মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ Assamese Medium ৰ আন এক গুৰুত্বপূৰ্ণ লিখনিলৈ আৰু আজি আমি ইয়াত English Grammar ৰ আন এক গুৰুত্বপূৰ্ণ অধ্যায় আলোচনা কৰিব গৈ আছো। আজি আমি Assertive Sentences in English Grammar আলোচনা কৰিম।
Types of sentences based on the purpose
দুই বা ততোধিক শব্দ লগ লাগি কোনো এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে তাক Sentence বোলে। যেনে –
Kings Dasarath ruled in Ayodhya.
What do you want from me?
কেতিয়াবা আদেশ বুজাবলৈ এটা মাত্ৰ শব্দই এটা বাক্য প্ৰকাশ কৰিব পাৰে। যেনে -Do, Go. এনেকুৱা Sentence ত Subject টো সদায় You হয় আৰু ই উহ্য থাকে।
Types of Sentences in English Grammar
অৰ্থ আৰু উদ্দেশ্য অনুসৰি Sentence ক সাধাৰণতে 5 টা ভাগত ভগাব পাৰি –
- Assertive Sentence
- Interrogative Sentence
- Imperative Sentence
- Exclamatory Sentence
- Optative Sentence
Assertive Sentences in English Grammar
যি sentence অৰ দ্বাৰা কোনাে ব্যক্তি, বস্তু, ঘটনা আদিৰ বৰ্ণনা দিয়া হয়, তাক Assertive Sentence বােলে। Assertive Sentence অৰ শেষত Full stop(.) দিয়া হয়। যেনে –
- In her spare time, she enjoys writing about the chirping of birds.
- She has an aversion to crowds.
- Her younger brother mimics animal noises.
- It had started to rain.
- Honesty is the best policy.
- The class was full of pupils.
- East is the direction in which the Sun rises.
- We’re not related to you in any way.
- I cherish every one of you.
- Alex is a good baseball player.
- He plays for the Rockers club.
- He always gives his best effort to the team.
- He is a good leader.
- I like him for his intensity.
- He plays with passion.
- Alex feels awkward when someone gives a compliment to him.
- He is a humble man.
- He is popular among his friends but he feels awkward with strangers.
- He has many fans in his locality.
- His father was a lawyer.
- When he was young, his father died.
- He is a real fighter.
- He fought against all the odds of life and became successful.
- His fans love him.
- His mother raised him to be a gentleman.
- He is always humble and patient with his fans.
ইয়াত আজি আমি Assertive Sentences in English Grammar ৰ বিষয়ে আলোচনা কৰিলোঁ। ইয়াত Examples of Assertive Sentence আলোচনা কৰিলোঁ। আপুনি যদি আমি আলোচনা কৰা উদাহৰণ আৰু Assertive Sentences in English Grammar বুজিব পাৰিছে তেন্তে Comment Section ত জনাব নেপাহৰিব। যদি আপুনি আমাৰ আলোচ্য বিষয় বুজি পোৱাত অসুবিধা পাইছে তেন্তে Assamese Medium Facebook Page ক Follow কৰি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে।