ADVERTISEMENT

Class 12 Chemistry MCQ for Final Exam Assam 2025

আমি জানো এতিয়ালৈকে HSLC Final Exam ৰ বাবেহে MCQ প্ৰয়োজন আছিলে কিন্তু ইতিমধ্যে Assam Higher Secondary Education Council চমুকৈ AHSEC য়ে আগন্তুক HS Final Exam ৰ বাবে অতি কমেও ৫০ শতাংশ MCQ বাধ্যতামূলক কৰিছে। সেই বাবে আপোনালোকৰ সুবিধাৰ কাৰণে আমি আপোনালোকৰ বাবে Class 12 Chemistry MCQ for Final Exam Assam লৈ আহিছোঁ। আপুনি আপোনাৰ ইচ্ছা মতে তলত দিয়া লিংকত ক্লিক কৰি Class 12 Chemistry MCQ পঢ়িব পাৰে।

Class 12 Chemistry MCQ for Final Exam Assam 2025
ADVERTISEMENT

Class 12 Chemistry MCQ for Final Exam Assam

Chapter 1: কঠিন অৱস্থা MCQ
Chapter 2: দ্ৰৱ MCQ
Chapter 3: বিদ্যুৎ ৰসায়ন MCQ
Chapter 4: ৰাসায়নিক গতিবিজ্ঞান MCQ
Chapter 5: পৃষ্ঠ ৰসায়ন MCQ
Chapter 6: ধাতু আৰু ধাতু নিষ্কাশন MCQ
Chapter 7: P- গােষ্ঠীৰ মৌলসমূহ MCQ
Chapter 8: d আৰু f- গােষ্ঠীৰ মৌল MCQ
Chapter 9: সমম্বয়ী যৌগ MCQ
Chapter 10: হেল’এলকেন আৰু হেল’এৰিণ MCQ
Chapter 11: এলকহল ফিনল আৰু ইথাৰ MCQ
Chapter 12: এলডিহাইড, কিট’ন আৰু কার্বক্সিলিক এছিড MCQ
Chapter 13: এমাইন MCQ
Chapter 14: জীৱ অণু MCQ
Chapter 15: বহুযােগী MCQ
Chapter 16: দৈনন্দিন জীৱনত ৰসায়ন MCQ

ADVERTISEMENT

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

ADVERTISEMENT