Class 12 Physics MCQ Chapter 1 in Assamese

Class 12 Physics MCQ Chapter 1 in Assamese

আপুনি যদি আগন্তুক HS Final Exam ৰ বাবে Class 12 Physics MCQ Chapter 1 in Assamese বিচাৰি আছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই।

আমি আপোনালোকৰ বাবে আগন্তুক HS Final Exam ত ১০০% কমন থকা কিছু Physics MCQ in Assamese লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ পঢ়িব আৰু অনত সুবিধা হোৱাকৈ শ্বেয়াৰ কৰিব।

Class 12 Physics Chapter 1 MCQ in Assamese

১) দুটা ইলেক্ট্ৰনৰ মাজত থকা স্থিতি বৈদ্যুতিক বলৰ তুলনাত, দুটা প্ৰ’টনৰ স্থিতি বৈদ্যুতিক বল:
(ক) অধিক
(খ) কম
(গ) শূন্য
(ঘ) একে
উত্তৰ: (ঘ) একে

২) কোনো আবদ্ধ পৃষ্ঠৰ ভিতৰত থকা আধানৰ অৱস্থান এনেদৰে সলনি কৰা হয় যাতে সকলো আধান স্থিৰ থাকে। তেন্তে পৃষ্ঠটোৰ লগত জড়িত মুঠ বৈদ্যুতিক অভিবাহ –
(ক) বৃদ্ধি পায়
(খ) হ্ৰাস পায়
(গ) অনিয়মিতভাৱে সলনি হয়
(ঘ) পৰিৱৰ্তন নহয়
উত্তৰ: (ঘ) পৰিৱৰ্তন নহয়

৩) যদি আহিত বস্তুবোৰৰ আকাৰ পৰস্পৰৰ মাজৰ দূৰত্বৰ তুলনাত বহুত কম হয়, তেন্তে সিহঁতক_ হিচাপে বিবেচনা কৰা হয়।
(ক) শূন্য আধান
(খ) বিন্দু আধান (Point charge)
(গ) এটা আধান
(ঘ) কোনো আধান নহয়
উত্তৰ: (খ) বিন্দু আধান

৪) যদি কোনো বস্তু ঘঁহি আঁহিত কৰা হয়, তেন্তে তাৰ ভৰৰ:
(ক) সদায় হ্ৰাস পায়
(খ) সদায় বৃদ্ধি পায়
(গ) বৃদ্ধি বা হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে
(ঘ) ভৰৰ কোনো পৰিৱৰ্তন নহয়
উত্তৰ: (গ) বৃদ্ধি বা হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে ।

৫) আধনৰ কোৱান্টিকৰণ (Quantisation) মানে হৈছে:
(ক) আধান ভগ্নাংশ হিচাপে থাকিব নোৱাৰে
(খ) আধান ধ্বংস কৰিব নোৱাৰি
(গ) কণিকা হিচাবত আধান থাকে
(ঘ) কণিকাৰ ওপৰত নূন্যতম অনুমোদিত আধান থাকে
উত্তৰ: (ক) আধান ভগ্নাংশ হিচাপে থাকিব নোৱাৰে ।

৬) কাঁচৰ দণ্ড চিল্কৰে ঘঁহিলে কি হয়?
(ক) চিল্কৰ পৰা প্ৰ’টন লাভ কৰিব
(খ) চিল্কৰ পৰা ইলেক্ট্ৰন লাভ কৰিব
(গ) চিল্কলৈ ইলেক্ট্ৰন দিব
(ঘ) চিল্কলৈ প্ৰ’টন দিব
উত্তৰ: (ক) চিল্কৰ পৰা প্ৰ’টন লাভ কৰিব

৭) প্ৰতি একক আধানৰ বলক_ বোলে।
(ক) বৈদ্যুতিক প্ৰবাহ
(খ) বৈদ্যুতিক ফ্লাক্স
(গ) বৈদ্যুতিক ক্ষেত্ৰ
(ঘ) বৈদ্যুতিক প’টেনচিয়েল
উত্তৰ: (গ) বৈদ্যুতিক ক্ষেত্ৰ

৮) বৈদ্যুতিক দ্বিমেৰু এটা সুষম বৈদ্যুতিক ক্ষেত্ৰত ৰাখিলে, দ্বিমৰুটোৰ ওপৰত ক্ৰিয়া কৰা লদ্ধ বল:
(ক) সদায় শূন্য হয়
(খ) দ্বিমেৰুৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে
(গ) দ্বিমেৰু ভ্রামকৰ ওপৰত নিৰ্ভৰ কৰে
(ঘ) মান সীমিত কিন্তু শূন্য নহয়
উত্তৰ: (ক) সদায় শূন্য হয় ।

৯) __ বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য, দিশ আৰু আধানৰ বিষয়ে তথ্য দিয়ে।
(ক) বৈদ্যুতিক প’টেনচিয়েল
(খ) বৈদ্যুতিক ফ্লাক্স
(গ) বৈদ্যুতিক ক্ষেত্ৰ
(ঘ) বৈদ্যুতিক প্ৰবাহ
উত্তৰ: (গ) বৈদ্যুতিক ক্ষেত্ৰ ।

১০) যদি দুটা আধনৰ মাজৰ দূৰত্ব বৃদ্ধি কৰা হয়, তেন্তে স্থিতি বৈদ্যুতিক বল :
(ক) বৃদ্ধি পায়
(খ) হ্ৰাস পায়
(গ) একেই থাকে
(ঘ) বৃদ্ধি বা হ্ৰাস – যিকোনো এটা হ’ব পাৰে
উত্তৰ: (খ) হ্ৰাস পায় ।

Download Class 12 Physics MCQ in Assamese Chapter 1

ওপৰত উল্লেখ কৰা Class 12 Physics MCQ Chapter 1 in Assamese ৰ যদি আপুনি PDF বিচাৰিছে তেন্তে তলৰ লিংকত ক্লিক কৰি বিনামূল্যত ডাউনলোড কৰিব পাৰিব।

Download Class 12 Physics MCQ in Assamese Chapter 1 PDF

Conclusion

ইয়াত আমি কিছু Physics MCQ in Assamese হে সন্নিবিষ্ট কৰিছো, আমি আগলৈ আৰু সংযোগ কৰিম। আমাৰ লগত থাকক উৎসাহ দিয়ক।


Content Credit: Helmina Rahman Bhuyan
Physics Faculty, RAK

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Free PDF Notes

Get Now

ADVERTISEMENT

error: লাজ নালাগে কপি কৰিব