Class 12 Biology Assamese Medium

আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো Assamese Medium লৈ। ইয়াত আমি বৰ্তমানলৈকে Class 6 ৰ পৰা Class 12 লৈকে সম্পূৰ্ণ পাঠ্যক্ৰমৰ সমাধান কৰিবলৈ প্ৰয়াস কৰা হৈছে।

HS 1st Year আৰু HS 2nd Year ৰ Science, Arts আৰু Commerce ৰ সম্পূৰ্ণ সমাধান দিয়াৰ ওপৰিও অসমীয়া মাধ্যমৰ Class 6 ৰ পৰা Class 10 লৈকে সমাধান দিয়া হৈছে।

আজি আমি Class 12 Biology Assamese Medium তথা অসমীয়া মাধ্যমৰ দ্বাদশ শ্ৰেণীৰ জীৱ বিজ্ঞানৰ সম্পূৰ্ণ সমাধান এই ৱেবচাইটত আলোচনা কৰিবলৈ প্ৰয়াস কৰিছো। আপুনি যদি Assamese Medium Class 12 ৰ শিক্ষাৰ্থী তেন্তে এই লিখনিয়ে আপোনাক বহুত প্ৰকাৰে সহায় কৰিব।

Class 12 Biology Assamese Medium ত সৰ্বমুঠ ১৭ টা অধ্যায় সন্নিৱিষ্ট কৰা আছে। ইয়াত Class 12 Biology Assamese Medium ৰ সৰ্বমুঠ ১৭ টা অধ্যায়ৰ সম্পূৰ্ণ সমাধান এই ৱেবছাইটত যোগান ধৰা হৈছে। আপুনি যদি পঢ়িব খোজে তেন্তে তলত দিয়া লিংকৰ ক্লিক কৰি পঢ়িব পাৰে। আপুনি বিচাৰি Class 12 Biology Assamese Medium ৰ সমাধানসমূহ PDF Notes হিচাপে ডাউনলোড কৰিব পাৰে।

আমি আপোনালৈ লিখা কোনো বিষয়ত কিবা অসুবিধা থাকিলে আপুনি অনুগ্ৰহ কৰি Assamese Medium Facebook PageFollow কৰি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে। আমি আপোনাৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিম।

Class 12 Biology Assamese Medium

Class 12 Biology Assamese Medium Full Solution

  • Class 12 Biology Chapter 1 Question Answer: জীবৰ প্ৰজনন
  • Class 12 Biology Chapter 2 Question Answer: সপুষ্পক উদ্ভিদত যৌন প্ৰজনন
  • Class 12 Biology Chapter 3 Question Answer: মানৱ প্ৰজনন
  • Class 12 Biology Chapter 4 Question Answer: জনন স্বাস্থ্য
  • Class 12 Biology Chapter 5 Question Answer: বংশগতি তত্ত্ব আৰু প্ৰকাৰণ
  • Class 12 Biology Chapter 6 Question Answer: বংশগতিৰ আণবিক আধাৰ
  • Class 12 Biology Chapter 7 Question Answer: জীৱৰ বিৱৰ্তন
  • Class 12 Biology Chapter 8 Question Answer: মানুহৰ স্বাস্থ্য আৰু ৰোগ
  • Class 12 Biology Chapter 9 Question Answer: খাদ্য উৎপাদন বৃদ্ধিৰ কৌশল সমূহ
  • Class 12 Biology Chapter 10 Question Answer: মানৱ কল্যাণত জীৱাণুৰ ভূমিকা
  • Class 12 Biology Chapter 11 Question Answer: কাৰিকৰী জীৱবিজ্ঞানঃ মূলনীতি আৰু প্ৰণালী
  • Class 12 Biology Chapter 12 Question Answer: কাৰিকৰী জীৱবিজ্ঞান আৰু ইয়াৰ প্ৰয়োগসমূহ
  • Class 12 Biology Chapter 13 Question Answer: জীৱ আৰু আবাদী
  • Class 12 Biology Chapter 14 Question Answer: পৰিৱেশ তন্ত্ৰ
  • Class 12 Biology Chapter 15 Question Answer: জৈৱবৈচিত্ৰ্য আৰু সংৰক্ষণ
  • Class 12 Biology Chapter 16 Question Answer: অসমৰ জীৱসম্পদ
  • Class 12 Biology Chapter 17 Question Answer: পৰিৱেশ সংক্ৰান্তীয় বিযয়সমূহ