আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ Assamese Medium ৰ আন এক গুৰুত্বপূৰ্ণ আলোচনাত। আজি আমি আপোনালোকৰ বাবে Class 12 Biology Assamese Medium ৰ সম্পূৰ্ণ পাঠ্যক্ৰমৰ সহজ সৰল PDF আগবঢ়াবলৈ প্ৰয়াস কৰিছো।
Class 12 Biology in Assamese | জীৱবিজ্ঞান | Rs. 299/- | Buy Now |
Class 12 Biology Assamese Medium ত সৰ্ব মুঠ ১৭ টা অধ্যায় সন্নিৱিষ্ট কৰা আছে। ইয়াৰ সম্পূৰ্ণ PDF Notes আমি তলত দিয়া লিংকত উপলব্ধ কৰিছো, আপুনি ইচ্ছা কৰিলে তাৰ পৰা বিনামূল্যে পঢ়িব পাৰে।

আজি আমি Class 12 Biology Assamese Medium তথা অসমীয়া মাধ্যমৰ দ্বাদশ শ্ৰেণীৰ জীৱ বিজ্ঞানৰ সম্পূৰ্ণ সমাধান এই ৱেবচাইটত আলোচনা কৰিবলৈ প্ৰয়াস কৰিছো। আপুনি যদি Assamese Medium Class 12 ৰ শিক্ষাৰ্থী তেন্তে এই লিখনিয়ে আপোনাক বহুত প্ৰকাৰে সহায় কৰিব।
Class 12 Biology Assamese Medium ত সৰ্বমুঠ ১৭ টা অধ্যায় সন্নিৱিষ্ট কৰা আছে। ইয়াত Class 12 Biology Assamese Medium ৰ সৰ্বমুঠ ১৭ টা অধ্যায়ৰ সম্পূৰ্ণ সমাধান এই ৱেবছাইটত যোগান ধৰা হৈছে। আপুনি যদি পঢ়িব খোজে তেন্তে তলত দিয়া লিংকৰ ক্লিক কৰি পঢ়িব পাৰে। আপুনি বিচাৰি Class 12 Biology Assamese Medium ৰ সমাধানসমূহ PDF Notes হিচাপে ডাউনলোড কৰিব পাৰে।
আমি আপোনালৈ লিখা কোনো বিষয়ত কিবা অসুবিধা থাকিলে আপুনি অনুগ্ৰহ কৰি Assamese Medium Facebook Page ক Follow কৰি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে। আমি আপোনাৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিম।

Class 12 Biology Assamese Medium Full Syllabus 2023
Chapters | Question Answer | Topics |
Chapter 1 জীবৰ প্ৰজনন | ||
Chapter 2 সপুষ্পক উদ্ভিদত যৌন প্ৰজনন | ||
Chapter 3 মানৱ প্ৰজনন | ||
Chapter 4 জনন স্বাস্থ্য | ||
Chapter 5 বংশগতি তত্ত্ব আৰু প্ৰকাৰণ | ||
Chapter 6 বংশগতিৰ আণবিক আধাৰ | ||
Chapter 7 জীৱৰ বিৱৰ্তন | ||
Chapter 8 মানুহৰ স্বাস্থ্য আৰু ৰোগ | ||
Chapter 9 খাদ্য উৎপাদন বৃদ্ধিৰ কৌশল সমূহ | ||
Chapter 10 মানৱ কল্যাণত জীৱাণুৰ ভূমিকা | ||
Chapter 11 কাৰিকৰী জীৱবিজ্ঞান | ||
Chapter 12 কাৰিকৰী জীৱবিজ্ঞান আৰু ইয়াৰ প্ৰয়োগসমূহ | ||
Chapter 13জীৱ আৰু আবাদী | ||
Chapter 14 পৰিৱেশ তন্ত্ৰ | ||
Chapter 15 জৈৱবৈচিত্ৰ্য আৰু সংৰক্ষণ | ||
Chapter 16 অসমৰ জীৱসম্পদ | ||
Chapter 17 পৰিৱেশ সংক্ৰান্তীয় বিযয়সমূহ |