ই কি ?
৫. নবােদয় বিদ্যালয়ৰ উদ্দেশ্যসমূহ কি কি ?
৬. পৰীক্ষাৰ সংস্কাৰ সম্পর্কিত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ ৰ দ্বাৰা আগবঢ়োৱা দুটা পৰামর্শ উল্লেখ কৰা ।
৭. শিক্ষা আয়ােগে ১৯৬৪ ৰ পৰামর্শ অনুসৰি শিক্ষাৰ গাঁথনিটো লিখা ।
৮. ডিগ্ৰীৰ পৰা চাকৰিক যােগসূত্রহীন কৰা মানে কি বুজায় ?
৯. ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতি মানে কি বুজায় ?
১০. শিক্ষা আয়ােগ ১৯৬৪ ৰ পৰামর্শ অনুসৰি প্রাথমিক শিক্ষাৰ গাঁথনিটো লিখা ।
১১. শিক্ষা আয়ােগ ১৯৬৪ ৰ পৰামর্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাঁথনিটো লিখা ।
১২. শিক্ষা বৃত্তিমুখীকৰণে কি বুজায় ?
১৩. শিক্ষকৰ মর্যাদা আৰু দায়িত্ব সম্পৰ্কত ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ পৰামর্শ কি কি ?
১৪. কর্ম অভিজ্ঞতা কি ?
১৫. এনপিচিক চূড়ান্তৰূপ দিয়াৰ আঁৰৰ লক্ষ্য কি ?
১৬. মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণৰ দুটা প্রয়ােজনীয়তা উল্লেখ কৰা ।

উত্তৰ দিয়া (৩ নম্বৰৰ প্ৰশ্ন)

১. মাধ্যমিক শিক্ষা আয়ােগৰ পৰামর্শ অনুসৰি মাধ্যমিক শিক্ষাৰ এটা লক্ষ্য হিচাপে নাগৰিকত্বৰ বিকাশ সম্পর্কে ব্যাখ্যা কৰা ।
২. মুদালিয়াৰ আয়ােগে আঙুলিয়াই দিয়া মতে এখন গণতান্ত্রিক দেশত ‘নেতৃত্বৰ শিক্ষা’ৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা ।
৩. মাধ্যমিক শিক্ষাৰ এটা উদ্দেশ্য হিচাপে সামাজিক আৰু ৰাষ্ট্ৰীয় সংহতিৰ বিষয়ে আলােচনা কৰা।
৪. শিক্ষা আয়ােগ ১৯৬৪ ৰপৰামর্শ মতে প্রাথমিক স্তৰৰ গাঁথনি সম্পর্কে আলােচনা কৰা ।
৫. মাধ্যমিক শিক্ষা আয়ােগ নিযুক্তিৰ চৰ্তসমূহ কি কি ?
৬. অসম মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ প্ৰভাৱ কেনেকুৱা ?
৭. নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ পৰামর্শ মতে শিক্ষাৰ লক্ষ্যসমূহ উল্লেখ কৰা ।
৮. নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ত প্রস্তাৱিত গাঁথনিত পৰিৱর্তনসমূহ ব্যাখ্যা কৰা ।
৯. চমুটোকা লিখা।
ক) কোঠাৰী আয়ােগৰ পৰামর্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাঁথনি ।
খ) সংহত শিশু বিকাশ কার্যসূচী ।
গ) অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ।
১০. কি পৰিস্থিতিত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ যুগুত কৰা হৈছিল ব্যাখ্যা কৰা ।
১১. শিক্ষাৰ মান সম্পর্কত এনটিপিয়ে আগবঢ়োৱা পৰামর্শসমূহ উল্লেখ কৰা ।
১২. আধুনিকীকৰণৰ প্রক্রিয়া ত্বৰান্বিত কৰিবলৈ কোঠাৰী আয়ােগে আগবঢ়োৱা পৰামর্শসমূহ কি কি ?

উত্তৰ দিয়া (৪ নম্বৰৰ)

১. এখন গণতান্ত্রিক দেশত মাধ্যমিক শিক্ষাৰ এটা উদ্দেশ্য হিচাপে ‘ বৃত্তিগত দক্ষতা’ৰ গুৰুত্ব কি ?
২. উৎপাদনশীলতা আৰু শিক্ষাৰ মাজত সম্পর্ক স্থাপন কৰিবলৈ কোঠাৰী আয়ােগে আগবঢ়োৱা পৰামর্শসমূহ কি কি ?
৩. অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থাত মাধ্যমিক শিক্ষা আয়ােগৰ প্ৰভাৱ কেনেকুৱা?
৪. অসমৰ মাধ্যমিক শিক্ষা আইন ১৯৬১ ৰ চাৰিটা বিধান লিখা ।
৫. অসমৰ মাধ্যমিক শিক্ষাৰ প্রশাসনিক সমস্যাসমূহৰ বিষয়ে আলােচনা কৰা ।
৬. চমুটোকা লিখা ( পৰাপক্ষত প্ৰতিটোৰ বাবে আঠটাকৈ বাক্য )
ক) উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ।
খ) ১০ + ২ + ৩ পদ্ধতি ।
গ) মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণ ।
ঘ) কোঠাৰী আয়ােগ আৰু অসমৰ মাধ্যমিক শিক্ষা ।
৭. অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ অতিক্রম কৰাৰ বাবে চাৰিটা উপায় পৰামর্শ দিয়া ।
৮. কোঠাৰী আয়ােগৰ নিযুক্তি সম্পৰ্কত আলােচনা কৰা ।
৯. মুদালিয়াৰ আয়ােগ নিযুক্তিৰ প্ৰয়ােজনীয়তা সৃষ্টিকাৰী পৰিস্থিতি ব্যাখ্যা কৰা ।
১০. মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ সন্দৰ্ভত ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ প্ৰস্তাৱসমূহ আলােচনা কৰা ।

উত্তৰ দিয়া (৫/৬ নম্বৰৰ প্রশ্ন)

১. মুদালিয়াৰ আয়ােগে আঙুলিয়াই দিয়া মাধ্যমিক শিক্ষাৰ ত্রুটীসমূহ আলােচনা কৰা ।
২. মাধ্যমিক শিক্ষা আয়ােগৰ পৰামর্শ অনুসৰি শিক্ষাৰ লক্ষ্যসমূহ ব্যাখ্যা কৰা ৷
৩. কোঠাৰী আয়ােগে উল্লেখ কৰা শিক্ষাৰ লক্ষ্যসমূহ ব্যাখ্যা কৰা । নাইবা , মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পর্কে কোঠাৰী আয়ােগৰ পৰামর্শসমূহ আলােচনা কৰা ।
৪. শিক্ষা আয়ােগ ১৯৬৪ ৰ দ্বাৰা অনুমােদিত শিক্ষাৰ গাঁথনিৰ বিষয়ে চমুকৈ লিখা ।
৫. মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ সম্পৰ্কত শিক্ষা আয়ােগ ১৯৬৪ এ দিয়া পৰামর্শসমূহৰ বিষয়ে লিখা ।
৬. ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ পাঁচটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্যৰ বিষয়ে লিখা।
৭. অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশৰ ধাৰা সম্পর্কে চমুকৈ আলােচনা কৰা ।
৮.অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহৰ বিষয়ে উল্লেখ কৰা ।
৯. মাধ্যমিক শিক্ষা পৰিষদ , অসমৰ কার্যাৱলীৰ বিষয়ে আলােচনা কৰা ।
১০. শিক্ষাৰ সমতা স্থাপনৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ত উল্লেখ কৰা ব্যৱস্থাসমূহ কি কি ?
১১. মাধ্যমিক শিক্ষা পৰিষদ , অসমৰ ক্ষমতা আৰু কাৰ্যৰ বিষয়ে আলােচনা কৰা।
১২. সামাজিক আৰু ৰাষ্ট্ৰীয় সংহতি শক্তিশালী কৰাৰ বাবে কোঠাৰী আয়ােগে আগবঢ়োৱা পৰামৰ্শবলী কি কি ?
১৩. শিক্ষাৰ প্ৰমূল্যসমূহ কৰ্ষিত কৰিবলৈ কোঠাৰী আয়ােগৰ পৰামৰ্শৱলী উল্লেখ কৰা ।
১৪. মাধ্যমিক শিক্ষা সন্দৰ্ভত এনপিচিৰ দ্বাৰা আগবঢ়োৱা পৰামর্শৱলী উল্লেখ কৰা।
১৫. প্রাথমিক শিক্ষা সন্দৰ্ভত এনপিচিয়ে আগবঢ়োৱা পৰামর্শৱলী আলােচনা কৰা।

Download PDF Note

Chapter 1 Question Answer PDF Notes

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment