অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ | Translation 2022 SEBA Exam

অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ কৰা, ই HSLC 2022 পৰীক্ষাৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন I হাইস্কুল শিক্ষান্ত পৰীক্ষাত বাধ্যবাতামূলক প্ৰশ্নৰ ভিতৰত অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ কৰা এটা প্ৰশ্ন থাকেই I সেই বাবে আজি আমি Assamese Medium ত আকৌ এবাৰ স্বাগতম জনাইছো কিছু অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদৰ বিষয়ে আলোচনা কৰিবলৈ I আশা কৰো আপুনি যদি Assamese Medium ৰ এজন ছাত্ৰ তেন্তে ই আপোনাক সহায় কৰিব I

ইয়াৰ আগতে আমি এই শিক্ষামূলক ৱেবচাইট Assamese MediumTranslate Into English ৰ কিছু উদাহৰণ আমি আলোচনা কৰিছো I যদি আপুনি অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ কৰাৰ বাবে ইয়াত পঢ়িব আহিছে তেন্তে Translate Into English এই উদাহৰণ খিনিও পঢ়িব পাৰে I আমি ইয়াত বিগত বছৰবোৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে অহা Translate Into English ৰ গোটেই খিনি যোগান ধৰিছো I


অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ

বিলাহীৰ দাম কিমান?
How do tomatoes sell?

নগদ বিক্ৰী।
Terms cash.

এইচো অচল পইচা ।
This is a base coin.

কোটটো খুলি থোৱা ।
Take off your coat.

তেঁও তেওঁৰ বাৱসায়ৰ আটাইবোৰ কায়দা জানে ।
He knows the ins and outs of his business.

ঘনশ্যামে তলমূৰকৈ পৰিলে ।
Ghanashyam fell headlong.

মোৰ বন্ধু এজন উকীল ।
My friend is a lawyer.

ইমান বেছি ৰ’দহ্ল
What a scorching sun!

এই কাপোৰখন সংকুচিত নহয় ।
This cloth will not shink.

গাড়ীখনে গছত খুন্দা মাৰিলে ।
The truck ran into the tree.

আমি বহুত খালোঁ ।
We ate our fill.

এতিয়া মিলা-প্ৰীতিলৈ আহোঁ ।
Let us now come to good terms.

ছুইচটো নুমুৱাই দিয়া ।
Switch off the light.

বহুতো নদীতেই বাৰিষাৰ ধল আহিছে ।
Many a river is a spate.

টুপী পিন্ধি লোৱা ।
Put on your cap.

এই কাপোৰে বহুত দিন চলিব ।
These cloth will wear long.

7 thoughts on “অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ | Translation 2022 SEBA Exam”

  1. Pingback: Translate into English for 2022। ইংৰাজী লৈ অনুবাদ কৰা

  2. Pingback: Articles (A, An, The) ৰ ব্যৱহাৰ | Important Articles for HSLC 2022 » Assamese Medium

  3. Pingback: Assamese Translation For HSLC Final 2022 » Assamese Medium

Leave a Comment

Your email address will not be published.