New Education Policy 2020 ৰ অধীনত বৰ্তমান অসমত ষষ্ট শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে ইংৰাজী মাধ্যমৰ গণিত (Class 6 New Maths Book in English) দিয়া হৈছে আৰু আপুনি যদি Class 6 New Maths Book in English PDF Download কৰিবলৈ ইয়ালৈ আহিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই। কেৱল লিংকত ক্লিক কৰি Class 6 New Maths Text Book in English ডাউনলোড কৰি লব পাৰে।
Class 6 New Maths Book in English PDF Download
- You Can Also Download:
যদি আপুনি PDF Text Book Download কৰাৰ ওপৰিও Class 6 New Maths Solution in English বিচাৰি আছে তেন্তে তলত উল্লেখ কৰা লিংকত ক্লিক কৰি সম্পূৰ্ণ অধ্যায় সমূহৰ সমাধান লব পাৰিব।
তেন্তে আহক আমি এতিয়া জানি লওঁ Class 6 New Maths ত কি কি অধ্যায় আছে।
Class 6 New Maths Book in English Solution
Chapter 1 | Structure of Number Solution |
Chapter 2 | Types of Number Solution |
Chapter 3 | Basic Geometrical Ideas |
Chapter 4 | Whole Number |
Chapter 5 | Integers |
Chapter 6 | Understanding Elementary Shapes |
Chapter 7 | Fraction |
Chapter 8 | Perimeter and Area |
Chapter 9 | Data Handling |
Chapter 10 | Algebra |
Chapter 11 | Decimal Fractions |
Chapter 12 | Symmetry |
Chapter 13 | Ration And Proportion |
Chapter 14 | Practical Geometry |
ওপৰত উল্লেখ কৰা অধ্যায়সমূহ Class 6 New Maths Text Book in English কিতাপত দিয়া আছে। আমি ওপৰত উল্লেখ কৰা লিংকৰ জৰিয়তে গোটেই কেইটা অধ্যায়ত থকা Exercise বোৰৰ সমাধান দিবলৈ প্ৰয়াস কৰিছো।
আপুনি যদি প্ৰথম বাৰ এই Assamese Medium নামৰ অসমীয়া শিক্ষামূলক ৱেবছাইটত আহিছে তেন্তে আপোনালোকক জনাব পাই আমি অতি সুখী যে এই ৱেবচাইটৰ জৰিয়তে আপোনালোকৰ বাবে ষষ্ট শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো বিষয়ৰ প্ৰশ্ন উত্তৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো।
আজিৰ লিখনিৰ জৰিয়তে আমি আপোনাৰ বাবে Class 6 New Maths Book in English PDF Solution ৰ লিংক আগবঢ়াইছোঁ ।
ইয়াৰ ওপৰিও আমি Nitid Academy নামৰ YouTube Channel ৰ যোগেদি Assamese Medium নামৰ এই ৱেবছাইটত আলোচনা কৰা প্ৰতিতো বিষয়ত Video Class দিয়া হয়। আপুনি বিচাৰিলে তলত দিয়া লিংকত ক্লিক কৰি FREE Video Class চাব পাৰিব।
লগতে আপুনি যিকোনো সমস্যাৰ সমাধান অতি সোনকালে পাবলৈ Assamese Medium নামৰ Facebook Page ক Follow কৰিব পাৰে।