Class 10 Assamese Chapter 10 Question Answer PDF

আপুনি বাৰু অসমীয়া মাধ্যমৰ শিক্ষাৰ্থী নেকি? আপুনি Class 10 Assamese Chapter 10 Question Answer PDF বিচাৰি ইয়ালৈ আহিছে নেকি তেন্তে চিন্তাৰ কোনো কাৰণ নাই।

Assamese Medium – একমাত্ৰ ডিজিটেল মাধ্যম যত আপুনি Class 10 Assamese ৰ প্ৰতিটো অধায়ৰ PDF Notes বিনামূল্যত পাব।

আজি আমি আপোনাৰ বাবে Class 10 Assamese Chapter 10 Question Answer PDF লৈ আহিছোঁ। আপুনি তলত দিয়া লিংকৰ পৰা এই Class 10 Assamese Chapter 10 Question Answer PDF পঢ়িব পাৰিব।

আপুনি যদি এই PDF পঢ়ে তেন্তে নিশ্চয় আগন্তুক HSLC Final Exam ত “অৰুণিমা সিনহা” অধ্যায়ৰ পৰা সম্পূৰ্ণ প্ৰশ্ন উত্তৰ কৰিব পাৰিব।

Class 10 Assamese Chapter 10 Question

অতি চমু প্ৰশ্ন: অৰুণিমা সিনহা

(ক) অৰুণিমা সিনহাৰ কোন বিধ খেলত বিশেষ দক্ষতা আছিল?
(খ) অৰুনিমা সিনহাৰ ঘৰ কত আছিল?
(গ) হস্পিতালত থাঁকোতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰোপ লৈছিল?
(ঘ) চিকিতসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?

বহল প্ৰশ্ন: অৰুণিমা সিনহা

১। অৰুণিমা সিনহাই ৰেলযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হবলগীয়া হৈছিল ?এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল?
২। অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰি পালে কেনেদৰে সহায় কৰিছিল?
৩। এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল?
৪। অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে?
৫। অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া।
৬। ”একোগৰাকী ব্যক্তীয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। ”-কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা।
৭। ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল?

চমুটোকা: অৰুণিমা সিনহা

i) বাচেন্দ্ৰি পাল ii) টেনজিং নৰগে

ভাষা -বিষয়ক প্ৰশ্ন: অৰুণিমা সিনহা

১) সন্ধি ভাঙাঃ সংশয়, পৰ্বতাৰোহণ, উতসাহ, হিমালয়, প্ৰত্যাহ্বান, বিপদাপন্ন।
২। তলৰ শব্দকেইটাৰ উপৰ্সগ ভাঙি দেখুওৱাঃ অনুৰাগ, অনুভৱ, অভিনয়, প্ৰতিফল।

Class 10 Assamese Chapter 10 Question Answer PDF

কি কি আছে Class 10 Assamese Chapter 10 Question Answer PDF ত?

ওপৰৰ লিংকত দিয়া Class 10 Assamese Chapter 10 Question Answer PDF Note ত আমি অৰুণিমা সিনহা সাৰাংশ বা মূলভাৱ, পাঠ্যপুথিৰ অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, ব্যাখ্যা কৰা আদি আলোচনা কৰা হৈছে।

ইয়াৰ ওপৰিও Class 10 Assamese Chapter 10 Question Answer PDF ত আমি আপোনাৰ সুবিধাৰ বাবে অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিছো লগতে অৰুণিমা সিনহা নামৰ অধ্যায়ৰ ভাষা বিষয়ক প্ৰশ্ন উত্তৰ ইয়াত সন্নিবিষ্ট কৰাৰ প্ৰয়াস কৰিছো। আশা কৰোঁ আপোনালোকে পঢ়িলে নিশ্চয় উপকৃত হব।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

1 thought on “Class 10 Assamese Chapter 10 Question Answer PDF”

Leave a Comment